• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ গোচৰৰ সৈতে জড়িত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বাসগৃহত তদন্তকাৰী দলৰ অভিযান

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
July 29, 2025 11:25 am
149
VIEWS
Share on FacebookShare on Twitter

সহকাৰী অভিযন্তা জ্যোষিতা দাসৰ আত্মহত্যাৰ গোচৰৰ সৈতে জড়িত বিতৰ্কিত ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ বাসগৃহত অভিযান চলাইছে বিশেষ তদন্তকাৰী দলে ।

অভয়াপুৰীত অৱস্থিত তেওঁৰ বাসগৃহত অব্যাহত আছে এই অভিযান।

বঙাইগাঁৱৰ ৰাজহুৱা কাম-কাজ বিভাগৰ অভিযন্তা জ্যোতিষা দাসৰ আত্মহত্যাৰ পিছত বিভাগটোৰ এছ ডি অ’, আন এজন সহকাৰী অভিযন্তা আৰু এজন স্থপতি অভিযন্তাক গ্ৰেপ্তাৰ কৰা হৈছে।

অভিযোগ উত্থাপন হৈছিল যে ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ দুৰ্নীতি আৰু অভিযন্তাজনে সন্মুখীন হোৱা মানসিক চাপে জ্যোতিষা দাসক নিজৰ প্ৰাণ কাঢ়ি ল’বলৈ বাধ্য কৰাইছিল। এই কথা চুইচাইড নোটত লিখি থৈ গৈছিল জ্যোতিষা দাসে।

বিভিন্ন সংগঠনৰ ব্যাপক প্ৰতিবাদৰ অন্তত আজি এছ আই টিয়ে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি জনাজাত ৰুদ্ৰ পাঠকৰ বাসগৃহত অভিযান চলায়।প্ৰায় ৬ ঘণ্টীয়া তালাচী অভিযানৰ অন্তত বংগাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক এন চিংছ’ই কয় যে তদন্ত এতিয়াও চলি আছে, আৰু এতিয়ালৈকে কোনো লোকক নতুনকৈ গ্ৰেপ্তাৰ কৰা হোৱা নাই।

Recent News

ছামিউলৰ মৃত্যুৰ পিছতে দিছপুৰ আৰক্ষীয়ে আটক কৰিলে বিতৰ্কিত অভিনেত্ৰী নন্দিনী কাশ্যপক

ছামিউলৰ মৃত্যুৰ পিছতে দিছপুৰ আৰক্ষীয়ে আটক কৰিলে বিতৰ্কিত অভিনেত্ৰী নন্দিনী কাশ্যপক

ভাইৰেল ভিডিঅ’ই উদঙাই দিলে চিকিৎসকৰ গাফিলতি: মেৰুটৰ এখন চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগত চিকিৎসকৰ অৱহেলাত ৰোগীৰ মৃত্যু

ভাইৰেল ভিডিঅ’ই উদঙাই দিলে চিকিৎসকৰ গাফিলতি: মেৰুটৰ এখন চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগত চিকিৎসকৰ অৱহেলাত ৰোগীৰ মৃত্যু

খুলি খুলি খাইছে নেকি বিচ্ছেদৰ বেদনাই? জানি লওক মন ভালে ৰখাৰ কিটিপ

খুলি খুলি খাইছে নেকি বিচ্ছেদৰ বেদনাই? জানি লওক মন ভালে ৰখাৰ কিটিপ

যদি মোদীৰ ইন্দিৰা গান্ধীৰ দৰে সাহস আছে, তেন্তে তেওঁ কওক যে ট্ৰাম্পে যুদ্ধবিৰতিৰ বিষয়ে মিছা কৈছিল: ৰাহুল গান্ধী

যদি মোদীৰ ইন্দিৰা গান্ধীৰ দৰে সাহস আছে, তেন্তে তেওঁ কওক যে ট্ৰাম্পে যুদ্ধবিৰতিৰ বিষয়ে মিছা কৈছিল: ৰাহুল গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd