• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰাখণ্ডৰ পিছত এইবাৰ জম্মু-কাশ্মীৰ; ডাৱৰ বিস্ফোৰণৰ ফলত কমেও ১২ জন লোকৰ মৃত্যু

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 14, 2025 3:05 pm
উত্তৰাখণ্ডৰ পিছত এইবাৰ জম্মু-কাশ্মীৰ; ডাৱৰ বিস্ফোৰণৰ ফলত কমেও ১২ জন লোকৰ মৃত্যু
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰাখণ্ডৰ পিছত এইবাৰ জম্মু-কাশ্মীৰ। কাশ্মীৰৰ চাসোটিত ডাৱৰ বিস্ফোৰণৰ বাবে হোৱা বৰষুণৰ ফলত এক বৃহৎ দুৰ্যোগৰ সৃষ্টি হৈছে। ডাৱৰ বিস্ফোৰণ ঘটি হোৱা বৰষুণৰ ফলত কমেও ১০ জন লোকৰ মৃত্যু হৈছে। হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল। উল্লেখ্য যে এই চোসিটিৰ পৰাই মাছাইল মাতাৰ যাত্ৰা আৰম্ভ হয়। তাত ডাৱৰ বিস্ফোৰণ ঘটি হোৱা বৰষুণৰ ফলত ব্যাপক ক্ষতি হোৱাৰ সম্ভাৱনা আছে। খবৰ পোৱা গৈছে যে ইতিমধ্যে কেইবাটাও পথ সম্পূৰ্ণৰূপে ধ্বংস হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কিষ্টৱাৰৰ উপায়ুক্তৰ সৈতে কথা পাতিছে বুলি জানিবলৈ দিয়ে। তেওঁ স্থানীয় বিধায়কগৰাকীৰ সৈতেও বাৰ্তালাপ কৰে।

তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘চোসিটি অঞ্চলত প্ৰচণ্ড ডাৱৰ বিস্ফোৰণ ঘটি বৰষুণ হৈছে, যাৰ বাবে ব্যাপক ক্ষতি হ’ব পাৰে। ইতিমধ্যে প্ৰশাসনে উদ্ধাৰকাৰী দলক সেই স্থানলৈ প্ৰেৰণ কৰিছে। উদ্ধাৰৰ পিছত আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।’

Just now spoke to DC Kishtwar Sh Pankaj Kumar Sharma after receiving an urgent message from LoP #JammuAndKashmir and local MLA Sh Sunil Kumar Sharma.

Massive cloud burst in Chositi area, which could result in substantial casualty. Administration has immediately swung into…

— Dr Jitendra Singh (@DrJitendraSingh) August 14, 2025

সূত্ৰ অনুসৰি জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, সেনা আৰু আৰক্ষীক উদ্ধাৰ অভিযানত যোগদান কৰিবলৈ নিৰ্দেশ দিছে।

প্রাকৃতিক দুৰ্যোগত কিমান ক্ষয়-ক্ষতিৰ পৰিসৰ বা মৃত্যু হোৱা লোকৰ সংখ্যা সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য পোৱা হোৱা নাই। সম্প্ৰতি সেই দিশৰ তদন্ত অব্যাহত ৰাখিছে প্ৰশাসনে।

অৱশ্যে অসমৰ্থিত সূত্ৰই জনোৱা মতে, ইতিমধ্যে ১২ জন লোকৰ মৃত্যু হৈছে। পৰিস্থিতি ইমানেই ভয়াৱহ যে হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে। ইতিমধ্যে চাসোটি অঞ্চলৰ কেইবাটাও পথ জাহ যোৱাৰ ছবি পোহৰলৈ আহিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 পথৰ কুকুৰক হত্যা কৰাৰ কথা কোনেও কোৱা নাই! উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ স্পষ্টীকৰণ

 পথৰ কুকুৰক হত্যা কৰাৰ কথা কোনেও কোৱা নাই! উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ স্পষ্টীকৰণ

August 14, 2025 3:25 pm
উত্তৰাখণ্ডৰ পিছত এইবাৰ জম্মু-কাশ্মীৰ; ডাৱৰ বিস্ফোৰণৰ ফলত কমেও ১২ জন লোকৰ মৃত্যু

উত্তৰাখণ্ডৰ পিছত এইবাৰ জম্মু-কাশ্মীৰ; ডাৱৰ বিস্ফোৰণৰ ফলত কমেও ১২ জন লোকৰ মৃত্যু

August 14, 2025 3:05 pm
‘বাস্তৱক অস্বীকাৰ কৰাটো অসম্ভৱ’! কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ ক্ষেত্ৰত পেহেলগামক বাধা হিচাপে গণ্য কৰিছে উচ্চতম ন্যায়ালয়ে

‘বাস্তৱক অস্বীকাৰ কৰাটো অসম্ভৱ’! কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ ক্ষেত্ৰত পেহেলগামক বাধা হিচাপে গণ্য কৰিছে উচ্চতম ন্যায়ালয়ে

August 14, 2025 1:37 pm
অগ্নিবীৰৰ স্থায়ী নিযুক্তিৰ পথ প্ৰশস্ত কৰিলে অপাৰেচন সিন্দূৰে…

অগ্নিবীৰৰ স্থায়ী নিযুক্তিৰ পথ প্ৰশস্ত কৰিলে অপাৰেচন সিন্দূৰে…

August 14, 2025 1:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 পথৰ কুকুৰক হত্যা কৰাৰ কথা কোনেও কোৱা নাই! উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ স্পষ্টীকৰণ

 পথৰ কুকুৰক হত্যা কৰাৰ কথা কোনেও কোৱা নাই! উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ স্পষ্টীকৰণ

August 14, 2025 3:25 pm
উত্তৰাখণ্ডৰ পিছত এইবাৰ জম্মু-কাশ্মীৰ; ডাৱৰ বিস্ফোৰণৰ ফলত কমেও ১২ জন লোকৰ মৃত্যু

উত্তৰাখণ্ডৰ পিছত এইবাৰ জম্মু-কাশ্মীৰ; ডাৱৰ বিস্ফোৰণৰ ফলত কমেও ১২ জন লোকৰ মৃত্যু

August 14, 2025 3:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd