• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অপাৰেচন সিন্দুৰত পাঁচখন পাকিস্তানী যুঁজাৰু বিমান আৰু এখন এয়াৰক্ৰাফ্ট ধ্বংস কৰা হৈছিলঃ ভাৰতীয় বায়ুসেনাৰ মুৰব্বীৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2025 2:37 pm
122
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় বায়ুসেনাৰ মুৰব্বী মাৰ্শ্বাল এ পি সিঙে ৯ আগষ্টত প্ৰকাশ কৰিছিল যে ২০২৫ চনৰ ৭ মে’ত ২২ এপ্ৰিলৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে অপাৰেচন সিন্দুৰৰ সময়ত পাঁচখন পাকিস্তানী যুদ্ধ বিমান আৰু এখন বৃহৎ বিমান ধ্বংস কৰা হৈছিল। বেংগালুৰুত অনুষ্ঠিত হোৱা এয়াৰ চিফ মাৰ্শ্বাল এল এম কাট্ৰে মেম’ৰিয়েল লেকচাৰত ভাষণ দি সিঙে এই কথা উল্লেখ কৰে।

লগতে তেঁও কয় যে, ‘বিমানৰ বাহিৰেও বৃহৎ সংখ্যক ইউএভি আৰু ড্ৰ‘ন আছে, যাৰ কিছুমান মিছাইল আমাৰ ভূখণ্ডত পৰি গৈছিল;আমি সেইবোৰ উদ্ধাৰ কৰিছোঁ।বহুত ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে, যিবোৰ অধ্যয়ন কৰা হৈছে যাতে আমি জানিব পাৰো যে তেওঁলোকে কি কৰিছিল, ক’ৰ পৰা নিক্ষেপ কৰা হৈছিল, কি পথ অনুসৰণ কৰিছিল, কেনেধৰণৰ ব্যৱস্থা আছিল, কি প্ৰজন্মৰ আছিল, কেনে ধৰণৰ বৈশিষ্ট্য আছিল, ইত্যাদি।’

মাৰ্শ্বাল এ পি সিঙে মূল ভাষণ প্ৰদান কৰাৰ পাছত সেৱা আগবঢ়োৱা আৰু অৱসৰপ্ৰাপ্ত বায়ুসেনাৰ জোৱানসকলৰ সৈতেও মত বিনিময় কৰে।

Recent News

বাংলাদেশৰ পৰা আক্ৰমণৰ আশংকা; সতৰ্কতা জাৰি ইন্টেলিজেঞ্চ ব্যুৰোৰ

বাংলাদেশৰ পৰা আক্ৰমণৰ আশংকা; সতৰ্কতা জাৰি ইন্টেলিজেঞ্চ ব্যুৰোৰ

বাথৰুমত মোবাইল ব্যৱহাৰৰ ফলত হ’ব পাৰে কোষ্ঠকাঠিন্য! চিকিৎসকৰ সতৰ্কবাণী

বাথৰুমত মোবাইল ব্যৱহাৰৰ ফলত হ’ব পাৰে কোষ্ঠকাঠিন্য! চিকিৎসকৰ সতৰ্কবাণী

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd