• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইন্দোৰ অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত অগ্নিকাণ্ডৰ আতংক; দিল্লীত জৰুৰীকালীন অৱতৰণ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 31, 2025 9:56 am
ইন্দোৰ অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত অগ্নিকাণ্ডৰ আতংক; দিল্লীত জৰুৰীকালীন অৱতৰণ
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইন্দোৰ অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত অগ্নিকাণ্ডৰ আতংক। দেওবাৰে পুৱা উৰণৰ কিছু সময়ৰ পিছতে বিমানখন দিল্লীলৈ ওভোতাই অনা হয়।

বিমানখন উৰণৰ কিছু সময়ৰ পিছতে পাইলটে ফায়াৰ ইণ্ডিকেশ্যন লাভ কৰে। তেওঁ বিমানখনৰ এটা ইঞ্জিনত অগ্নিকাণ্ডৰ ইংগিত পাইছিল। ইয়াৰ পিছত ততাতৈয়াকৈ AI2913 বিমানখন দিল্লীলৈ ডাইভাৰ্ট কৰা হয়।

এয়াৰ ইণ্ডিয়াই নিশ্চিত কৰিছে যে প্ৰতিজন যাত্ৰীক নিৰাপদে নমাই দিয়া হৈছে আৰু তেওঁলোকৰ বাবে বিকল্প বিমানৰ ব্যৱস্থা কৰা হৈছে।

এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয় যে, ‘৩১ আগষ্টত দিল্লীৰ পৰা ইন্দোৰ অভিমুখী বিমান AI2913 উৰণৰ কিছু সময়ৰ পিছতে দিল্লীলৈ উভতি আহে। কাৰণ ককপিটৰ ক্ৰুৱে সোঁপিনৰ ইঞ্জিনত জুইৰ ইংগিত পাইছিল।’

এই সতৰ্কবাণী লাভ কৰাৰ পিছত ক্ৰু সদস্যসকলে সকলো সুৰক্ষা প্ৰট’কল মানি ব্যৱস্থা গ্ৰহণ কৰে। ককপিটৰ ক্ৰুৱে ইঞ্জিনটো বন্ধ কৰি দিয়ে আৰু বিমানখন দিল্লী বিমানবন্দৰলৈ ডাইভাৰ্ট কৰা হয়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

September 3, 2025 7:33 pm
মালয়েছিয়া, পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল! তদন্তত বিস্ফোৰক তথ্য এনআইএ-ৰ

মালয়েছিয়া, পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল! তদন্তত বিস্ফোৰক তথ্য এনআইএ-ৰ

September 3, 2025 6:18 pm
উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক লৈ অশোভনীয় মন্তব্য কমেডিয়ান মধুৰ বিৰলীৰ!

উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক লৈ অশোভনীয় মন্তব্য কমেডিয়ান মধুৰ বিৰলীৰ!

September 3, 2025 4:21 pm
নিলম্বনৰ পাছত বিধান পৰিষদ আৰু বি আৰ এছৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কে কবিতাৰ

নিলম্বনৰ পাছত বিধান পৰিষদ আৰু বি আৰ এছৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কে কবিতাৰ

September 3, 2025 4:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

September 3, 2025 7:33 pm
মালয়েছিয়া, পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল! তদন্তত বিস্ফোৰক তথ্য এনআইএ-ৰ

মালয়েছিয়া, পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল! তদন্তত বিস্ফোৰক তথ্য এনআইএ-ৰ

September 3, 2025 6:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd