• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন ছিজনৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত; অধিনায়কত্বৰ পৰা পদত্যাগ অজিংক্য ৰাহানেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 21, 2025 4:41 pm
52
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰিকেট অনুৰাগীৰ মাজত ভাৰতৰ এছিয়া কাপৰ দলক লৈ চৰ্চা চলি আছে। তাৰ মাজতে খবৰৰ শিৰোনামত অজিংক্য ৰাহানে। নতুন ঘৰুৱা ক্ৰিকেট ছিজন আৰম্ভ হোৱাৰ পূৰ্বে তেওঁ অধিনায়ক পদৰ পৰা পদত্যাগ কৰে। পৰৱৰ্তী ছিজনত তেওঁক পুনৰ মুম্বাইত নেতৃত্ব দিয়া দেখা নাযাব।

২০১৮-১৯ বৰ্ষত মুম্বাইৰ অধিনায়ক হৈছিল ৰাহানে। তেওঁৰ নেতৃত্বত এই ৭ বছৰত মুম্বাইয়ে কেইবাখনো গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাত জয়লাভ কৰিছে। বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত এটা পোষ্ট যোগে ৰাহানেই অধিনায়ক পদৰ পৰা পদত্যাগ কৰাৰ বাৰ্তা প্ৰদান কৰে। কিন্তু তেওঁ কিয় এনে সিদ্ধান্ত ল’লে?

Apply Now

নিজৰ এক্স হেণ্ডেলত এটা পোষ্টত ৰাহানে কয় যে নতুন কোনোবা এজনক অধিনায়ক হিচাপে গঢ়ি তোলাৰ এইটো সঠিক সময়। তেওঁ লিখিছে, ‘মুম্বাইক নেতৃত্ব দি এই দলৰ বাবে ট্ৰফী লাভ কৰাটো এক গৌৰৱৰ কথা। ঘৰুৱা ক্ৰিকেটৰ নতুন ছিজন আৰম্ভ হ’ব। মই ভাবো নতুন কোনোবা এজনক অধিনায়ক হিচাপে গঢ়ি তোলাৰ এইটোৱে উপযুক্ত সময়। গতিকে মই এই পদৰ পৰা আঁতৰিছো। অহা ছিজনত মুম্বাইক ট্ৰফী জয় কৰাত সহায় কৰিবলৈ ক্ৰিকেটাৰ হিচাপে মোৰ শ্ৰেষ্ঠখিনি দিবলৈ সাজু।’

৭ বছৰীয়া শূন্যতাৰ অন্তত ২০২২-২৩ চনত ৰাহানে মুম্বাইক ৰঞ্জী ট্ৰফী জয়ত নেতৃত্ব দিছিল। তদুপৰি ২০২২-২৩ ছিজনত মুম্বাইয়ে চৈয়দ মুস্তাক আলী ট্ৰফী আৰু দুলীপ ট্ৰফীতো জয় লাভ কৰে। ২০২৪ চনত তেওঁৰ নেতৃত্বত মুম্বাইয়ে ইৰানী কাপতো জয়লাভ কৰিছিল।

অৱশ্যে শেহতীয়াকৈ ৰাহানেৰ ফৰ্ম ভাল হৈ থকা নাই। আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক হিচাপেও তেওঁ ব্যৰ্থ হৈছে। তেওঁৰ দল নিৰ্বাচন আৰু বিভিন্ন মেচ কৌশল সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে। বেটিঙত ১৩খন মেচত ৩৯০ ৰান সংগ্ৰহ কৰিছে। এইবাৰ মুম্বাই নেতৃত্ব ত্যাগ কৰাৰ পিছত বিশেষজ্ঞসকলৰ মতে কেকেআৰে ৰাহানেকো অধিনায়কৰ পদৰ পৰা আঁতৰাব পাৰে।

Captaining and winning championships with the Mumbai team has been an absolute honour.

With a new domestic season ahead, I believe it’s the right time to groom a new leader, and hence I’ve decided not to continue in the captaincy role.

I remain fully committed to giving my best…

— Ajinkya Rahane (@ajinkyarahane88) August 21, 2025

আগন্তুক দুলীপ ট্ৰফীৰ বাবেও ৰাহানেক পশ্চিম মণ্ডলৰ দলৰ পৰা আঁতৰাই ৰখা হৈছে। শাৰ্দুল ঠাকুৰক অধিনায়কত্ব দিয়া হৈছে। ১৭ বছৰীয়া আয়ুষ মাত্ৰেক বুচি বাবু টুৰ্ণামেন্টত মুম্বাইৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। অৱশ্যে ঘৰুৱা ক্ৰিকেটত মুম্বাইক নেতৃত্ব দিয়াৰ দৌৰত আছে শ্ৰেয়াছ আয়াৰ আৰু সূৰ্যকুমাৰ যাদৱ। আলোচনাত শ্বাৰ্দুলৰ নামো আহি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd