• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰতিবাদত সেও মানি অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ সিদ্ধান্ত প্ৰত্যাহাৰ গুজৰাট চৰকাৰৰ! গা লৰিব নে অসম চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2025 1:38 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উপযুক্ত প্ৰাৰ্থী থকাৰ পিছতো অৱসৰ প্ৰাপ্ত শিক্ষক নিযুক্তিৰে খালি হৈ থকা পদসমূহ পূৰণ কৰাৰ প্ৰতিযোগিতাত নামি পৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰ। অসম চৰকাৰে ৰাজ্যখনত খালি হৈ থকা শিক্ষকৰ পদ অৱসৰ প্ৰাপ্ত অধ্যাপকৰ জড়িয়তে পূৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত কোনো প্ৰকাৰে সলনি নহয় বুলি সংবাদ মাধ্যমৰ জড়িয়তে সদৰী কৰিছে।

শেহতীয়া খবৰ অনুসৰি গুজৰাটৰ চৰকাৰী মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহতো অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল এই সিদ্ধান্তৰ বাবে তীব্ৰ প্ৰতিবাদ, সমালোচনাৰ পিছত গুজৰাটৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা বুলি জানিব পৰা গৈছে।

Apply Now

প্ৰকাশিত তথ্য অনুসৰি নিয়মীয়া শিক্ষক আৰু টিউটৰ নিযুক্তি সম্পূৰ্ণ হোৱাৰ পিছতো খালী পদ বাকী থকাৰ বাবে চৰকাৰে অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ প্ৰস্তাৱ দিছিল। সেই মৰ্মে গুজৰাটৰ শিক্ষা বিভাগে ২০২৫ চনৰ ২৫ জুলাইত এখন চক্ৰান্তমূলক জাৰি কৰি ১১ মাহৰ চুক্তিৰ অধীনত অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ অনুমতি প্ৰদান কৰে।

সহস্ৰাধিক যোগ্য প্ৰাৰ্থীয়ে স্থায়ী চাকৰিৰ বাবে অপেক্ষা কৰি থকাৰ পিছতো ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও সফল নহ’ল চৰকাৰ খনৰ এই পদক্ষেপ। প্ৰতিবাদৰ মাজতে বিৰোধী কংগ্ৰেছেও সমগ্ৰ বিষায়টো “লেতেৰা খেল” বুলি অভিহিত কৰি চৰকাৰক আক্ৰমণ কৰে।

চৰকাৰৰ এনে কাৰ্যক সমালোচনা কৰি কংগ্ৰেছৰ মুখপাত্ৰ হীৰেন বেংকাৰে কয় যে, ‘৫০ হাজাৰতকৈ অধিক টেট উত্তীৰ্ণ যুৱকে চাকৰিৰ বাবে অপেক্ষা কৰি আছে, আৰু ৩০ হাজাৰৰো অধিক পদ খালী হৈ আছে, তথাপিও চৰকাৰে অৱসৰপ্ৰাপ্ত শিক্ষকক অস্থায়ী ঠিকা দিবলৈ লৈছিল।

ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি কোৱা এই প্ৰতিবাদৰ ফলস্বৰূপে চৰকাৰে ৪৮ ঘণ্টাৰ ভিতৰতে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰে। এটা নতুন চৰকাৰী বিজ্ঞপ্তিযোগে চৰকাৰখনে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা কথা সদৰী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm
বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

August 18, 2026 5:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd