• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আকৌ এটা বেংকে দিলে ‘প্ৰৱঞ্চক’ৰ আখ্যা; চাপ বাঢ়িছে অনিল আম্বানীৰ  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 5, 2025 9:57 am
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইয়াৰ পূৰ্বে ষ্টেট বেংক আৰু বেংক অৱ ইণ্ডিয়াই ঋণগ্ৰস্ত ৰিলায়েন্স কমিউনিকেশ্যনৰ প্ৰাক্তন অধ্যক্ষ অনিল আম্বানীক ‘প্ৰৱঞ্চক’ বুলি অভিহিত কৰিছিল। এতিয়া বেংক অৱ বৰোদাইও  সেই পথ অনুসৰণ কৰিছে।

দেশখনৰ অন্যতম সৰ্ববৃহৎ ৰাষ্ট্ৰীয়কৃত বেংকটোৱে এতিয়া একেলগে ৰিলায়েন্স কমিউনিকেশ্যন আৰু অনিল আম্বানীৰ সকলো ঋণ একাউণ্টক ফ্ৰড বা ‘প্ৰৱঞ্চক’ হিচাপে চিহ্নিত কৰিছে। এই বিষয়ে বৃহস্পতিবাৰে বেংক অৱ বৰোডাই শ্বেয়াৰ বজাৰকো অৱগত কৰে।

Apply Now

ষ্টেট বেংকে পূৰ্বে প্ৰকাশ কৰিছিল যে ৰিলায়েন্স কমিউনিকেশ্যন আৰু ইয়াৰ সহযোগী কোম্পানীসমূহে বিভিন্ন বেংকৰ পৰা ৩১,৫৮০ কোটি টকাৰ ঋণ লৈছিল। এই ধন ঋণৰ চৰ্ত উলংঘা কৰি ‘জটিল’ পদ্ধতিৰে গ্ৰপটোৰ বিভিন্ন কোম্পানীলৈ প্ৰেৰণ কৰা হৈছিল। পিছত বেংক অৱ ইণ্ডিয়াই ৰিলায়েন্সৰ অধ্যক্ষৰ পৰা ৭২৪.৭৮ কোটি টকা লাভ কৰা বুলি জানিবলৈ দিয়ে।

কিন্তু বেংক অৱ বৰোদাৰ ঋণৰ পৰিমাণ ৰাজহুৱা কৰা হোৱা নাই। ইটোৰ পিছত সিটো বেংকে প্ৰৱঞ্চক ঘোষণা কৰাৰ লগে লগে ৰিলায়েন্স কমিউনিকেশ্যন আৰু আম্বানীৰ ওপৰত চাপ বাঢ়িছে। অৱশ্যে ৰিলায়েন্স কমিউনিকেশ্যন আৰু অনিল আম্বানিৰ মালিকানাধীন নহয়। এতিয়া ইয়াৰ সম্পত্তি জব্দ কৰি ঋণৰ ধন আদায়ৰ প্ৰচেষ্টা চলোৱা হৈছে।

ইতিমধ্যে অনিল আম্বানীৰ কোম্পানীয়ে নিজকে দেউলীয়া ঘোষণা কৰিছে। মুঠ ১৭ হাজাৰ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ অনিলৰ বিৰুদ্ধে। ৰিলায়েন্স কমিউনিকেশ্যনৰ প্ৰাক্তন মুৰব্বীগৰাকী কাৰ্যতঃ ডিঙিলৈকে ঋণত পোত গৈছে। তেওঁ নিজৰ সম্পত্তি বিক্ৰী কৰি পাওনাদাৰৰ ঋণ পৰিশোধ কৰিবলৈও চেষ্টা কৰিছে। কিন্তু তাৰ পিছতো অনিলৰ সমস্যা কমা নাই।

চিবিআইৰ সূত্ৰ অনুসৰি বেংকসমূহে অনুভৱ কৰে যে তেওঁলোকে দিয়া ঋণৰ সঠিক ব্যৱহাৰ কৰা নাছিল ৰিলায়েন্সে। টকা অপচয় হৈছে। সেইবাবেই ৰিলায়েন্স কমিউনিকেশ্যন দেউলীয়া হৈছে। প্ৰকৃততে কোনো ধৰণৰ আত্মসাৎ হৈছে নে নাই সেয়া নিশ্চিত কৰিবলৈ চিবিআইয়ে প্ৰমাণ সংগ্ৰহৰ চেষ্টা চলাইছে।

ইয়াৰ পূৰ্বে ২০২৩ চনত ইডিয়ে অনিলক তলব কৰিছিল। তেওঁ দীঘলীয়া জেৰাৰ সন্মুখীন হ’বলগীয়া হৈছিল। তাৰো পূৰ্বে ইডিয়ে ২০২০ চনত এবাৰ অনিল আম্বানীক চমন কৰিছিল। য়েছ বেংকৰ ঋণৰ গোচৰত তেওঁৰ নাম জড়িত আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd