• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

লিভাৰৰ ভিতৰতে বিকাশ হ’ল ভ্ৰুণ! উত্তৰ প্ৰদেশৰ মহিলাৰ এম আৰ আই ৰিপৰ্ট দেখি হতভম্ব চিকিৎসক

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
July 29, 2025 7:10 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰৰ এগৰাকী ৩০ বছৰীয়া মহিলাই পেটৰ বিষ আৰু বমিৰ সাধাৰণ লক্ষণ লৈ চিকিৎসকৰ কাষ চাপিছিল। প্ৰথম অৱস্থাত আল্ট্ৰাছাউণ্ডত একো ধৰা পৰা নাছিল। কিন্তু স্বাস্থ্যৰ উন্নতি নোহোৱাত তেওঁক মীৰাটৰ এখন ব্যক্তিগত ইমেজিং চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়। তাত মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন দেখি হতভম্ব হৈ পৰে চিকিৎসকসকল।

চিকিৎসকে জনোৱা মতে, হাই ৰিজ’লিউচনৰ এম আৰ আই স্কেনত মহিলাগৰাকীৰ লিভাৰৰ ভিতৰত ১২ সপ্তাহ বয়সৰ ভ্ৰুণ এটা বাঢ়িছে বুলি জানিব পৰা গৈছে।

Apply Now

চিকিৎসকে কয় যে এই ৰোগৰ নাম হ’ল ইন্ট্ৰাহেপাটিক এক্ট’পিক গৰ্ভাৱস্থা। অৰ্থাৎ জৰায়ুৰ বাহিৰত বা সহজ ভাষাত ক’বলৈ গ’লে যকৃতৰ ভিতৰত ভ্ৰুণৰ বিকাশ।

এই বিৰল ঘটনাৰ বিষয়ে জানবলৈ দিছিল এম আৰ আই ৰিপৰ্ট পৰ্যবেক্ষণ ডাঃ কে কে গুপ্তাই। তেওঁ কয়, ‘মই বহু বছৰ ধৰি ৰেডিঅ’লজিৰ লগত জড়িত হৈ আছো। কিন্তু এনে ঘটনা আগতে কেতিয়াও দেখা নাই। প্ৰথমতে মেচিনৰ বিজুতি যেনেই লাগিছিল। পিছত একাধিক কোণৰ পৰা পুনৰ স্কেন কৰাৰ পিছত একেটা দৃশ্যই পাইছিলোঁ। আনকি ভ্ৰুণৰ হৃদস্পন্দনও স্পষ্টকৈ দেখা গৈছিল।’

তেওঁৰ ভাষাত, ‘ভ্ৰুণটো যকৃতৰ সোঁফালে আছিল। যকৃতৰ সিৰাৰ মাজেৰে তেজৰ যোগান হৈ আছিল আৰু মহিলাগৰাকীৰ জৰায়ু সম্পূৰ্ণ খালী হৈ আছিল।’

চিকিৎসকে কয় যে গৰ্ভাৱস্থাত এই ধৰণৰ জটিলতা বিশ্বত বিৰল। ভাৰতত সম্ভৱতঃ এয়াই প্ৰথম নথিভুক্ত ৰোগী। এনে গৰ্ভধাৰণ মাতৃ আৰু ভ্ৰুণ উভয়ৰে বাবে মাৰাত্মক হ’ব পাৰে।

এতিয়া চিকিৎসকে মহিলাগৰাকীক পৰ্যবেক্ষণত ৰাখিছে। পৰৱৰ্তী সময়ত ভ্ৰুণটো আঁতৰাই পেলোৱা হ’ব।উল্লেখ্য যে তথ্য অনুসৰি ২০১৯ চনত বিশ্বত ৬৭ লাখতকৈ অধিক মহিলাই জৰায়ুৰ বাহিৰৰ গৰ্ভধাৰণ কৰিছিল। প্ৰতি লাখত গড়ে ১৭০ জন লোকৰ ক্ষেত্ৰত এই সমস্যা দেখা যায়। কিন্তু চিকিৎসা আৰু সজাগতাৰ বাবে তুলনামূলকভাৱে হ্ৰাস পাইছে এই সংখ্যা।

নৰ্থ-ইষ্ট নাও

নৰ্থ-ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd