• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ঐতিহাসিক দৃষ্টান্ত’, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ভাষণত অপাৰেচন সিন্দুৰৰ মুকলি প্ৰশংসা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 15, 2025 7:30 am
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অপাৰেচন সিন্দুৰৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি সকলো ভাৰতীয়ই ভাৰতীয় সেনাক ধন্যবাদ জনাইছিল। আনকি ভৱিষ্যতে যদি পাকিস্তানে এনেধৰণৰ আক্ৰমণ পুনৰ সংঘটিত কৰে তেন্তে ভাৰতে প্ৰতিশোধ ল’বলৈ কুণ্ঠাবোধ নকৰে বুলিও সকীয়াই দিছিল মোদীয়ে। আৰু শুকুৰবাৰে ১৫ আগষ্টৰ ভাৰতৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ‘অপাৰেচন সিন্দুৰ’ক ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজৰ ‘ঐতিহাসিক দৃষ্টান্ত’ বুলি অভিহিত কৰে।

যোৱা এপ্ৰিল মাহত ৰাষ্ট্ৰপতিগৰাকীয়ে পেহেলগামত নিৰীহ সাধাৰণ নাগৰিকৰ ওপৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক “কাপুৰুষ আৰু নিষ্ঠুৰ” বুলি অভিহিত কৰিছে। সেই আক্ৰমণৰ প্ৰতি ভাৰতৰ সঁহাৰিকো তেওঁ “দৃঢ় প্ৰতিজ্ঞ আৰু নিৰ্ণায়ক” বুলি অভিহিত কৰে।

Apply Now

দেশবাসীক সম্বোধন কৰি দ্ৰৌপদী মুৰ্মুৱে লগতে কয়, ‘অপাৰেচন সিন্দুৰে দেখুৱাইছে যে আমাৰ সশস্ত্ৰ বাহিনী দেশৰ সুৰক্ষাৰ বাবে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সম্পূৰ্ণৰূপে সাজু। সন্ত্ৰাসবাদৰ বিৰুদ্ধে মানৱতাৰ যুঁজৰ ইতিহাসত এয়া এক অনন্য নিদৰ্শন হ’ব।

উল্লেখ্য যে ২২ এপ্ৰিলত কাশ্মীৰৰ পেহেলগামৰ বৈছাৰনী উপত্যকাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬জন নিৰীহ ভাৰতীয় নাগৰিক নিহত হৈছিল। এই আক্ৰমণে সমগ্ৰ ভাৰতবৰ্ষতে ক্ষোভৰ সৃষ্টি কৰিছিল। পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনে এই আক্ৰমণৰ দায়িত্ব গ্ৰহণ কৰিও পিছত অস্বীকাৰ কৰে। এই নৃশংস হত্যাকাণ্ডৰ প্ৰতি সঁহাৰি জনাই ভাৰতে ৭ মে’ত অপাৰেচন সিন্দুৰ আৰম্ভ কৰে।

এই অভিযানত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত বিমান আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণ সংঘটিত কৰা হয়। ভাৰতীয় বায়ুসেনাৰ নিখুঁত আক্ৰমণত এশৰো অধিক সন্ত্ৰাসবাদী নিহত হয়। ইয়াৰ প্ৰতিশোধ স্বৰূপে পাকিস্তানে কাপুৰুষতাৰে জম্মু-কাশ্মীৰৰ সাধাৰণ মানুহৰ ওপৰত মিছাইল আৰু ড্ৰ’ন আক্ৰমণ চলায়। কিন্তু ভাৰতৰ এয়াৰ ডিফেন্সে ইয়াক সঠিকভাৱে প্ৰতিহত কৰি বিনিময়ত পাকিস্তানৰ বিমান ঘাটিত আঘাত কৰে।

 ভাৰতৰ আত্মনিৰ্ভৰশীল প্ৰতিৰক্ষা প্ৰযুক্তিৰ সফলতা সমগ্ৰ বিশ্বক এই অভিযানত স্পষ্ট কৰি দিয়া হৈছিল। এই অভিযানত ভাৰতীয় বায়ুসেনাৰ বিভিন্ন ক্ষেপণাস্ত্ৰৰ পৰা আৰম্ভ কৰি ব্ৰাহ্মোছলৈকে দেশীয় অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল।

ভাৰতৰ নিখুঁত আৰু সংযত প্ৰতিক্ৰিয়াই সমগ্ৰ বিশ্বতে প্ৰশংসা লাভ কৰিছে। স্বাধীনতা দিৱসৰ পূৰ্বে ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়, “পেহেলগাম আক্ৰমণৰ পিছত সমগ্ৰ দেশে ঐক্যবদ্ধভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। আমাৰ মাজত বিভাজন সৃষ্টি কৰিব বিচৰাসকলৰ বাবে এইটো আছিল আটাইতকৈ উপযুক্ত উত্তৰ।”

তেওঁ লগতে কয়, “বিশ্বই এতিয়া উপলব্ধি কৰিছে যে ভাৰত কেতিয়াও আক্ৰমণাত্মক নহ’ব, কিন্তু নিজৰ নাগৰিকক সুৰক্ষা দিবলৈ প্ৰতিৰক্ষামূলকভাৱে সঁহাৰি জনাবলৈ কুণ্ঠাবোধ নকৰিব।”

ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে অপাৰেচন সিন্দুৰ আচলতে ‘আত্মনিৰ্ভৰ ভাৰত’ পদক্ষেপ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি। তেওঁৰ ভাষাত, “এই অভিযানৰ ফলাফলে প্ৰমাণ কৰিছে যে আমি সঠিক দিশত আগবাঢ়িছো।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd