• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰ এছ এছৰ সমাৱেশত উপস্থিত নাথাকিবলৈ প্ৰণৱ কুমাৰ মুখাৰ্জীক আহ্বান অসম প্ৰদেশ কংগ্ৰেছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 6, 2018 10:09 am
PranabMukharjee
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৭ জুনত নাগপুৰত হ’ব লগীয়া আৰ এছ এছৰ সমাৱেশত উপস্থিত নাথাকিবলৈ ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰণৱ কুমাৰ মুখাৰ্জীক আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছে। প্ৰাক্তন ৰাষ্ট্ৰপতিজনলৈ লিখা এখন পত্ৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই নেতাজনক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰি চাবলৈ অনুৰোধ জনাইছে।

পত্ৰখনত বৰাই কয় যে যিহেতু তেওঁ এজন নিষ্ঠাৱান প্ৰাক্তন কংগ্ৰেছী নেতা, গতিকে মহাত্মা গান্ধীক হত্যা কৰা নাথুৰাম গডছেৰ সৈতে সম্পৰ্ক থকা সংগঠনটোৰ সমাৱেশত উপস্থিত থাকি ইয়াৰ কেডাৰ সকলক সম্বোধন কৰাৰ কথাটো পুনৰ বিবেচনা কৰা উচিত।

Apply Now

“যিহেতু আপুনি গোটেই জীৱনজুৰি কংগ্ৰেছৰ মহান আদৰ্শ ধৰ্মনিৰপেক্ষতাৰ হকে যুঁজ দি আহিছে, এতিয়া কংগ্ৰেছৰ ধৰ্ম নিৰপেক্ষতা আদৰ্শৰ সম্পূৰ্ণ বিপৰীত এটা সংগঠনৰ সমাৱেশত উপস্থিত থকাটো আচৰিত কথা হ’ব। কেৱল সেয়ে নহয়, আপুনি এইটো সম্পৰ্কে অৱগত যে ধৰ্ম নিৰপেক্ষতা আদৰ্শৰ সৈতে সংঘাত থকা বাবেই আৰ এছ এছৰ সদস্য নাথুৰাম গডছেই জাতিৰ পিতা মহাত্মা গান্ধীক হত্যা কৰিছিল।” –বৰাই চিঠিখনত এইদৰে লিখে।

RiponBoraLetter
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰাক্তন ৰাষ্ট্পতি প্ৰণৱ কুমাৰ মুখাৰ্জীলৈ লিখা পত্ৰখনৰ প্ৰতিলিপি।

চিঠিখনত পুনৰ কোৱা হৈছে, “যদিও আপুনি বৰ্তমান দেশৰ এজন উচ্চ মৰ্য্যাদাসম্পন্ন অৰাজনৈতিক ব্যক্তি, তৎসত্ত্বেও দেশৰ সকলোৱে আপোনাক এজন নিষ্ঠাৱান কংগ্ৰেছ নেতা বুলি জানে। আপুনি সেইসকল মুষ্টিমেয় কংগ্ৰেছ নেতাৰ মাজৰ অন্যতম, যিসকলে জৰুৰী অৱস্থাৰ পৰৱৰ্তী কালত কংগ্ৰেছৰ আটাইতকৈ দুৰ্যোগৰ সময়ছোৱাত মূল স্তম্ভৰ দৰে থিয় হৈ আছিল। ১৯৭৫-ৰ জৰুৰী অৱস্থাৰ পিছত কংগ্ৰেছক পুনৰুজ্জীৱিত কৰাত আপোনাৰ সেৱা, উৎসৰ্গা আৰু আত্মবলিদানৰ কথা কংগ্ৰেছে চিৰদিন মনত ৰাখিব।”

আনহাতে নাগপুৰ ভ্ৰমণ কিয় বাতিল কৰা উচিত সেই সম্পৰ্কত তিনিটা যুক্তি দিয়ে ৰিপুণ বৰাই। “আপুনি এনেকুৱা এটা সংগঠনৰ সভাত অংশগ্ৰহণ কৰিবলৈ গৈ আছে, যিটো সংগঠনে কেতিয়াও ৰাষ্ট্ৰীয় পতাকাক সন্মান জনোৱা নাছিল। এইটো এনেকুৱা সংগঠন, যিয়ে ভাৰতৰ বৈচিত্ৰ্যক আওকাণ কৰি এখন ৰাষ্ট্ৰ, এটা ধৰ্মৰ ধাৰণাৰ প্ৰসাৰ ঘটাই আছে। যাৰ জৰিয়তে ভাৰতৰ বিভিন্ন জাতি, বৰ্ণ, সম্প্ৰদায়ৰ মাজত ঘৃণা, অবিশ্বাস আৰু বিভাজনৰ সৃষ্টি কৰিছে। আৰু এইটো সংগঠনেই সামাজিক আৰু ধৰ্মীয় অসহিষ্ণুতা বৃদ্ধিৰ বাবে দায়ী। আৰু লগতে যোৱা চাৰি বছৰত কেন্দ্ৰত মোদীৰ নেতৃত্বত বিজেপিৰ অপশাসনৰ জৰিয়তে ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতিৰ আঁৰতো ইয়ে।”

বৰাই লগতে কয় যে ভাৰতৰ সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপটত আৰ এছ এছৰ এই সভাত তেওঁৰ অংশগ্ৰহণৰ সুদূৰপ্ৰসাৰী নেতিবাচক প্ৰভাৱ থাকি যাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd