• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 26, 2025 11:14 am
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৭ আগষ্টৰ পৰা (বুধবাৰ) কাৰ্যকৰী হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে ভাৰতৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত আৰোপ কৰা অতিৰিক্ত ২৫ শতাংশ শুল্ক। এই শুল্কৰ ফলত ভাৰতীয় সামগ্ৰীৰ ওপৰত মুঠ শুল্ক ৫০ শতাংশলৈ বৃদ্ধি পাব। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতক শাস্তি দিয়াৰ উদ্দেশ্যে ট্ৰম্প প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল, যি ৰাছিয়াৰ অৰ্থনীতিক সহায় কৰা বুলি আমেৰিকাই বিবেচনা কৰিছিল। ট্ৰাম্প প্ৰশাসনে ইতিমধ্যে এই সন্দৰ্ভত খচৰা নিৰ্দেশনা প্ৰকাশ কৰিছে, যাক মঙলবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব।

প্ৰকাশিত তথ্য এই নিৰ্দেশনা আমেৰিকাৰ গৃহ নিৰাপত্তা বিভাগ আৰু শুল্ক আৰু সীমা সুৰক্ষা বিভাগৰ যোগেদি প্ৰস্তুত কৰা হৈছে। ৬ আগষ্টত ট্ৰাম্পে জাৰি কৰা কাৰ্যবাহী আদেশৰ ভিত্তিত এই শুল্ক আৰোপ কৰা হৈছে, য’ত ৰাছিয়াৰ সৈতে বাণিজ্য কৰাৰ ফলত সৃষ্টি হোৱা ভাবুকি প্ৰতিহত কৰাৰ কথা উল্লেখ কৰা হৈছে। নিৰ্দেশনাত কোৱা হৈছে যে ভাৰতে ৰাছিয়াৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেল ক্ৰয় কৰি ৰাছিয়াৰ অৰ্থনীতিক সহায় কৰিছে, যাৰ ফলত এই অতিৰিক্ত শুল্কৰ প্ৰয়োজন হৈছে। এই শুল্ক নিৰ্ধাৰিত সময়ৰ পিছত আমেৰিকাৰ বজাৰত প্ৰৱেশ কৰা বা গুদামৰ পৰা ওলোৱা ভাৰতীয় সামগ্ৰীৰ ওপৰত প্ৰযোজ্য হ’ব। ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱা ৯:৩১ বজাৰ পৰা এই শুল্ক কাৰ্যকৰী হ’ব।

Apply Now

ভাৰত চৰকাৰে এই শুল্কক প্ৰত্যাহ্বান জনোৱাৰ লগতে লইয়াক মানি লোৱা নাই বুলি স্পষ্টভাবে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে গুজৰাটৰ আহমেদাবাদত এক অনুষ্ঠানত কয় যে, “যিমানেই হেঁচা নাহক কিয়, ইয়াৰ সন্মুখীন হ’বলৈ শক্তি বৃদ্ধি কৰিম। ভাৰতক আত্মনিৰ্ভৰশীল কৰাৰ সংকল্প লৈছিলোঁ আৰু সেই পথত আগবাঢ়িছো।”

জনিব পৰামতে মঙলবাৰে নতুন দিল্লীত এক উচ্চ পৰ্যায়ৰ বৈঠকত এই শুল্কৰ প্ৰভাৱ আৰু ৰপ্তানিকাৰকসকলৰ ওপৰত ইয়াৰ প্ৰভাৱৰ পৰ্যালোচনা কৰা হৈছে। বাণিজ্য বিশেষজ্ঞসকলে কয় যে এই শুল্ক ভাৰতীয় উদ্যোগসমূহক ক্ষতিগ্ৰস্ত কৰিব পাৰে, কিন্তু ভাৰতে আন্তঃৰাষ্ট্ৰীয় বজাৰত বিকল্প বিচাৰি আত্মনিৰ্ভৰতা বৃদ্ধি কৰাৰ দিশত গুৰুত্ব দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

September 30, 2026 8:33 am
হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

September 30, 2026 7:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd