• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টি-২০ত ইংলেণ্ডৰ ৩০৪ ৰান! ৬০টা বলত অপৰাজিত ১৪১ ৰান ছল্টৰ, গঢ়িলে কমেও ২৮টা অভিলেখ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 13, 2025 8:56 am
76
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টি-২০ত সৰ্বাধিক ৰান। ইংলেণ্ডৰ দুই উইকেটৰ বিনিময়ত ৩০৪ ৰান পুৰুষৰ টি-২০ত তৃতীয় সৰ্বাধিক ৰান। শীৰ্ষত আছে জিম্বাবুৱে (৩৪৪ ৰান)। দ্বিতীয় স্থানত আছে নেপাল (৩১৪ ৰান)। স্বাভাৱিকতে ইংলেণ্ডে টি-২০ত নিজৰ সৰ্বাধিক স্ক’ৰ কৰিলে। আৰু পুৰুষৰ টি-২০ত সামগ্ৰিকভাৱে চতুৰ্থ সৰ্বাধিক স্ক’ৰ। ইংলেণ্ডৰ মাটিত টি-২০ মেচত সৰ্বাধিক স্ক’ৰৰ অভিলেখ গঢ়িলে ইংলেণ্ডে।

৬০ বলত ফিল ছল্টৰ অপৰাজিত ১৪১ ৰান পুৰুষৰ টি-২০ত ইংলেণ্ডৰ সৰ্বাধিক ব্যক্তিগত স্ক’ৰ। তেওঁ নিজৰ অভিলেখ ভংগ কৰিলে। পুৰুষৰ টি-২০ত সামগ্ৰিকভাৱে সপ্তম সৰ্বাধিক স্ক’ৰ লাভ কৰে ছল্ট। আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ত ইমান ৰান কোনো বেটছমেনে কৰা নাই।

Apply Now

৩০৪ ৰানৰ ভিতৰত ইংলেণ্ডৰ ২২৮ ৰানে আহিছে বাউণ্ডেৰীৰ পৰা। যিটো পুৰুষৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত তৃতীয় সৰ্বাধিক। ইংলেণ্ডৰ বেটাৰসকলে মুঠ ৩০টা চাৰি মাৰে। যিটো যৌথভাৱে সৰ্বোচ্চ। মুঠ বাউণ্ডেৰীৰ সংখ্যা ৪৮ (ইংলেণ্ডৰ বেটছমেনৰ ৩০টা চাৰি আৰু ১৮টা ছয়)। যিটো দ্বিতীয় সৰ্বোচ্চ। শীৰ্ষত আছে জিম্বাবুৱে (৫৭)।

ইংলেণ্ডে ১৪৬ ৰানত জয়লাভ কৰে। যিটো পুৰুষৰ টি-২০ত ইংলেণ্ডৰ বাবে আটাইতকৈ ডাঙৰ জয়। আৰু ৰাণৰ ক্ষেত্ৰত দক্ষিণ আফ্ৰিকাৰ বাবে ই আটাইতকৈ ডাঙৰ পৰাজয়। ১৪৬ ৰানৰ জয়-পৰাজয়ৰ ব্যৱধান সম্পূৰ্ণ সদস্য ৰাষ্ট্ৰৰ ভিতৰত তৃতীয় সৰ্বাধিক। পুনৰ মানচেষ্টাৰত মুঠ ৪৬২ ৰান সংগ্ৰহ কৰা হয়। যিটো পুৰুষৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অষ্টম সৰ্বাধিক ৰান। আৰু ইংলেণ্ডৰ পুৰুষৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত এইটোৱেই সৰ্বাধিক স্ক’ৰ।

মাত্ৰ ৩৯টা বলত ছল্টে শতক অৰ্জন কৰে। যিটো পুৰুষৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ইংলেণ্ডৰ বাবে আটাইতকৈ দ্ৰুত। ছল্টে ৪৫খন টি-২০ত চতুৰ্থটো শতক অৰ্জন কৰে। তেওঁৰ আগত আছে কেৱল ৰোহিত শৰ্মা আৰু গ্লেন মেক্সৱেল। তেওঁলোকে পাঁচটাকৈ শতক অৰ্জন কৰিছে। সূৰ্যকুমাৰ যাদৱেও চাৰিটা শতক অৰ্জন কৰিছে। আকৌ ছল্ট আৰু জোছ বাটলাৰে দ্বিতীয় অ’পেনিং যুটি হিচাপে পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় টি-২০ আন্তৰ্জাতিক মেচত ২০টা বা তাতকৈ কম বলত ৫০ ৰান সংগ্ৰহ কৰে।

পুৰুষৰ টি-২০ত দলটোৰ তিনিজন বলাৰে ৬০ বা তাতকৈ অধিক ৰান দিছে। দক্ষিণ আফ্ৰিকাৰ কাগিছ’ ৰাবাডা, মাৰ্কো জান্সেন আৰু লিজ উইলিয়ামছে ইমান ৰান দিছে। পুনৰ ৰাবাডাই চাৰি অভাৰত ৭০ ৰান দিয়ে, যিটো প্ৰটিয়াৰ বলাৰৰ ভিতৰত সৰ্বাধিক ৰান। সামগ্ৰিকভাৱে পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচত ৰাবাডাই যৌথভাৱে পঞ্চম সৰ্বাধিক ৰান দিছে।

ইংলেণ্ডে ১৬.২ অভাৰত ২৫০ ৰান সংগ্ৰহ কৰে। যিটো পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় টি-২০ আন্তৰ্জাতিক মেচত যৌথভাৱে দ্ৰুততম (পৰিসংখ্যা উপলব্ধ)। পুনৰ ১২.১ অভাৰত ২০০ ৰানৰ সীমা অতিক্ৰম কৰে। যিটো পুৰুষৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত (পৰিসংখ্যা উপলব্ধ) দ্বিতীয় দ্ৰুততম। লগতে ইংলেণ্ডে ৯ অভাৰত ১৫০ ৰানৰ সীমা অতিক্ৰম কৰে। যিটো পুৰুষৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত দ্বিতীয় দ্ৰুততম।

১০ অভাৰৰ শেষত ইংলেণ্ডৰ স্ক’ৰ এটা উইকেটত ১৬৬ ৰান হয়। যিটো পুৰুষৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত (পৰিসংখ্যা উপলব্ধ) দ্বিতীয় সৰ্বাধিক। পাৱাৰ প্লে’ৰ শেষত ইংলেণ্ডৰ স্ক’ৰ বিনা উইকেটৰ বিনিময়ত ১০০ ৰান। পুৰুষৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত পাৱাৰ প্লে’ত ১০০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰাটো সপ্তমবাৰৰ বাবে ঘটিছে। শুকুৰবাৰলৈকে এই নজিৰ এবাৰহে স্থাপন কৰা হৈছিল।

আনহাতে, উইলিয়ামছে ২.১ অভাৰত ৫০ ৰান দিয়ে। পুৰুষৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ৫০ ৰান দিয়াৰ ক্ষেত্ৰত তেওঁ তৃতীয় স্থানত আছে। ৰোমানিয়াৰ বাছু ছাইনীয়ে ১.৪ অভাৰত ৫০ ৰান দিছিল। আৰু মংগোলিয়াৰ মুংগুন আলটানখুৱাগে দুটা অভাৰত ৫০ ৰান দিছিল। অৰ্থাৎ এইক্ষেত্ৰত সম্পূৰ্ণ আইচিচিৰ সদস্য দেশৰ বলাৰৰ ৰেংকিঙত উইলিয়ামছে শীৰ্ষস্থান দখল কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

June 8, 2026 8:15 pm
ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

June 8, 2026 8:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd