• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পহলগামলৈ সন্ত্ৰাসবাদী কিয় আহিল? সংসদত গৰ্জন গৌৰৱ গগৈৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 28, 2025 8:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অপাৰেচন সিন্দূৰকলৈ লোকসভাত গৰজি উঠিল লোকসভাৰ বিৰোধী দলপতি গৌৰৱ গগৈ। লোকসভাত দিয়া উদাত্ত ভাষণত কংগ্ৰেছৰ নেতাগৰাকীয়ে কয় দেশবাসীয়ে জানিব বিচাৰে পহলগাম আক্ৰমণৰ ১০০ দিন পাৰ হৈ গ’ল, তথাপিও চৰকাৰে সন্ত্ৰাসবাদীক ধৰিব পৰা নাই কিয়।

যদি তেওঁলোকক পলাবলৈ কোনেও সহায় কৰা নাছিল, তেন্তে তাৰ কোনো উত্তৰ চৰকাৰৰ হাতত কিয় নাই? লোকসভাত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দুৰ সন্দৰ্ভত আলোচনা আৰম্ভ কৰাৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিৰোধীক লক্ষ্য কৰি লোৱাৰ সময়তে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে বিৰোধীৰ ফালৰ পৰা বিতৰ্ক আৰম্ভ কৰে।

Apply Now

তেওঁ বিতৰ্ক আৰম্ভ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক প্ৰত্যুত্তৰ দি প্ৰশ্ন কৰে যে কিয় সন্মানীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সদনক কোৱা নাছিল যে কেনেকৈ পহলগামলৈ সন্ত্ৰাসবাদী আহিল? সাংসদ গগৈয়ে লগতে প্ৰশ্ন কৰে যে সেই সন্ত্ৰাসবাদীৰ উদ্দেশ্য কি আছিল সেই কথা প্ৰতিৰক্ষা মন্ত্ৰীয়ে কোৱা নাছিল। গৌৰৱ গগৈয়ে কয়, সন্ত্ৰাসবাদীৰ উদ্দেশ্য আছিল জম্মু-কাশ্মীৰৰ অৰ্থনীতি ধ্বংস কৰা আৰু দেশৰ সাম্প্ৰদায়িক তন্ত্ৰক বিভাজিত কৰা। বিৰোধীৰ উপ দলপতি গৌৰৱ গগৈয়ে আৰু কয় যে এই সত্য সদনত পৰিষ্কাৰ আহিব লাগে। পহলগাম আক্ৰমণ, অপাৰেচন সিন্দুৰ আৰু বৈদেশিক নীতিৰ সত্য ওলাই আহিব লাগে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বহু তথ্য দিছিল, কিন্তু পহলগামৰ বৈসাৰণলৈ সন্ত্ৰাসবাদী কেনেকৈ আহিছিল সেই কথা কোৱা নাই। প্ৰতিৰক্ষা মন্ত্ৰীয়ে কোৱা নাই যে কেনেকৈ পাঁচজন মানুহে বৈসাৰণত প্ৰৱেশ কৰি ২৬ জন লোকক গুলীয়াই হত্যা কৰিলে। প্ৰশ্ন কৰাটো বিৰোধী হিচাপে আমাৰ কৰ্তব্য, আমি দেশৰ স্বাৰ্থত প্ৰশ্ন কৰিম। দেশে জানিব বিচাৰে পাঁচজন সন্ত্ৰাসবাদী কেনেকৈ প্ৰৱেশ কৰিলে? তেওঁ লগতে প্ৰশ্ন কৰে যে পহলগাম আক্ৰমণৰ ১০০ দিন পাৰ হৈ গ’ল, কিন্তু এই চৰকাৰে সন্ত্ৰাসবাদীক কিয় ধৰিব পৰা নাই? গৌৰৱ গগৈয়ে লগতে প্ৰশ্ন কৰে ভাৰতীয় সেনাই কিয় পাকিস্তানৰ দখলত থকা কাশ্মীৰ দখল কৰা নাছিল? সাংসদ গগৈয়ে আৰু কয়, ৰাজনাথ সিঙে কৈছিল যে আমাৰ উদ্দেশ্য যুদ্ধ নহয়। গগৈয়ে কয় আজি যদি আমি পাক অধিকৃত কাশ্মীৰ দখল কৰি নলওঁ, তেন্তে আমি কেতিয়া লম?

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

September 8, 2026 8:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd