• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দিনত ‘মটিভেচনেল স্পীকাৰ’, ৰাতি ডকাইত! ২০ লাখ টকাৰ গহনা লুট কৰি ভুৱনেশ্বৰৰ পৰা গ্ৰেপ্তাৰ ইউটিউবাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2025 5:48 pm
57
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন ইউটিউবাৰৰ আজৱ কাণ্ড! দিনত ‘মটিভেচনেল স্পীকাৰ’ হিচাপে মনোবল শক্তিশালী কৰাৰ কথ কৈ ৰাতিলৈ নামি পৰে দকাইতিত। ছচিয়েল মিডিয়াত অতি সক্ৰিয়। তাত তেওঁ বিভিন্ন ধৰণৰ তথ্য দিয়ে। অঞ্চলটোত আৰু ইণ্টাৰনেটত তেওঁ এজন ‘প্ৰেৰণামূলক বক্তা’ হিচাপে পৰিচিত। তেওঁ ছ’চিয়েল মিডিয়াত বিভিন্ন বাৰ্তা দিছিল যে কেনেকৈ অপৰাধমুক্ত সমাজ গঢ়িব পাৰি, কেনেকৈ অপৰাধমূলক কাৰ্য্যৰ পৰা হাত সাৰিব পাৰি – মূলতঃ এই বিষয়টোৰ ওপৰত। অপৰাধমুক্ত সমাজ গঢ়ি তোলাৰ বাৰ্তা দিয়া এইজন ব্যক্তিয়ে সংঘটিত কৰি আহিছে অপৰাধমূলক ঘটনা  

শেহতীয়াকৈ ডকাইতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁৰ প্ৰকৃত পৰিচয় পোহৰলৈ আহিছে। তেওঁ হৈছে মনোজ কুমাৰ সিং। ওড়িশাৰ ভুৱনেশ্বৰৰ বাসিন্দা। বৃহস্পতিবাৰে ভৰতপুৰত সংঘটিত ২০ লাখ টকাৰ ডকাইতিৰ সৈতে জড়িত থকাৰ তথ্য পোহৰলৈ অহাত অঞ্চলটোৰ লগতে ছ’চিয়েল মিডিয়াত তেওঁৰ অনুগামীসকলে স্তম্ভিত হৈ পৰে।

Apply Now

আৰক্ষী আয়ুক্ত এছ দেৱদত্ত সিঙে কয়, “ইউটিউবাৰ নামেৰে বিখ্যাত এই যুৱকজন অপৰাধৰ লগত জড়িত থাকিব বুলি কোনেও ধাৰণা কৰা নাছিল। ডকাইতিৰ গোচৰৰ তদন্ত আৰম্ভ হোৱাৰ লগে লগে ইউটিউবাৰৰ নাম আহিল। যোৱা ১৪ আগষ্টত এটা ডকাইতি সংঘটিত হয়।এটা ঘৰৰ পৰা ২০ লাখ টকাৰ গহনা আৰু ১ লাখ টকাৰ নগদ ধন লুট কৰা হয়। ইউটিউবাৰ মনোজ সিঙক লুট কৰা হৈছে।” সেই কাণ্ডত গ্ৰেপ্তাৰ কৰা হৈছে।” আৰক্ষী আয়ুক্তগৰাকীয়ে আৰু কয় যে এইটো সঁচাকৈয়ে এক চাঞ্চল্যকৰ ঘটনা। চচিয়েল মিডিয়াত অপৰাধৰ বিৰুদ্ধে জ্ঞান শ্বেয়াৰ কৰা ব্যক্তিজন নিজেই অপৰাধৰ লগত জড়িত! তেওঁৰ দ্বিধাবোধে সকলোকে স্তম্ভিত কৰি তুলিছে।

মনোজে পঢ়া-শুনা মাজ বাটতে এৰি থৈ গৈছিল। ইয়াৰ পিছত তেওঁ অপৰাধৰ জগতত প্ৰৱেশ কৰে। ২০১০-১১ চনৰ পৰা তেওঁ ক্ষুদ্ৰ ক্ষুদ্ৰ চুৰি কৰি জীৱিকা উপাৰ্জন কৰিবলৈ আৰম্ভ কৰে। কটকৰ বাইদেশ্বৰৰ বাসিন্দা মনোজৰ পত্নী আৰু কন্যাৰ সৈতে নয়াগড় জিলাত থাকে। ভুৱনেশ্বৰ আৰু নয়াগড় জিলাত তেওঁৰ বিৰুদ্ধে ১১টা চুৰি আৰু ডকাইতিৰ গোচৰ ৰুজু হৈছে। ইয়াৰ পিছত জামিনত জেলৰ পৰা মুকলি কৰি দিয়া হয়। ২০১৪ চনৰ পৰা ২০২৩ চনলৈ তেওঁ কোনো অপৰাধমূলক কাম কৰা নাছিল বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd