• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনীতিত যোগদান কৰিব জুকাৰবাৰ্গে? ড’নাল্ড ট্ৰাম্পক উত্তৰ দিলে মেটাৰ প্ৰতিষ্ঠাপকগৰাকীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 5, 2025 10:58 am
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গুগল, এপল, মাইক্ৰ’ছফ্ট আদি কোম্পানীসমূহৰ শীৰ্ষ কাৰ্যবাহীসকলক নৈশ আহাৰ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল। মেটাৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গকো আনসকলৰ সৈতে হোৱাইট হাউছত অনুষ্ঠিত হোৱা নৈশ আহাৰ গ্ৰহণলৈ আমন্ত্ৰণ জনোৱা হৈছিল।

তাতেই ট্ৰাম্পে জুকাৰবাৰ্গক ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰাৰ প্ৰস্তাৱ দিয়ে। আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে প্ৰশ্নটো সোধাৰ লগে লগে তেওঁৰ উত্তৰ পালে। মাৰ্ক জুকাৰবাৰ্গে মুখৰ ওপৰতে ‘না’ বুলি কৈ দিলে।

Apply Now

বৃহস্পতিবাৰে নিশা ড’নাল্ড ট্ৰাম্প আৰু দেশখনৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পে আমেৰিকাৰ শীৰ্ষ টেক মেগনেটসকলক হোৱাইট হাউছত নৈশ আহাৰ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল।

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাষত বহি আছিল মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গ। ট্ৰাম্পে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰক লৈ কটাক্ষ কৰে। তেওঁ কেতিয়া ৰাজনীতিত যোগদান কৰিব সেয়াও জানিব বিচাৰে। লগে লগে জুকাৰবাৰ্গে দৃঢ়তাৰে কয় যে তেওঁৰ ৰাজনীতিলৈ অহাৰ বা ৰাজনীতিত যোগদান কৰাৰ কোনো উদ্দেশ্য নাই।

এজন সাংবাদিকে মেটা প্ৰতিষ্ঠাপকগৰাকীক ব্ৰিটেইনৰ বাক স্বাধীনতাৰ অৱস্থাক লৈ চিন্তিত নেকি বুলিও প্ৰশ্ন কৰে। তেওঁ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু নহয় বুলিও কয়। ইয়াৰ পিছতে ট্ৰাম্পে জুকাৰবাৰ্গক লক্ষ্য কৰি কয় যে এইটোৱেই তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰাৰ প্ৰথম পদক্ষেপ। লগে লগে তেওঁক ‘না’ বুলি কৈ দিলে তেওঁ।

President Trump: "This is the beginning of your political career."

Mark Zuckerberg: "No it's not."

President Trump jokes with Facebook founder and Meta CEO Mark Zuckerberg after a reporter asks the two about free speech concerns during a White House event with tech leaders. pic.twitter.com/ZUeYiTXAEs

— Fox News (@FoxNews) September 5, 2025

উল্লেখ্য যে সেই নৈশ আহাৰত এপলৰ টিম কুক, মাইক্ৰ’ছফ্টৰ বিল গেটছ আৰু সত্য নাডেলা, গুগলৰ সুন্দৰ পিচাই, ওপেন এআইৰ ছেম অল্টমেনো উপস্থিত আছিল। তাত মাৰ্কে কয় যে মেটাই অহা কেইবছৰমানৰ ভিতৰত ৬০০ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰিবলৈ ওলাইছে। টিম কুকেও একেই কথা কৈছিল। অৱশ্যে গুগলৰ ফালৰ পৰা বিনিয়োগ ২৫০ বিলিয়ন আৰু মাইক্ৰ’ছফ্টৰ বিনিয়োগ বছৰি ৮০ বিলিয়ন ডলাৰ বুলি জানিব দিয়া হয়। অৱশ্যে তাত ইলন মাস্ক নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd