• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2025 9:20 pm
568
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ পিছত নৰ্থ-ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন গাৰ্গ অনুৰাগী সমাজ।

জুবিন গাৰ্গক চিংগাপুৰলৈ মাতি নি সুৰক্ষা প্ৰদান কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰিছে জুবিন অনুৰাগীসকলে।

Apply Now

ইতিমধ্যে সামাজিক মাধ্যমত যুৱ-প্ৰজন্মকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়েও জুবিনৰ মৃত্যুৰ বাবে শ্যামকানু মহন্ত তথা নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক মণ্ডলীক দোষাৰোপ কৰি ক্ষোভ উজাৰিছে।

সাহিত্যিক জুৰি বৰা বৰগোহাঞিয়ে ফেচবুকত লিখিছে, এই যাতনাৰ মাজতে হঠাতে মনলৈ আহিছে … North East Festival ছিংগাপুৰত কিয় কোনে পাতিছিল? দ্বিতীতে বিগত তিনিবছৰমান সঘনাই অসুস্থ মানুহজনক বিপদজনক স্কুবা ডাইভিং কৰিবলৈ কোনে কেনেকৈ দিলে? য’ত গৰিমা শইকীয়াও নাছিল! তৃতীয়তে কিয় এনেকৈ বহুতৰ বাবে অচিন দেশ এখনত আমি আমাৰ সময়ৰ এজন প্ৰসিদ্ধ গায়কক হেৰুৱাব লগা হ ল?  আমি অসমীয়াই তেওঁৰ পৰা আৰু বহুত পাবলৈ থাকি গ’ল। আমাক কোনে উত্তৰ দিব? আন এটা পোষ্টত তেওঁ লিখিছে, ৰাজ্য এখনৰ বিখ্যাত শিল্পী- সাহিত্যিকৰ জীৱনৰ সুৰক্ষা দায়িত্ব চৰকাৰৰ। তাতে North East festival পাতে চৰকাৰৰ অনুদান লৈ। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিনক  আনি শ্ৰদ্ধা জনোৱাৰ আগতে মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰক এই আকস্মিক মৃত্যুৰ বাবে চৰকাৰী গাফিলতি আছিল!

কবি প্ৰাৱন্ধিক ডঃ কমল কুমাৰ তাঁতীয়ে লখিছে, গোটেই ঘটনাটোৰ সমুচিত তদন্ত হ’ব লাগে৷ অসমৰ মানুহে জানিব লাগিব কি পৰিস্থিতিত কিদৰে আমি জুবিন গাৰ্গক হেৰুৱালোঁ৷  নিজৰ ব্যৱসায় চলোৱাৰ কাৰণে মানুহজনক আমাৰ পৰা আঁতৰাই নিয়া মানুহবোৰে সকলো কথাৰ উত্তৰ দিব লাগিব৷ ফেষ্টিভেল মহন্তটোক অসমলৈ আহিবলৈ নিদিব, ৰাইজ !!!

কবি প্ৰণৱ কুমাৰ বৰ্মনে লিখিছে, ই এক আওপকীয়া হত্যাকাণ্ড!!!! কোন কোন জড়িত তদন্ত হ’ব লাগিব। এজন চিজাৰ ৰোগীক কিয় লৈ যোৱা হৈছিল এডভেন্সাৰ কৰাবলৈ? কিয় তেওঁৰ স্বাস্থ্যৰ  যতন লোৱা হোৱা নাছিল? লগত বাউন্সাৰ আছিল- চিকিৎসক আছিল নে? উদ্যোক্তা সকলৰ বাবে তেওঁ খেলৰ পুতলা আছিল নেকি? আজি নিশা বা কাইলৈ ৰাইজৰ কাঠগড়াত শিল্পীক নিৰাপত্তা দিব নোৱৰা  সকলো থিয় হ’ব লাগিব!!

ছবি প্ৰযোজক লুইত কুমাৰ বৰ্মনে ফেচবুকত লিখিছে, মৃত্যুৰ পিছত অভাৱ অনুভৱ কৰিছোঁ। কিমান কাজিয়া আছিল কিন্তু মৃত্যু কামনা কৰা নাছিলো। আৰু ৩০ বছৰ মান যুজি থাকিব বিচাৰিছিলোঁ।  চব কুটৰ ঘাই ফেষ্টিভেল মহন্ত। চৰকাৰী টকা লুটি পুটি বাৰে বাৰে উৎসৱ পাতে। জুবিনক ব্যৱহাৰ কৰি। কিহৰ দৰকাৰ আছিল Singaporeত এইবোৰ পাতিবলৈ না চিংগাপুৰত গ’ল হৈ না ঘটনা ঘটিল হেতেন। তদন্ত হব লাগে।    

ইপিনে, দ্য ক্ৰছ কাৰেন্টৰ মুখ্য সম্পাদক জিতুমণি বৰাৰ সৈতে শ্যামকানু মহন্তৰ এটা কল ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছত ক্ষোভত জ্বলি উঠিছে অসমৰ ৰাইজ। উক্ত টেলিফোনিক বাৰ্তালাপত শ্যামকানু মহন্তই এইদৰে কৈছিল যে জুবিনৰ প্ৰকৃততে কি হৈছিল, মই নাজানো। সেই সময়ত মই উদ্যোক্তাসকলৰ লগত আলোচনাত ব্যস্ত আছিলো। জুবিনে তেতিয়া কেইজনমান বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল। এই দায়সৰা বক্তব্যই যেন অধিক বিপদ কঢ়িয়াই আনিছে শ্যামকানু মহন্তলৈ। সচেতন মহলে শংকা প্ৰকাশ কৰিছে যে ক্ষোভিত যুৱ প্ৰজন্মই যিকোনো মুহূৰ্তত শ্যামকানু মহন্তৰ বাসগৃহত বা শ্যামকানু মহন্তৰ ওপৰত আক্ৰমণ কৰিব পাৰে। সেয়েহে, সচেতন ৰাইজে শ্যামকানু মহন্তৰ বাসগৃহ আৰু শ্যামকানু মহন্তৰ বাবে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd