• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধৰ্ষণৰ গোচৰত জামিনত জে’লৰ পৰা ওলাই আহি নিৰ্যাতিতাক প্ৰকাশ্যে গুলীচালনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2025 9:51 am
181
VIEWS
Share on FacebookShare on Twitter

ধৰ্ষণৰ গোচৰত জামিনত মুকলি কৰি দিয়াৰ পাছত অভিযুক্তই গুলীয়াই হত্যা কৰাৰ চেষ্টা চলায়। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে দিল্লীৰ বসন্ত বিহাৰ অঞ্চলত। শনিবাৰে আৰক্ষীয়ে এই তথ্য ৰাজহুৱা কৰে। জানিব পৰা মতে, এই ঘটনাত মূল অভিযুক্ত ছ’ফী আৰু তেওঁৰ সহযোগী অমন শুক্লাক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি মহিলাগৰাকীয়ে যোৱা বছৰ ছ’ফীৰ বিৰুদ্ধে ধৰ্ষণৰ এজাহাৰ দাখিল কৰিছিল। শেহতীয়াকৈ সেই গোচৰত অভিযুক্তৰ জামিন লাভ কৰা হৈছিল। জামিনত মুকলি কৰি দিয়াৰ পাছতে অভিযুক্তই হত্যাৰ ষড়যন্ত্ৰ কৰে। সেই অনুসৰি যোৱা ৩০ জুলাইত মহিলাগৰাকীয়ে অটোৰিক্সাত গৈ থকা অৱস্থাত অভিযুক্তই ক’লা মটৰ চাইকেলেৰে তেওঁক খেদি পঠিয়াইছিল। সুযোগ গ্ৰহণ কৰি মহিলাগৰাকীক উদ্দেশ্যি ওচৰৰ পৰা গুলীয়াচালনা কৰা হয়। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হয়। তেওঁলোকৰ উদ্যোগত পিচিআৰ ভ্যানত মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয়।

ইফালে ঘটনাৰ তদন্ত কৰি চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি যোৱা ৩১ জুলাইত অমন শুক্লাক গ্ৰেপ্তাৰ কৰে।তেওঁৰ মটৰ চাইকেলখনো জব্দ কৰে। পিছদিনা ১ আগষ্টত মূল অভিযুক্ত আবুজাইৰ শ্বাফীক গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ পৰা উদ্ধাৰ হৈছে এটা আগ্নেয়াস্ত্ৰ। ভুক্তভোগীৰ বক্তব্যৰ ভিত্তিত দিল্লীৰ বসন্ত বিহাৰ থানাত ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীৰ মতে, জেৰাৰ সময়ত অভিযুক্ত শ্বাফীয়ে স্বীকাৰ কৰে যে মহিলাগৰাকীয়ে তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰাত তেওঁ ক্ষুব্ধ হৈ পৰিছে। তেওঁ কেইবাবাৰো মহিলাগৰাকীৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁক এৰাই চলিছিল। যাৰ বাবে তেওঁ মহিলাগৰাকীক হত্যা কৰাৰ পৰিকল্পনা ৰচনা কৰে। ইফালে দিল্লীৰ ৰাজপথত দিনৰ পোহৰত হত্যাৰ এনে প্ৰচেষ্টাই ৰাজধানীৰ নিৰাপত্তাক লৈ প্ৰশ্ন জনসাধাৰণৰ মাজত উত্থাপন কৰিছে।

Recent News

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

বন বিভাগৰ অধীনৰ অঞ্চলত ধ্বংস যজ্ঞ! ফকিৰাগ্ৰামৰ ১৮ লাখ টকীয়া প্ৰকল্পৰ বৈধতাক লৈ উঠিছে প্ৰশ্ন

বন বিভাগৰ অধীনৰ অঞ্চলত ধ্বংস যজ্ঞ! ফকিৰাগ্ৰামৰ ১৮ লাখ টকীয়া প্ৰকল্পৰ বৈধতাক লৈ উঠিছে প্ৰশ্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd