• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰৰ নতুন ঘোষণা! ঋণৰ ক্ষেত্ৰত এতিয়া বাধা নহ’ব চিবিল স্ক’ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 26, 2025 1:22 pm
কেন্দ্ৰৰ নতুন ঘোষণা! ঋণৰ ক্ষেত্ৰত এতিয়া বাধা নহ’ব চিবিল স্ক’ৰ
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভৱিষ্যতে আৰ্থিক সহায় লাভ কৰিবলৈ চিবিল স্ক’ৰ (CIBIL Score) ভাল হৈ থকাটো অত্যন্ত প্ৰয়োজনীয় বুলি ধৰা হ’লেও এতিয়া এই নিয়মত আহিছে পৰিৱৰ্তন। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ঘোষণা কৰিছে যে প্ৰথমবাৰৰ বাবে ঋণ লোৱাৰ ক্ষেত্ৰত চিবিল স্ক’ৰ কম হ’লেও বেংকে ঋণ প্ৰদান কৰিব লাগিব।

সময়ৰ সৈতে মানুহৰ দৈনন্দিন প্ৰয়োজনীয়তা বৃদ্ধি পাইছে। বহু সময়ত এই প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ উপাৰ্জন বা জমা ধন যথেষ্ট নোহোৱাত লোকসকলক ঋণৰ আশ্ৰয় ল’বলগা হয়। সাধাৰণতে বেংক বা বিত্তীয় প্ৰতিষ্ঠানে ঋণ প্ৰদানৰ পূৰ্বে ব্যক্তিজনৰ চিবিল স্ক’ৰ পৰীক্ষা কৰে। যদি সেই স্ক’ৰ ভাল নহয় তেতিয়া ঋণ লাভত অসুবিধা হয়।

কিন্তু এতিয়া কেন্দ্ৰই স্পষ্ট কৰিছে, প্ৰথমবাৰৰ বাবে ঋণৰ ক্ষেত্ৰত নূন্যতম চিবিল স্ক’ৰ বাধ্যতামূলক নহ’ব। অৰ্থাৎ, প্ৰথমবাৰৰ বাবে ঋণ লওঁতে স্ক’ৰ কম হ’লেও বেংকে আবেদন নাকচ কৰিব নোৱাৰে।

লোকসভাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে কৈছে যে ৰিজাৰ্ভ বেংকৰ গাইডলাইনতো ঋণৰ বাবে কোনো নূন্যতম ক্ৰেডিট স্ক’ৰ ৰ কথা উল্লেখ নাই। কেৱল ক্ৰেডিট হিষ্ট্ৰী নথকাৰ কাৰণে বেংকে আবেদন নাকচ কৰিব নোৱাৰে।

তথাপি আন ক্ষেত্ৰত বেংকে ক্ৰেডিট হিষ্ট্ৰী, ঋণ পৰিশোধত বিলম্ব, আৰু আন প্ৰয়োজনীয় তথ্য পৰীক্ষা কৰি ঋণ প্ৰদান কৰিব লাগিব বুলি স্পষ্ট নিৰ্দেশনা দিয়া হৈছে।

ইয়াৰ উপৰিও ক্ৰেডিট ইনফৰ্মেশ্যন কোম্পানীসমূহে ক্ৰেডিট ৰিপ’ৰ্ট প্ৰদানৰ বাবেহে সৰ্বাধিক ১০০ টকা ল’ব পাৰিব। ইয়াতকৈ অধিক ল’ব নোৱাৰিব বুলি সংসদত স্পষ্টকৈ উল্লেখ কৰিছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিযুক্তৰ বিৰুদ্ধে ঋণাত্মক প্ৰমাণ বিচাৰি নোপোৱাৰ অৰ্থ অভিযুক্তই তদন্তত সহযোগ নকৰাটো নুবুজায়ঃ উচ্চতম ন্যায়ালয়

অভিযুক্তৰ বিৰুদ্ধে ঋণাত্মক প্ৰমাণ বিচাৰি নোপোৱাৰ অৰ্থ অভিযুক্তই তদন্তত সহযোগ নকৰাটো নুবুজায়ঃ উচ্চতম ন্যায়ালয়

August 26, 2025 1:39 pm
কেন্দ্ৰৰ নতুন ঘোষণা! ঋণৰ ক্ষেত্ৰত এতিয়া বাধা নহ’ব চিবিল স্ক’ৰ

কেন্দ্ৰৰ নতুন ঘোষণা! ঋণৰ ক্ষেত্ৰত এতিয়া বাধা নহ’ব চিবিল স্ক’ৰ

August 26, 2025 1:22 pm
চিকিৎসালয় নিৰ্মাণত দুৰ্নীতি! আপৰ প্ৰাক্তন মন্ত্ৰী সৌৰভ ভৰদ্বাজৰ ঘৰত ইডিৰ অভিযান

চিকিৎসালয় নিৰ্মাণত দুৰ্নীতি! আপৰ প্ৰাক্তন মন্ত্ৰী সৌৰভ ভৰদ্বাজৰ ঘৰত ইডিৰ অভিযান

August 26, 2025 1:17 pm
সন্ত্ৰাসবাদ বিৰোধী অভিযানত চিআইএছএফৰ মহিলা:  অভিজাত প্ৰশিক্ষণ আৰম্ভ কৰিছে মহিলা কমাণ্ডো দলে

সন্ত্ৰাসবাদ বিৰোধী অভিযানত চিআইএছএফৰ মহিলা:  অভিজাত প্ৰশিক্ষণ আৰম্ভ কৰিছে মহিলা কমাণ্ডো দলে

August 26, 2025 12:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিযুক্তৰ বিৰুদ্ধে ঋণাত্মক প্ৰমাণ বিচাৰি নোপোৱাৰ অৰ্থ অভিযুক্তই তদন্তত সহযোগ নকৰাটো নুবুজায়ঃ উচ্চতম ন্যায়ালয়

অভিযুক্তৰ বিৰুদ্ধে ঋণাত্মক প্ৰমাণ বিচাৰি নোপোৱাৰ অৰ্থ অভিযুক্তই তদন্তত সহযোগ নকৰাটো নুবুজায়ঃ উচ্চতম ন্যায়ালয়

August 26, 2025 1:39 pm
কেন্দ্ৰৰ নতুন ঘোষণা! ঋণৰ ক্ষেত্ৰত এতিয়া বাধা নহ’ব চিবিল স্ক’ৰ

কেন্দ্ৰৰ নতুন ঘোষণা! ঋণৰ ক্ষেত্ৰত এতিয়া বাধা নহ’ব চিবিল স্ক’ৰ

August 26, 2025 1:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd