• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বীৰ লাচিত সেনাৰ নেতাৰ দুই নেতাক বহিষ্কাৰ : শ্বপিং মলত ৫ লাখ টকা দাবীৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 25, 2025 8:09 am
101
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাটত কট্টৰ জাতীয়তাবাদী সংগঠন বীৰ লাচিত সেনাৰ নেতাৰ বিৰুদ্ধে ধন দাবীৰ নতুন অভিযোগ উত্থাপন হৈছে। এই বিতৰ্কৰ ফলত জিলা প্ৰশাসন আৰু আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ বাবে তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছে।

খবৰ অনুসৰি বীৰ লাচিত সেনাৰ যোৰহাট জিলা শাখাৰ সভাপতি আদিত্য পানীফুকন আৰু সম্পাদক সুজিত দত্তৰ লগতে কেইজনমান সহযোগীয়ে যোৰহাটৰ চিটি কাৰ্ট মলৰ পৰিচালকৰ পৰা ৫ লাখ টকা কৰিছিল। চাঞ্চল্যকৰভাৱে স্থানীয় সাংবাদিকৰ নামত ধন দাবীৰ ভাবুকিও দিয়া হৈছিল।

Apply Now

বুধবাৰে এগৰাকী মহিলা কৰ্মচাৰীৰ সৈতে অসৎ আচৰণ কৰাৰ অভিযোগত চিটি কাৰ্টৰ ষ্ট’ৰ মেনেজাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পিছতে এই ঘটনাৰ সূচনা হয়। বীৰ লাচিত সেনাৰ সদস্যসকলে মলটোত সোমাই মেনেজাৰজনক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে ৰাজহুৱা স্থানত আঁঠু লৈবলৈ বাধ্য কৰা বুলি অভিযোগ উঠিছে।

পিছত আৰক্ষীয়ে মেনেজাৰজনক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। কিন্তু ২৪ ঘণ্টাৰ ভিতৰতে মল কৰ্তৃপক্ষই বীৰ লাচিত সেনাৰ নেতাসকলৰ দাবী পূৰণ নহ’লে চৌহদটো বন্ধ কৰি দিব বুলি বাৰে বাৰে ভাবুকি লাভ কৰিবলৈ ধৰিলে।

ইয়াৰ পিছতে যোৰহাট আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা (বিএনএছ)ৰ ধাৰা ৩০৮(৪), ৩৫১(২), আৰু ৩(৫)ৰ অধীনত বীৰ লাচিত সেনাৰ নেতা সুজিত দত্ত আৰু আদিত্যসাগৰ পানীফুকন আদিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

এই ঘটনাই সমগ্ৰ যোৰহাটত ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে। বহু স্থানীয় লোকে আৰক্ষী আৰু জিলা প্ৰশাসনৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰি জাতীয়তাবাদৰ নামত গোটটোক “সমান্তৰাল প্ৰশাসন” হিচাপে কাম কৰিবলৈ দিয়াৰ অভিযোগ উত্থাপন কৰিছে।

উল্লেখযোগ্য যে মাত্ৰ কেইদিনমান আগতে বীৰ লাচিত সেনাৰ সদস্যসকলে যোৰহাট পৌৰসভা ব’ৰ্ডৰ কাৰ্যালয়ৰ ভিতৰত হুলস্থুলৰ সৃষ্টি কৰিছিল, তথাপিও সেই সময়ত নাগৰিক সংস্থা বা প্ৰশাসনে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd