• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দাম্পত্য কন্দলৰ চৰম পৰিণতি! পত্নী আৰু দুই সন্তানক হত্যা কৰি পলায়ন যুৱকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2025 3:36 pm
175
VIEWS
Share on FacebookShare on Twitter

দিল্লীত এক ভয়ানক হত্যাকাণ্ড। পত্নী আৰু দুটা সন্তানক হত্যা কৰাৰ অভিযোগ এজন যুৱকৰ বিৰুদ্ধে উত্থাপন হৈছে। শুকুৰবাৰে নিশা ৰাজধানীৰ কৰোৱাল নগৰত সংঘটিত হয় এই হত্যাকাণ্ড। আৰক্ষীয়ে জনোৱা মতে, দীৰ্ঘদিন ধৰি দম্পতীহালৰ মাজত অশান্তিৰ সৃষ্টি হৈছিল। শুকুৰবাৰে নিশা তৰ্ক-বিতৰ্কৰ অন্তত যুৱকজনে খং হেৰুৱাই পেলায়। ইয়াৰ পিছত তেওঁ পত্নী লগতে পাঁচ আৰু সাত বছৰ বয়সৰ দুগৰাকী কন্যাক হত্যা কৰিছিল।

তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে আহি মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। যদিও পলাতক অভিযুক্তক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই।

চলিত সপ্তাহৰ আৰম্ভণিতে দিল্লীত সংঘটিত হৈছিল আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড। সাধুৰ পোছাক পৰিহিত এজন যুৱকে প্ৰাক্তন পত্নীৰ ঘৰত প্ৰৱেশ কৰি হাতুৰীৰে হত্যা কৰে। বুধবাৰে মাজনিশা প্ৰায় দক্ষিণ দিল্লীৰ নেব সাৰণিত সংঘটিত হয় এই হত্যাকাণ্ড। বিষয়টো পোহৰলৈ আহে কেইবা ঘণ্টাৰ পাছত, পুৱাৰ ভাগত চুবুৰীয়াই মৃত কিৰণ ঝাৰৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰে। প্ৰথম অৱস্থাত এই হত্যাকাণ্ড কিয় সংঘটিত হ’ল সেয়া স্পষ্ট হোৱা নাছিল। পুৱা প্ৰায় ৪ বজাত আৰক্ষীয়ে এই তথ্য লাভ কৰে। এজন আৰক্ষী বিষয়াই জনোৱা মতে, অঞ্চলটোৰ চিচিটিভি ফুটেজ চাই অভিযুক্তক চিনাক্ত কৰা হৈছে।

Recent News

শপতনামা দিয়ক অন্যথা ক্ষমা খোজকঃ ৰাহুল গান্ধীলৈ কঠোৰ পত্ৰ নিৰ্বাচন আয়োগৰ

শপতনামা দিয়ক অন্যথা ক্ষমা খোজকঃ ৰাহুল গান্ধীলৈ কঠোৰ পত্ৰ নিৰ্বাচন আয়োগৰ

ভাৰতীয় বিমানৰ বাবে আকাশমাৰ্গ বন্ধ কৰাৰ পাছত ১২৭ কোটি টকাৰ লোকচানৰ সন্মুখীন পাকিস্তান

ভাৰতীয় বিমানৰ বাবে আকাশমাৰ্গ বন্ধ কৰাৰ পাছত ১২৭ কোটি টকাৰ লোকচানৰ সন্মুখীন পাকিস্তান

ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা অস্বাভাৱিক বৃদ্ধি; বছৰৰ প্ৰথম ৬ মাহতে মৃত্যু ২৯ হাজাৰৰ

ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা অস্বাভাৱিক বৃদ্ধি; বছৰৰ প্ৰথম ৬ মাহতে মৃত্যু ২৯ হাজাৰৰ

পথৰ কুকুৰক খাদ্যৰে প্ৰলোভিত কৰি ধৰ্ষণ! বন্ধুৱে কৰা ভিডিঅ’ৰ ভিত্তিত গ্ৰেপ্তাৰ এজন যুৱক

পথৰ কুকুৰক খাদ্যৰে প্ৰলোভিত কৰি ধৰ্ষণ! বন্ধুৱে কৰা ভিডিঅ’ৰ ভিত্তিত গ্ৰেপ্তাৰ এজন যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd