• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছত্তীশগড়ত স্বাস্থ্য সেৱাত বৃহৎ সংকট; ২৫ কৰ্মীক বৰ্খাস্তৰ প্ৰতিবাদত ১৪ হাজাৰ কৰ্মীৰ পদত্যাগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2025 8:48 am
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰৰ এক সিদ্ধান্তৰ বাবেই গভীৰ সংকটৰ সন্মুখীন হৈছে ছত্তীশগড় ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ স্বাস্থ্য সেৱা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ২৫ জন আন্দোলনকাৰী কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ পিছত বাকীসকলে প্ৰতিবাদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

শুকুৰবাৰলৈকে ৰাজ্যখনৰ প্ৰায় ১৪,৬৭৮ জন কৰ্মচাৰীয়ে একে সময়তে পদত্যাগ দাখিল কৰিছে। প্ৰায় ১৬ হাজাৰ ঠিকাভিত্তিক চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীয়ে এতিয়াও অনিৰ্দিষ্টকালীন ধৰ্মঘট অব্যাহত ৰাখিছে।

Apply Now

১৮ আগষ্টৰ পৰা ১০ দফা দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীয়ে। তেওঁলোকৰ মূল দাবী হৈছে চাকৰি নিয়মীয়াকৰণ, গ্ৰেড পে, স্বাস্থ্য কেডাৰ গঠন আৰু সহানুভুতিশীল নিযুক্তি।

অভিযোগ অনুসৰি কৰ্তৃপক্ষই দাবী পূৰণ কৰাৰ পৰিৱৰ্তে ইখনৰ পিছত সিখনকৈ সতৰ্কবাণী আৰু চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পত্ৰ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ভিতৰত সংগঠনটোৰ সভাপতি ড০ অমিত কুমাৰ মিৰি, সাধাৰণ সম্পাদক কৌশলেশ তিৱাৰীকে ধৰি অন্যান্য শীৰ্ষ নেতাসকলক পোনপটীয়াকৈ বৰ্খাস্ত কৰা হয়। সংগঠনটোৰ নেতাসকলে অভিযোগ কৰে যে, “এয়া কেৱল দমনৰ নীতি। প্ৰশাসনে নিবিচাৰে যে চৰকাৰে কৰ্মীসকলৰ সৈতে আলোচনাত বহক।”

টিকা, নৱজাতকৰ চিকিৎসা, ফিজিঅ’থেৰাপি, জন্ম আৰু মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান, টিবি ঔষধৰ যোগান – এই সকলোবোৰ কাৰ্যতঃ স্তব্ধ হৈ পৰিছে। ঠিকাভিত্তিক কৰ্মচাৰীৰ ধৰ্মঘটে কাৰ্যকৰীভাৱে সেৱা স্থবিৰ কৰি তুলিছে বুলি স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও বিষয়াই স্বীকাৰ কৰে।

ৰাজ্যৰ স্বাস্থ্য বিভাগে জনাইছে যে ইতিমধ্যে কৰ্মচাৰীসকলৰ কেইবাটাও দাবী মানি লোৱা হৈছে। এন এইচ এমৰ মিছন সঞ্চালক ডাঃ প্ৰিয়ংকা শুক্লাই কয়, “গোপনীয় প্ৰতিবেদনত স্বচ্ছতা, জৰুৰীকালীন অৱস্থাত ৩০ দিনৰ ছুটী, এই দাবীসমূহ পূৰণ কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে ২৭ শতাংশ দৰমহা বৃদ্ধি আৰু নূন্যতম নগদবিহীন স্বাস্থ্য বীমা ১০ লাখ টকাৰ সিদ্ধান্তও কাৰ্যকৰী কৰা হ’ব।”

গ্ৰেড পে, ট্ৰেন্সফাৰ পলিচি আৰু সহানুভুতিশীল নিযুক্তিৰ বিষয়টো চোৱাচিতা কৰিবলৈ এখন কমিটী গঠন কৰা হৈছে বুলিও তেওঁ কয়। অৱশ্যে চাকৰি নিয়মীয়াকৰণ আৰু স্বাস্থ্য কেডাৰ গঠনৰ দৰে মূল বিষয়সমূহৰ ওপৰত সিদ্ধান্ত মুখ্যমন্ত্ৰী আৰু কেবিনেট পৰ্যায়ত লোৱা হ’ব।

সংগঠনটোৰ নেতাগৰাকীয়ে কয়, “বাৰম্বাৰ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পিছতো কোনো সমাধান নাই। এইবাৰ প্ৰতিবাদ কৰাৰ বাহিৰে আন কোনো বিকল্প নাই। আমি শনিবাৰে ৰায়পুৰত সংবাদমেল অনুষ্ঠিত কৰি পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰিম।”

একে সুৰকে প্ৰতিধ্বনিত কৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰী সংগঠনৰ সভাপতি ড° মিৰীয়ে, “আমি আমাৰ সাংবিধানিক অধিকাৰ অনুসৰি প্ৰতিবাদ কৰিছো। কিন্তু কোনো উত্তৰ নিদি দমন নীতি গ্ৰহণ কৰা হৈছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd