• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জম্মু-কাশ্মীৰৰ ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি; এতিয়াও সন্ধানহীন বহু লোক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 15, 2025 10:04 am
জম্মু-কাশ্মীৰৰ ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি; এতিয়াও সন্ধানহীন বহু লোক
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু-কাশ্মীৰৰ কিষ্টোৱাৰ জিলাৰ চাসোটিত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্ট বানত মৃত্যু হোৱা লোকৰ সংখ্যা দ্ৰুত বৃদ্ধি পাইছে। শুকুৰবাৰে পুৱা লাভ কৰা শেহতীয়া খবৰ অনুসৰি এতিয়ালৈকে কমেও ৫০ জন লোকৰ মৃত্যু হৈছে। আনহাতে, এতিয়াও বহু লোক সন্ধানহীন হৈ আছে।

এই পৰিস্থিতিত মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। ইফালে এই পৰ্যন্ত ১০০ জন আহত লোকক উদ্ধাৰ কৰা হৈছে। এতিয়াও অব্যাহত আছে উদ্ধাৰৰ কাম।

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই কয় যে তেওঁ জিলা প্ৰশাসন, আৰক্ষী, ভাৰতীয় সেনা, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীক ক্ষিপ্ৰ উদ্ধাৰ কামৰ বাবে নিৰ্দেশ দিছে।

উপাযুক্ত পংকজ কুমাৰ শৰ্মাই সংবাদ মাধ্যমক জনোৱা মতে, এশৰো অধিক লোক আহত হৈছে। কেইবাজনো লোক সন্ধানহীন হোৱাত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি উদ্ধাৰকাৰী দলে আশংকা কৰিছে।

ইপিনে, প্রাথমিকভাৱে এই প্রাকৃতিক দুর্যোগ ‘মাছেল যাত্ৰা’ পথত সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে৷ এইবাৰ ২৫ জুলাইৰ পৰা আৰম্ভ হৈছে ৩০ কিলোমিটাৰ দীঘলীয়া ‘মাছেল যাত্ৰা’।‘মাছেল মাতা’ মন্দিৰ (দুৰ্গা মন্দিৰ) পাবলৈ পাহাৰ বগাই যাব লাগিব। জম্মু-কাশ্মীৰৰ অন্যতম জনপ্ৰিয় এই তীৰ্থযাত্ৰা ৫ ছেপ্টেম্বৰলৈকে চলি থকাৰ কথা আছিল।এই তীৰ্থযাত্ৰাত হাজাৰ হাজাৰ তীৰ্থযাত্ৰীয়ে অংশগ্ৰহণ কৰে। সদ্যহতে স্থগিত ৰখা হৈছে ‘মাছেল মাতা যাত্ৰা’।

আনহাতে, কিষ্টৱাৰত হোৱা ধাৰাসাৰ বৰষুণে ভক্তসকলৰ সামূহিক পাকঘৰটো উটুৱাই লৈ যায়। ইপিনে কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ এজন বিষয়াৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আন তিনিজন লোক সন্ধানহীন হৈ আছে। সমগ্ৰ অঞ্চলটোত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি এইমছ এৰি গুচি গৈছে চিকিৎসকসকল! ২০২২-২৪ চনত এই সংখ্যা ৪০০ৰো অধিক

দেশজুৰি এইমছ এৰি গুচি গৈছে চিকিৎসকসকল! ২০২২-২৪ চনত এই সংখ্যা ৪০০ৰো অধিক

August 15, 2025 11:26 am
জম্মু-কাশ্মীৰৰ ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি; এতিয়াও সন্ধানহীন বহু লোক

জম্মু-কাশ্মীৰৰ ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি; এতিয়াও সন্ধানহীন বহু লোক

August 15, 2025 10:04 am
অপাৰেচন সিন্দুৰত দেখুওৱা বীৰত্বৰ বাবে শৌৰ্য্য চক্ৰৰে সন্মানিত অসমৰ মেজৰ ভাৰ্গৱ কলিতা

অপাৰেচন সিন্দুৰত দেখুওৱা বীৰত্বৰ বাবে শৌৰ্য্য চক্ৰৰে সন্মানিত অসমৰ মেজৰ ভাৰ্গৱ কলিতা

August 15, 2025 9:16 am
‘ভাৰতে পাৰমাণৱিক যুদ্ধৰ ভাবুকি সহ্য নকৰে’, স্বাধীনতা দিৱসৰ ভাষণত পাকিস্তানক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

‘ভাৰতে পাৰমাণৱিক যুদ্ধৰ ভাবুকি সহ্য নকৰে’, স্বাধীনতা দিৱসৰ ভাষণত পাকিস্তানক প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

August 15, 2025 8:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি এইমছ এৰি গুচি গৈছে চিকিৎসকসকল! ২০২২-২৪ চনত এই সংখ্যা ৪০০ৰো অধিক

দেশজুৰি এইমছ এৰি গুচি গৈছে চিকিৎসকসকল! ২০২২-২৪ চনত এই সংখ্যা ৪০০ৰো অধিক

August 15, 2025 11:26 am
জম্মু-কাশ্মীৰৰ ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি; এতিয়াও সন্ধানহীন বহু লোক

জম্মু-কাশ্মীৰৰ ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি; এতিয়াও সন্ধানহীন বহু লোক

August 15, 2025 10:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd