• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধৰ্মস্থলৰ গণ সমাধিৰ দাবী! বিতৰ্কিত স্থানত SIT-ৰ তদন্ত আৰম্ভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 27, 2025 12:29 pm
78
VIEWS
Share on FacebookShare on Twitter

কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাৰ ধৰ্মস্থলত গণ সমাধি আছে বুলি কৰা দাবীৰ সৈতে জড়িত গোচৰৰ তদন্তৰ বাবে গঠন কৰা এছআইটিয়ে শনিবাৰে তদন্ত আৰম্ভ কৰে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, মল্লিকাটেৰ চোৰাংচোৱা ব্যুৰোৰ চৌহদত স্থাপন কৰা নিৰ্দিষ্ট এছআইটি কাৰ্যালয়ত জ্যেষ্ঠ বিষয়া উপস্থিত হৈ এই গোচৰৰ সৈতে জড়িত কিছুমান বিশেষ স্থান পৰিদৰ্শন কৰে।

তদন্তৰ তদাৰক কৰা আৰক্ষীৰ উপ-মহাপৰিদৰ্শক এম এন অনুচেথে মংগালুৰুত উপস্থিত হয় আৰু এছ আই টিত নিযুক্তি দিয়া ২০ জনতকৈ অধিক বিষয়া আৰু কৰ্মীৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকৰ অধ্যক্ষতা কৰাৰ কথা আছে বুলি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

আৰক্ষী অধীক্ষক জিতেন্দ্ৰ দয়ামাক এই গোচৰৰ তদন্তকাৰী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে বুলিও আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে।

সূত্ৰ অনুসৰি দলটোত দক্ষিণ কানাড়া, উডুপি, আৰু উত্তৰ কানাড়া জিলাৰ বিষয়াক নিযুক্তি দিয়া হৈছে। ইয়াৰ ভিতৰত ধৰ্মস্থল, মুলকি, আৰু বাইণ্ডুৰ থানাৰ পৰিদৰ্শক আৰু উপ-পৰিদৰ্শক অন্তৰ্ভুক্ত।

এছ আই টিয়ে আভ্যন্তৰীণ ব্রিফিং আৰম্ভ কৰাৰ লগতে সম্ভৱতঃ প্রথমে সমাধিস্থ কৰাৰ অভিযোগ উত্থাপন কৰা বেনামী অভিযোগকাৰীজনক প্রশ্ন কৰাৰ সম্ভাৱনা আছে৷ সম্ভৱতঃ ডি আই জি অনুচেথৰ তত্বাৱধানত মল্লিকাটেৰ এছ আই টিৰ কাৰ্যালয়ৰ ভিতৰতে জেৰা কৰা হ’ব।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, জেৰা আৰু কাৰ্য্যবিধিৰ নথিপত্ৰৰ বাবে ভিডিঅ’ ৰেকৰ্ডিং সঁজুলিকে ধৰি সকলো প্ৰয়োজনীয় ব্যৱস্থা কৰা হৈছে।

আৰক্ষীয়ে লগতে কয় যে এছ আই টিৰ বিষয়াসকলে পদ্ধতিগত আৰু আইনী দুয়োটা দিশৰ পৰাই তদন্ত আগবঢ়াই নিবলৈ সম্পূৰ্ণৰূপে সাজু আছে।

Recent News

অনুৰাগীয়ে দিয়া ৭২ কোটি টকাৰ সম্পত্তি ঘূৰাই দিলে অভিনেতা সঞ্জয় দত্তই

অনুৰাগীয়ে দিয়া ৭২ কোটি টকাৰ সম্পত্তি ঘূৰাই দিলে অভিনেতা সঞ্জয় দত্তই

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ গোচৰৰ সৈতে জড়িত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বাসগৃহত তদন্তকাৰী দলৰ অভিযান

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ গোচৰৰ সৈতে জড়িত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বাসগৃহত তদন্তকাৰী দলৰ অভিযান

গেৰুকামুখত এন এইচ পি চিৰ তিনিটা নিম্ন জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা! প্ৰতিবাদত নামিল ক্ষুব্ধ গাঁওবাসী

গেৰুকামুখত এন এইচ পি চিৰ তিনিটা নিম্ন জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা! প্ৰতিবাদত নামিল ক্ষুব্ধ গাঁওবাসী

অথলে গ’ল ৩.২৫ কোটি টকাৰ জল জীৱন প্ৰকল্পৰ : উদ্বোধনৰ ৪ মাহ পিছতো এটুপিও পানী পোৱা নাই ৰাইজে

অথলে গ’ল ৩.২৫ কোটি টকাৰ জল জীৱন প্ৰকল্পৰ : উদ্বোধনৰ ৪ মাহ পিছতো এটুপিও পানী পোৱা নাই ৰাইজে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd