• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নতুনকৈ মুকলি কৰা আইফোন ১৭ কিনাৰ পৰিকল্পনা কৰিছে নেকি? জানক দাম আৰু বৈশিষ্ট্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2025 6:30 am
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতি ছেপ্টেম্বৰ মাহত ষ্টিভ জবছৰ এপলে মুকলি কৰে এটা নতুন আইফোন মডেল। যাৰ বাবে চাৰিওফালে আইফোন প্ৰেমীৰ মাজত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। এইবাৰো বেলেগ নাছিল। ৯ ছেপ্টেম্বৰ অৰ্থাৎ মঙলবাৰে নিশা কোম্পানীটোৱে নতুন আইফোন ১৭ৰ চাৰিটা মডেল মুকলি কৰে। সকলোৰে আগ্ৰহ,  কেনেকুৱা দেখা যায় ফোনটো? কি কি নতুন বৈশিষ্ট্য সংযোজন কৰা হৈছে? নতুন ফোনটোৰ দাম কিমান? কোনটো আইফোনৰ বৈশিষ্ট্য হেৰাই গৈছে? জানিবলৈ তেওঁলোকৰ কৌতুহল। এই আইফোন ১৭ ছিৰিজৰ চাৰিটা নতুন মডেলৰ সবিশেষ জানো আহক।

আইফোন ১৭

Apply Now

ডিছপ্লে- ৬.৩ ইঞ্চি

প্ৰচেছৰ- এপল A19

ৰেম- ৮ জিবি/ ইণ্টাৰনেল ষ্ট’ৰেজ- ১২৮/৫১২ জিবি

কেমেৰা- ৪৮এমপি+৪৮এমপি+১৮এমপি

বেটাৰী- ৩৬৯২ মাহ

ওজন- ১৭৭ গ্ৰাম

মূল্য- ৮২,৯০০ টকাৰ পৰা আৰম্ভ

ফোন ১৭ প্ৰ’

ডিছপ্লে- ৬.৩ ইঞ্চি

প্ৰচেছৰ- এপল A19 Pro

ৰেম- ১২ জিবি/ ইণ্টাৰনেল ষ্ট’ৰেজ- ২৫৬/৫১২ জিবি আৰু ১ টিবি

কেমেৰা- ৪৮ MP+48 MP+48 MP+18 MP

বেটাৰী- ৩৯৮৮ মাহ

ওজন- ২০৬ গ্ৰাম

মূল্য- ১,৩৪,৯০০ টকাৰ পৰা আৰম্ভ

আইফোন ১৭ প্ৰ’ মেক্স

ডিছপ্লে- ৬.৯ ইঞ্চি

প্ৰচেছৰ- এপল A19 Pro

ৰেম- ১২ জিবি/ ইণ্টাৰনেল ষ্ট’ৰেজ- ২৫৬/৫১২ জিবি, ১/২ টিবি

কেমেৰা- ৪৮ MP+48 MP+48 MP+18 MP

বেটাৰী- ৪৮৩২ মাহ

ওজন- ২৩৩ গ্ৰাম

মূল্য- ১,৪৯,৯০০ টকাৰ পৰা আৰম্ভ

আইফোন এয়াৰ

ডিছপ্লে- ৬.৫ ইঞ্চি

প্ৰচেছৰ- এপল A19 Pro

ৰেম- ১২ জিবি/ ইণ্টাৰনেল ষ্ট’ৰেজ- ২৫৬/৫১২ জিবি, ১ টিবি

কেমেৰা- ৪৮ MP++18 MP

বেটাৰী- ৩১৪৯ মাহ

ওজন- ১৬৫ গ্ৰাম

মূল্য- ১,১৯,৯০০ টকাৰ পৰা আৰম্ভ

ইতিমধ্যে প্ৰি-বুকিং আৰম্ভ হৈছে। জানিব পৰা মতে ১৯ তাৰিখৰ পৰা বজাৰত উপলব্ধ হ’ব আইফোন ১৭ৰ সকলো মডেল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অপাৰেচন কগাৰৰ ভয়ংকৰ তথ্য : বস্তৰত ২৭ মাহত ৬০৭ জনৰ মৃত্যু, পি ইউ ডি আৰৰ প্ৰতিবেদনত উত্থাপন হৈছে বহু প্ৰশ্ন

অপাৰেচন কগাৰৰ ভয়ংকৰ তথ্য : বস্তৰত ২৭ মাহত ৬০৭ জনৰ মৃত্যু, পি ইউ ডি আৰৰ প্ৰতিবেদনত উত্থাপন হৈছে বহু প্ৰশ্ন

July 21, 2026 5:06 pm
দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : ২৪ দিনৰ অনশনৰ অন্তত সোণম ৱাংচুকক চিকিৎসালয় সলনিৰ অনুমতি, কেন্দ্ৰৰো নাই কোনো আপত্তি

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : ২৪ দিনৰ অনশনৰ অন্তত সোণম ৱাংচুকক চিকিৎসালয় সলনিৰ অনুমতি, কেন্দ্ৰৰো নাই কোনো আপত্তি

July 21, 2026 4:05 pm
নাকচ ডাঙৰ ছবিৰ প্ৰস্তাৱ! কিয়াৰাৰ অন্তৰংগ দৃশ্যক লৈ বিতৰ্কৰ মাজতে কি ক’লে কাজলে?

নাকচ ডাঙৰ ছবিৰ প্ৰস্তাৱ! কিয়াৰাৰ অন্তৰংগ দৃশ্যক লৈ বিতৰ্কৰ মাজতে কি ক’লে কাজলে?

July 21, 2026 2:32 pm
মেছিৰ আৰ্জেণ্টিনাক ফিফাই ফাইনেললৈ নিয়াৰ অভিযোগ! ইনষ্টাগ্ৰামত ভিডিঅ’ লাইক কৰি বিতৰ্কৰ আৱৰ্তত খ্ৰিষ্টিয়ানো ৰোনাল্ডো

মেছিৰ আৰ্জেণ্টিনাক ফিফাই ফাইনেললৈ নিয়াৰ অভিযোগ! ইনষ্টাগ্ৰামত ভিডিঅ’ লাইক কৰি বিতৰ্কৰ আৱৰ্তত খ্ৰিষ্টিয়ানো ৰোনাল্ডো

July 21, 2026 2:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অপাৰেচন কগাৰৰ ভয়ংকৰ তথ্য : বস্তৰত ২৭ মাহত ৬০৭ জনৰ মৃত্যু, পি ইউ ডি আৰৰ প্ৰতিবেদনত উত্থাপন হৈছে বহু প্ৰশ্ন

অপাৰেচন কগাৰৰ ভয়ংকৰ তথ্য : বস্তৰত ২৭ মাহত ৬০৭ জনৰ মৃত্যু, পি ইউ ডি আৰৰ প্ৰতিবেদনত উত্থাপন হৈছে বহু প্ৰশ্ন

July 21, 2026 5:06 pm
দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : ২৪ দিনৰ অনশনৰ অন্তত সোণম ৱাংচুকক চিকিৎসালয় সলনিৰ অনুমতি, কেন্দ্ৰৰো নাই কোনো আপত্তি

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : ২৪ দিনৰ অনশনৰ অন্তত সোণম ৱাংচুকক চিকিৎসালয় সলনিৰ অনুমতি, কেন্দ্ৰৰো নাই কোনো আপত্তি

July 21, 2026 4:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd