• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 21, 2025 6:42 pm
77
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমবাৰৰ বাবে ১৮ বছৰৰ ওপৰৰ লোকৰ বাবে অসমত আধাৰ কাৰ্ডৰ আবেদনৰ ক্ষেত্ৰত ব্যাপক বাধা আৰোপ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অবৈধ অনুপ্ৰৱেশকাৰীয়ে ভাৰতীয় নাগৰিকত্বৰ নথি-পত্ৰ লাভ কৰাত বাধা দিয়াৰ বাবে এই পদক্ষেপক অপৰিহাৰ্য বুলি অভিহিত কৰিছে।

যিসকল ১৮ বছৰৰ ওপৰৰ যোগ্য নাগৰিকে এতিয়াও আধাৰ কাৰ্ড লাভকৰা নাই তেওঁলোকৰ বাবে ছেপ্টেম্বৰ মাহত মাত্ৰ এমাহৰ বাবে আবেদন কৰাৰ অনুমতি প্ৰদান কৰিছে ৰাজ্যিক কেবিনেটে।

Apply Now

এই সময়ছোৱাৰ পিছত জিলা উপায়ুক্তসকলে ব্যতিক্ৰমী ক্ষেত্ৰত কাৰ্ড প্ৰদানৰ একমাত্ৰ কৰ্তৃপক্ষ হিচাপে কাম কৰিব। যাৰ বাবে বিশেষ শাখা আৰু বিদেশী ন্যায়াধিকৰণৰ প্ৰতিবেদনকে ধৰি সম্পূৰ্ণ পৰীক্ষণৰ প্ৰয়োজন হ’ব।

এই নীতিয়ে প্ৰান্তীয় সম্প্ৰদায়ৰ বাবে উল্লেখযোগ্য ৰেহাইৰ সুবিধা দিছে। চাহ বাগিচাৰ শ্ৰমিক, অনুসূচিত জাতি, আৰু অনুসূচিত জনজাতিৰ ১৮ বছৰৰ ওপৰৰ লোকসকলে আৰু এবছৰলৈকে কোনো বাধা নোহোৱাকৈ আধাৰ কাৰ্ড লাভ কৰি থাকিব।

বৃহস্পতিবাৰৰ কেবিনেট বৈঠকৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “আমি নিশ্চিত কৰিব বিচাৰো যে কোনোৱে যাতে (অবৈধ বিদেশীয়ে) ৰাজ্যত প্ৰৱেশ কৰি অসমৰ পৰা আধাৰ কাৰ্ড লাভ কৰি নিজকে ভাৰতীয় নাগৰিক বুলি দাবী কৰিব নোৱাৰে। আমি সেই পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছো।”

মুখ্যমন্ত্ৰীয়ে সীমান্ত অতিক্ৰমি ঘটা অনুপ্ৰৱেশৰ মোকাবিলা কৰাৰ বাবে ৰাজ্যখনৰ অব্যাহত থকা প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে অসমে “সীমান্তৰে বাংলাদেশী নাগৰিকক ধাৰাবাহিকভাৱে উভতাই পঠিয়াইছে”। এই নতুন ব্যৱস্থাই অকৰ্তৃত্বশীল নথিপত্ৰৰ বিৰুদ্ধে চৰকাৰৰ অতিৰিক্ত সুৰক্ষা ব্যৱস্থা সৃষ্টিৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে।

সংশোধিত ব্যৱস্থাৰ অধীনত ছেপ্টেম্বৰৰ সময়সীমাৰ বাহিৰত যিকোনো আধাৰ কাৰ্ড জাৰি কৰাৰ ক্ষেত্ৰত জিলা উপায়ুক্তসকলে যথেষ্ট দায়িত্ব ল’ব। মুখ্যমন্ত্ৰীয়ে ইয়াক “অতি বিৰল” বুলি অভিহিত কৰি কয় যে “আধাৰ কাৰ্ড জাৰি কৰাৰ পূৰ্বে উপায়ুক্তই এছ বিৰ প্ৰতিবেদন, বিদেশী ন্যায়াধিকৰণৰ প্ৰতিবেদন পৰীক্ষা কৰিব লাগিব”।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপীড়িত অঞ্চললৈ হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাহায্য

বানপীড়িত অঞ্চললৈ হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাহায্য

August 7, 2026 6:11 pm
ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

August 7, 2026 5:09 pm
বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা ডিৱাইএফআইৰ ; কেন্দ্ৰক হেঁচা দি বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী

বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা ডিৱাইএফআইৰ ; কেন্দ্ৰক হেঁচা দি বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী

August 7, 2026 4:12 pm
‘স্বাধীনতা সংগ্ৰামীয়ে গুলী খাইছিল, আৰু সাংসদ হৈ কণীলৈ ভয়?’ উচ্চতম ন্যায়ালয়ত খাৰিজ মহুৱা মৈত্ৰৰ আবেদন

‘স্বাধীনতা সংগ্ৰামীয়ে গুলী খাইছিল, আৰু সাংসদ হৈ কণীলৈ ভয়?’ উচ্চতম ন্যায়ালয়ত খাৰিজ মহুৱা মৈত্ৰৰ আবেদন

August 7, 2026 3:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপীড়িত অঞ্চললৈ হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাহায্য

বানপীড়িত অঞ্চললৈ হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাহায্য

August 7, 2026 6:11 pm
ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

August 7, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd