• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিচিৰ নিৰ্বাচনী যুঁজলৈ সাজু কংগ্ৰেছ, ৰাইজৰ দলঃ প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2025 7:13 pm
76
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চমু চাপিছে বিটিচি নিৰ্বাচন। ইতিমধ্যে বড়োভূমিত দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ প্ৰবল বতাহ। বিটিআৰৰ ক্ষমতা দখলৰ লক্ষ্যৰে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে প্ৰতিটো দল। ৰাজ্যিক বিধানসভাত মিত্ৰতাৰ ডোলেৰে বান্ধ খাই থাকিলেও এইবাৰ বড়োভূমিত ইউপিপিএলৰ সৈতে মিত্ৰশক্তি নগঢ়াকৈ নিৰ্বাচনী পথাৰত নামিছে বিজেপি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি দলটোৰ বহুকেইজন শীৰ্ষ নেতাই চলাইছে প্ৰচাৰ। সমান্তৰালকৈ ন–শক্তিৰে নামিছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ।

এনে পৰিস্থিতিত অধিক আকৰ্ষণীয় হৈ পৰিছে বিটিচি নিৰ্বাচন। পূৰ্বৰ ফলাফল সন্তোষজনক নহ’লেও কংগ্ৰেছ দলেও এইবাৰ কিছু তৎপৰতা দেখুৱাইছে। ইফালে এইবাৰ বড়োভূমিত শক্তি প্ৰদৰ্শনৰ লক্ষ্যৰে আত্মপ্ৰকাশ ঘটাইছে ৰাইজৰ দলে। দলটোৱে প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়াইছে বিটিআৰত।

Apply Now

বিটিচি নিৰ্বাচনৰ বাবে দেওবাৰে প্ৰাৰ্থী তালিকা ঘোষণা কৰে কংগ্ৰেছে। দলটোৱে বিটিআৰৰ ৯ খন আসনৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ অনুমোদন সাপেক্ষে পৰ্বতঝোৰা, গুমা, শ্ৰীৰামপুৰ, দেবৰগাঁও, কাজলগাঁও, সোবাইঝাৰ, ঠুৰিবাৰী, গোৰেশ্বৰ আৰু পাঁচনৈ ছেৰফাং আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে।

ঘোষিত প্ৰাৰ্থী তালিকা অনুসৰি পৰ্বতঝোৰাত সাহেন চন্দ্ৰ ব্ৰহ্ম, গুমাত আবু বক্কৰ আলী, শ্ৰীৰামপুৰত ৰফিকুল ইছলাম শ্বেখ, দেবৰগাঁৱত মোহিনী মোহন বসুমতাৰী, কাজলগাঁৱত সঞ্জীব ৱাৰী, সোবাইঝাৰত বিনিময় বসুমতাৰী, ঠুৰিবাৰীত জামছেৰ আলী, গোৰেশ্বৰত ভবেন্দ্ৰ নাথ স্বৰ্গীয়াৰী আৰু পাঁচনৈ ছেৰফাং আসনত পেট্ৰুছ বাগক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে কংগ্ৰেছে।

ইফালে ৰাইজৰ দলে ৪ খন আসনত প্ৰাৰ্থীত্ব আগবাঢ়াইছে। আজি প্ৰকাশ কৰা প্ৰাৰ্থী তালিকা অনুসৰি দিহিৰা আসনত অশ্বিনী দাস, মুছলপুৰত ডাঃ গৌৰী শংকৰ শৰণীয়া, খালিং দুৱাৰত দলেশ্বৰ বড়ো আৰু মুদৈবাৰীত মুন চহৰীয়াই ৰাইজৰ দলৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd