• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 16, 2025 10:57 am
গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

ফটোঃ সংগ্ৰহীত।

188
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাৰ্কিং লটত ৰখাই থোৱা এখন গাড়ীৰ পৰা উদ্ধাৰ হৈছে দুই শিশু ভাতৃ-ভগ্নীৰ মৃতদেহ। শুকুৰবাৰে সন্ধিয়া বিহাৰৰ পাটনাৰ ইন্দ্ৰপুৰী পথত সংঘটিত হয় এই ঘটনা। আৰক্ষীয়ে জনোৱা মতে, দুয়োৰে শৰীৰত পোৰাৰ দাগ আছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, মৃত ভাতৃ-ভগ্নীৰ নাম হৈছে দীপক কুমাৰ (৫) আৰু লক্ষ্মী (৭)। শুকুৰবাৰে নিশা প্ৰায় ১২:৩০ বজাত পঢ়া-শুনাৰ বাবে ঘৰৰ ওচৰৰ গৃহ শিক্ষয়িত্ৰীৰ ঘৰলৈ গৈছিল।

কিন্তু সময় পাৰ হৈ যোৱাৰ পাছতো ঘৰলৈ উভতি নহাত মাতৃ কিৰণ দেৱীয়ে আবেলি প্ৰায় ৪ বজাত গৃহ শিক্ষয়িত্ৰীক ফোন কৰে। মাতৃগৰাকীৰ মতে, শিক্ষয়িত্ৰীগৰাকীয়ে কয় যে দুয়োজনেই বহু আগতেই তেওঁলোকৰ ঘৰৰ পৰা ওলাই গৈছিল।

কিৰণৰ এজাহাৰ পোৱাৰ পিছতে আৰক্ষীয়ে দুয়োজনক বিচাৰি তালাচী চলায়। সন্ধিয়া প্ৰায় ৭ বজাত দীপকৰ ঘৰৰ সমীপত ৰখাই থোৱা এখন গাড়ীৰ পৰা  ভাতৃ-ভগ্নীক উদ্ধাৰ কৰে।

আৰক্ষী অধীক্ষক মহম্মদ হাবিবুল্লাই জনোৱা মতে, উদ্ধাৰ কৰাৰ পিছতো ছোৱালীজনী জীয়াই আছিল। দুয়োকে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। চিকিৎসকে দীপকক মৃত বুলি ঘোষণা কৰে। চিকিৎসাৰ সময়ত লক্ষ্মীৰো মৃত্যু হয়। দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, কিৰণ দেৱীয়ে গৃহ শিক্ষয়িত্ৰীৰ অত্যাচাৰৰ বাবে সন্তানৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে। মহিলাগৰাকীয়ে শিক্ষয়িত্ৰীগৰাকীৰ  বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰিছে।

আৰক্ষীয়ে শিক্ষয়িত্ৰীগৰাকীৰ জেৰা অব্যাহত ৰাখিছে। যিখন গাড়ীৰ পৰা মৃতদেহ দুটা উদ্ধাৰ কৰা হৈছে সেই গাড়ীখনৰ মালিককো বিচাৰি থকা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় দলৰ পৰা বাদ পৰাৰ ১৬ বছৰ পিছত এইগৰাকী ক্ৰিকেটাৰক কাঠগড়াত তুলিলে ইৰফান পাঠানে  

ভাৰতীয় দলৰ পৰা বাদ পৰাৰ ১৬ বছৰ পিছত এইগৰাকী ক্ৰিকেটাৰক কাঠগড়াত তুলিলে ইৰফান পাঠানে  

August 16, 2025 1:35 pm
স্বাধীনতা দিৱসৰ দিনাই উত্তপ্ত অসম–নগালেণ্ড সীমান্ত : তিনি অসমীয়া যুৱকক নগাৰ নৃশংস আক্ৰমণ

স্বাধীনতা দিৱসৰ দিনাই উত্তপ্ত অসম–নগালেণ্ড সীমান্ত : তিনি অসমীয়া যুৱকক নগাৰ নৃশংস আক্ৰমণ

August 16, 2025 1:28 pm
ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

August 16, 2025 12:06 pm
গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

August 16, 2025 10:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় দলৰ পৰা বাদ পৰাৰ ১৬ বছৰ পিছত এইগৰাকী ক্ৰিকেটাৰক কাঠগড়াত তুলিলে ইৰফান পাঠানে  

ভাৰতীয় দলৰ পৰা বাদ পৰাৰ ১৬ বছৰ পিছত এইগৰাকী ক্ৰিকেটাৰক কাঠগড়াত তুলিলে ইৰফান পাঠানে  

August 16, 2025 1:35 pm
স্বাধীনতা দিৱসৰ দিনাই উত্তপ্ত অসম–নগালেণ্ড সীমান্ত : তিনি অসমীয়া যুৱকক নগাৰ নৃশংস আক্ৰমণ

স্বাধীনতা দিৱসৰ দিনাই উত্তপ্ত অসম–নগালেণ্ড সীমান্ত : তিনি অসমীয়া যুৱকক নগাৰ নৃশংস আক্ৰমণ

August 16, 2025 1:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd