• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাৰি সন্তানৰ মাতৃ হ’ল কেশৰী : অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন অতিথি

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
August 11, 2025 4:49 pm
67
VIEWS
Share on FacebookShare on Twitter

অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম পালে চাৰিটা সিংহ পোৱালিয়ে। দেওবাৰে বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে সদৰী কৰিছে এই কথা।

যোৱা ২৪ জুলাইত কেশৰী নামৰ সিংহিনী জনীয়ে জন্ম দিয়ে চাৰিটা পোৱালী।

আনন্দ প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘আমি এই কথা ঘোষণা কৰি উৎফুল্লিত হৈছো যে ২০২৫ চনৰ ২৪ জুলাইত আমাৰ মৰমৰ এছিয়াটিক সিংহনী কেশৰীয়ে অসম ৰাজ্যিক চিৰিয়াখানাত চাৰিটা সুস্থ পোৱালি জন্ম দিলে।

এছিয়াটিক সিংহ (Panthera leo persica) হৈছে বিলুপ্তপ্ৰায় প্ৰজাতি আৰু ই ভাৰতৰ স্থানীয় প্ৰজাতি।

Recent News

৫০০ কোটি আলোকবৰ্ষ দূৰত মহাজাগতিক দানব; ৩৬ বিলিয়ন সূৰ্য্যৰ ভৰ বিশিষ্ট কৃষ্ণগহ্বৰ আৱিষ্কাৰ

৫০০ কোটি আলোকবৰ্ষ দূৰত মহাজাগতিক দানব; ৩৬ বিলিয়ন সূৰ্য্যৰ ভৰ বিশিষ্ট কৃষ্ণগহ্বৰ আৱিষ্কাৰ

চাৰি সন্তানৰ মাতৃ হ’ল কেশৰী : অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন অতিথি

চাৰি সন্তানৰ মাতৃ হ’ল কেশৰী : অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন অতিথি

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদী সমদলৰ সময়ত দিল্লী আৰক্ষীৰ হাতত আটক ৰাহুল গান্ধী

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদী সমদলৰ সময়ত দিল্লী আৰক্ষীৰ হাতত আটক ৰাহুল গান্ধী

নৱম শ্ৰেণীৰ পৰাই কিতাপ খুলি পৰীক্ষা দিব পাৰিব চিবিএছইৰ শিক্ষাৰ্থীসকলে

নৱম শ্ৰেণীৰ পৰাই কিতাপ খুলি পৰীক্ষা দিব পাৰিব চিবিএছইৰ শিক্ষাৰ্থীসকলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd