• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৃহ পৰিচাৰিকাক ধ*ৰ্ষণৰ গোচৰত দোষী সাব্যস্ত প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নাতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2025 3:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী গৃহ পৰিচাৰিকাক ধৰ্ষণ কৰাৰ গোচৰত কৰ্ণাটকৰ জে ডি এছৰ প্ৰাক্তন সাংসদ প্ৰজ্জ্বল ৰেভান্নাক দোষী সাব্যস্ত কৰা হৈছে।  প্ৰজ্জ্বল ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতি।

শুকুৰবাৰে বেংগালুৰুৰ এখন বিশেষ আদালতে ৰেভান্নাক দোষী সাব্যস্ত কৰে। হাছান জিলাৰ এখন থানাত প্ৰজ্জ্বল ৰেভান্নাৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছিল।

Apply Now

যোৱা বছৰ ৰেভান্নাৰ বিৰুদ্ধে ৪টা গোচৰ ৰুজু হৈছিল। তদন্তৰ সময়ত উদ্ধাৰ হৈছিল হাজাৰ হাজাৰ আপত্তিজনক ভিডিঅ’ ক্লিপ। প্ৰজ্জ্বল ৰেভান্নাৰ বিৰুদ্ধে কেইবাগৰাকীও মহিলাক যৌন নিৰ্যাতন চলোৱা আৰু তাৰ পিছত ব্লেকমেইলিঙৰ অভিযোগ উত্থাপন কৰিছিল।

উল্লেখ্য যে যোৱা বছৰ আগষ্ট মাহত বিশেষ তদন্তকাৰী দলে কৰ্ণাটকৰ জে ডি এছৰ প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেভান্না আৰু তেওঁৰ পিতৃ তথা প্ৰাক্তন বিধায়ক এইচ ডি ৰেভান্নাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল।

এই দীঘলীয়া অভিযোগনামাত প্ৰজ্জ্বলৰ বিৰুদ্ধে সৰ্বোচ্চ অভিযোগ হৈছে ৪৭ বছৰীয়া এগৰাকী প্ৰাক্তন গৃহ পৰিচাৰিকাক ধৰ্ষণ কৰা। লগতে সেই গৃহ পৰিচাৰিকা গৰাকীৰ কন্যাকো যৌন নিৰ্যাতন চলাইছিল প্ৰজ্জ্বল ৰেভান্নাই।

কেৱল এয়াই নহয়, যৌন কাৰ্যকলাপৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি পিছত প্ৰমাণ নষ্ট কৰাৰ উদ্দেশ্যেৰে সেই ভিডিঅ’ ডিলিট কৰিছিল ৰেভান্নাই।

জিডিএছৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী এইচডি কুমাৰস্বামীৰ ভাতৃ তথা প্ৰজ্জ্বলৰ পিতৃ এইচডি ৰেভান্নাৰ বিৰুদ্ধেও এছআইটিয়ে অভিযোগনামা দাখিল কৰিছিল। লগতে কেইবাবাৰো গৃহকৰ্মীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল।

যোৱা বছৰৰ এপ্ৰিল মাহত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এই যৌন কেলেংকাৰীয়ে সমগ্ৰ দেশত এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰিছিল। সমগ্ৰ দেশতেই ইয়াৰ প্ৰতিবাদ হৈছিল।

আদালতে প্ৰজ্জ্বলৰ বিৰুদ্ধে ধৰ্ষণ, যৌন নিৰ্যাতন, অসংখ্য মহিলাক নিৰ্যাতন আৰু শাৰীৰিক আক্ৰমণৰ অভিযোগ উত্থাপন কৰিছে। অৱশ্যে তেওঁৰ বিৰুদ্ধে মাত্ৰ চাৰিখন এজাহাৰহে দাখিল কৰা হয়।

এই ঘটনা পোহৰলৈ অহাৰ পাছত যোৱা বছৰ ২৬ এপ্ৰিলত জাৰ্মানীলৈ পলায়ন কৰিছিল প্ৰজ্জ্বলে।

তাৰপিছতে ৩১ মে’ত ভাৰতলৈ উভতি অহাৰ লগে লগে আৰক্ষীয়ে বিমানবন্দৰৰ পৰাই তেওঁক গ্ৰেপ্তাৰ কৰে। বৰ্তমান প্ৰজ্জ্বল বেংগালুৰুৰ এখন কাৰাগাৰত বন্দী হৈ আছে।

আদালতত বিশেষ তদন্ত কমিটিয়ে ২১৪৪ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিছিল। য’ত প্ৰায় ১৫০ জন লোকৰ সাক্ষ্য লিপিবদ্ধ কৰা হৈছিল। এছ আই টিৰ চাৰ্জশ্বীটত প্ৰজ্জ্বলে চাৰিগৰাকী মহিলাক ধৰ্ষণ কৰা বুলি উল্লেখ আছে। লগতে ৭০ গৰাকী মহিলাৰ সৈতে যৌন কাৰ্যকলাপৰ ভিডিঅ’ ৰেকৰ্ডিং কৰিছে। তেওঁ প্ৰায় ২০০০টা এনে ভিডিঅ’ ক্লিপ নিৰ্মাণ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd