• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2025 1:14 pm
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঝাৰখণ্ডৰ হাজাৰিবাগত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত তিনিজন মাওবাদী নিহত হৈছে। নিহতসকলৰ ভিতৰত আছে সহদেব ছ’ৰেন, যাৰ মূৰৰ মূল্য আছিল এক কোটি টকা।

সোমবাৰৰ পুৱাই পান্তিত্ৰী জংঘলত আৰম্ভ হয় গুলীয়াগুলি। এক গোপন সূত্ৰৰ ভিত্তিত নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে জংঘলত অভিযান চলায়। পুৱা ৬ বজাৰ ভিতৰত নিৰাপত্তাৰক্ষীয়ে গোহৰ থানাৰ সীমান্তৱৰ্তী বনাঞ্চলত তিনি মাওবাদীক ঘেৰাও কৰে।

Apply Now

সোমবাৰৰ যৌথ অভিযানত সহদেবৰ সৈতে আৰু দুজন মাওবাদী নেতা ৰঘুনাথ হেমব্ৰাম আৰু বীৰসেন গঞ্জুক নিহত হয়। ৰঘুনাথ ওৰফে চঞ্চল মাওবাদীৰ বিহাৰ-ঝাৰখণ্ড বিশেষ আঞ্চলিক সমিতিৰ সদস্য আছিল। তেওঁৰ মূৰৰ দাম আছিল ২৫ লাখ টকা। আনহাতে, দলৰ মণ্ডল সমিতিৰ সদস্য বীৰসেন ওৰফে ৰামখেলাওনৰ মূৰৰ দাম আছিল ১০ লাখ টকা।

ঝাৰখণ্ড আৰক্ষীয়ে জনোৱা মতে, তাঁতীঝৰীয়া থানা এলেকাৰ কৰন্দি গাঁৱত কোব্ৰা বেটেলিয়ন আৰু হাজাৰিবাগ আৰক্ষীৰ যৌথ অভিযান চলিছিল। গিৰিডিহ-বোকাৰো সীমান্তৰ সমীপৰ এই গাঁওখনত পুৱা ৬ বজাৰ পৰা দুয়োপক্ষৰ মাজত গুলীয়াগুলি আৰম্ভ হয়। এই সংঘৰ্ষৰ অন্তত নিৰাপত্তাৰক্ষীয়ে গভীৰ অৰণ্যৰ পৰা নিহত তিনিজন মাওবাদী নেতাৰ মৃতদেহ উদ্ধাৰ কৰে। বাহিনীটোৱে জনোৱা মতে, এই অঞ্চলৰ গভীৰ অৰণ্যত এতিয়াও তালাচী অভিযান অব্যাহত আছে।

প্ৰসংগক্ৰমে গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত মাওবাদী মুক্ত ভাৰত গঢ়াৰ বাৰ্তা দিছে। তাৰ পিছত নিৰাপত্তা বাহিনীয়ে বিগত চাৰি মাহত মাওবাদী কেন্দ্ৰীয় সমিতিৰ তিনিজন সদস্যক হত্যা কৰিছে। ইতিমধ্যে ১.৫ কোটি টকাৰ মূৰৰ দাম ৰখা মাওবাদী সাধাৰণ সম্পাদক বাসৱৰাজুক হত্যা কৰা হৈছে। দেওবাৰে মাওবাদী নেতা মুখদেৱ যাদৱক নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰে। তেওঁৰ মূৰৰ দাম আছিল ৫ লাখ টকা। ইয়াৰ উপৰিও ঘটনাস্থলীৰ পৰা বহু সংখ্যক অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰা হৈছে। নিহত মাওবাদী নেতা কিষেনজীৰ পত্নী সুজাতাই যোৱা শনিবাৰে আত্মসমৰ্পণ কৰে।

উল্লেখ্য যে ইয়াৰ পিছৰে পৰাই মাওবাদী বিৰোধী অভিযানে ছত্তীশগড়, ঝাৰখণ্ডৰ দৰে মাওবাদী অধ্যুষিত ৰাজ্যত গতি লাভ কৰিছে৷ চোৰাংচোৱা তথ্য অনুসৰি ছত্তীশগড়-তেলেংগানা সীমান্তৰ কাৰেগুটা পাহাৰীয়া অঞ্চল বৰ্তমান মাওবাদীৰ অন্যতম দুৰ্গ। এই অঞ্চলৰ পৰা মাওবাদৰ শিপা উভালি পেলাবলৈ প্ৰায় ৩ হাজাৰ অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে।

যোৱা ২১ এপ্ৰিলৰ পৰা অঞ্চলটোত আৰম্ভ হোৱা এই অভিযানত এতিয়ালৈকে সমগ্ৰ অঞ্চলটোত ৩১ জনতকৈ অধিক মাওবাদী নিহত হৈছে। ছত্তীশগড়, মহাৰাষ্ট্ৰ আৰু তেলেংগানাৰ সীমান্তৱৰ্তী পাহাৰ আৰু বনাঞ্চলত ঘাটি সাজি থকা এহেজাৰ মাওবাদীক গ্ৰেপ্তাৰ কৰিবলৈ ২০ হাজাৰৰো অধিক যৌথ বাহিনী মোতায়েন কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

July 2, 2026 12:01 pm
ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

July 2, 2026 11:57 am
৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

July 2, 2026 10:23 am
আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

July 2, 2026 9:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

July 2, 2026 12:01 pm
ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

July 2, 2026 11:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd