• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৈষ্ণোদেৱীলৈ যোৱা পথত হোৱা ভয়াবহ ভূমিস্খলনত কমেও ৩১ জন লোকৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 27, 2025 11:30 am
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেৰানেপেৰা ধাৰাসাৰ বৰষুণে বিপদ বৃদ্ধি কৰিছে। এদিনতে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন হোৱাৰ বিপৰীতে টাৱাই আৰু চন্দ্ৰভাগাৰ পানীও বিপদসীমাৰ ওপৰেৰে বৈ আছে। বুধবাৰে ধাৰাসাৰ বৰষুণৰ বাবে জম্মু-কাশ্মীৰৰ কাটৰাৰ অৰ্ধাকুমাৰীৰ সমীপৰ মাতা বৈষ্ণো দেৱীৰ পথত ভয়ংকৰ ভূমিস্খলন সংঘটিত হয়। বৈষ্ণো দেৱী যাত্ৰা স্থগিত ৰখা হৈছে।

ভূমিস্খলনত ৩১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৩ জন আহত হোৱাৰ খবৰ পোৱা গৈছে। বহু লোক ধ্বংসাৱশেষত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। ভূমিস্খলনৰ খবৰ পোৱাৰ লগে লগে উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হয়। উদ্ধাৰৰ কাম চলি আছে। কাটৰা ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ।

Apply Now

উল্লেখযোগ্য যে মঙলবাৰে বিয়লি মন্দিৰলৈ যোৱাৰ পথত পুনৰ ভূমিস্খলনত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২১ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছিল।

অবিৰত বৰষুণৰ ফলত সমগ্ৰ জম্মু-কাশ্মীৰ বিধ্বস্ত হৈ পৰিছে। জম্মুত এখন দলং ভাঙি পৰিঠে। বিদ্যুৎ পৰিবাহী তাঁৰ আৰু ভ্ৰাম্যমাণ টাৱাৰৰো যথেষ্ট ক্ষতিসাধন হৈছে। ফলত যোগাযোগ ব্যৱস্থাও ব্যাহত হৈছে। মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাইও নিজৰ এক্স হেণ্ডেলত এই বিষয়ে অভিযোগ জনাই পোষ্ট কৰে।

মঙলবাৰে পুৱা ১১:৩০ বজাৰ পৰা বিয়লি ৫:৩০ বজালৈ ৬ ঘণ্টাত ২২ চে:মি: বৰষুণ হয় জম্মুত। মাজনিশাৰ পিছত বৰষুণ কমি আহে। জম্মু চহৰত এদিন নৌহওঁতেই ২৫০ মিলিমিটাৰতকৈ অধিক বৰষুণ হৈছে। বতৰ বিজ্ঞান বিভাগে জনাইছে যে আগন্তুক ৪০ ঘণ্টাত জম্মুত আৰু অধিক ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।

মঙলবাৰলৈকে ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ বাবে কেইবাটাও অঞ্চলত নদীৰ পানী উফন্দি উঠাৰ ফলত বান পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰশাসনিক সূত্ৰ অনুসৰি ৩৫০০ৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। জম্মু-কাশ্মীৰ আৰক্ষী, এন ডি আৰ এফ, এছ ডি আৰ এফ, ভাৰতীয় সেনা, জিলা প্ৰশাসন আৰু স্থানীয় স্বেচ্ছাসেৱকৰ যৌথ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে।

ধাৰাসাৰ বৰষুণৰ ফলত ৰে’ল সেৱা ব্যাহত হৈ পৰিছে। জম্মু-কাটৰা ৰে’ল লাইনত বাতিল কৰা হৈছে ২২খন ৰে’ল। এনে দুৰ্যোগৰ বাবে ওমৰ আব্দুল্লা চৰকাৰে সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

আজিও জম্মু আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত প্ৰবল বৰষুণ আৰু শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে। আটাইতকৈ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ হৈছে জম্মু চহৰ, আৰ এছ পুৰা, চাম্বা, আখনূৰ, নগ্ৰোটা, কোট ভালৱাল, বিষনাহ, বিজয়পুৰ, পুৰমণ্ডল আৰু কথুৱা আৰু উধামপুৰৰ কিছু অংশ।

Still struggling with almost nonexistent communication. There is a trickle of data flowing on Jio mobile but no fixed line WiFi, no browsing, almost no apps, things like X open frustratingly slowly, WhatsApp struggles with anything more than short text messages. Haven’t felt this…

— Omar Abdullah (@OmarAbdullah) August 27, 2025

ৰিয়াছি, ৰামবন, ডোডা, বিলাৱাৰ, কাটৰা, ৰামনগৰ, হিৰানগৰ, গুল, বনিহাল আৰু সাম্বা আৰু কঠুৱা জিলাৰ নিকটৱৰ্তী অঞ্চলতো মধ্যমীয়া বৰষুণ হৈছে। দক্ষিণ কাশ্মীৰৰ ঝিলুম নদীৰ জলপৃষ্ঠ ২২ ফুটলৈ বৃদ্ধি। পানীৰ জলপৃষ্ঠই বিপদৰ চিন অতিক্ৰম কৰাৰ লগে লগে জাৰি কৰা হৈছে বানপানীৰ সতৰ্কতা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

July 3, 2026 3:46 pm
লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

July 3, 2026 3:35 pm
মন্ত্ৰীৰ চাকৰ নহয় আৰক্ষী, বোম্বাই উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ত নিৰ্বাসনৰ নিৰ্দেশ খাৰিজ

মন্ত্ৰীৰ চাকৰ নহয় আৰক্ষী, বোম্বাই উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ত নিৰ্বাসনৰ নিৰ্দেশ খাৰিজ

July 3, 2026 3:23 pm
সন্তান জন্মৰ পাছতেই পোহৰলৈ আহিল স্বামীৰ আচৰিত পৰিচয়! স্বামী সমকামী বুলি জানি পত্নীয়ে কি কৰিলে?

সন্তান জন্মৰ পাছতেই পোহৰলৈ আহিল স্বামীৰ আচৰিত পৰিচয়! স্বামী সমকামী বুলি জানি পত্নীয়ে কি কৰিলে?

July 3, 2026 3:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

July 3, 2026 3:46 pm
লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

July 3, 2026 3:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd