• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাৰে বাৰে কৈ আছিল জুবিনে, “মই নাযাওঁ” : জোৰ কৰি লৈ গৈছিল শ্যামকানুৱে, দুদিন খোৱা নাছিল কেইবাটাও টেবলেট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2025 12:14 pm
916
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ছিংগাপুৰত সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। মৰণোত্তৰ পৰীক্ষাৰ পিছত আজিয়েই অসমলৈ অনা হ’ব জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। ভাৰতীয় সময় অনুসৰি ১১ বজাত সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা।

চৰকাৰে জনোৱা মতে, পোন প্ৰথমে দিল্লীত অৱতৰণ কৰিব জুবিন গাৰ্গক কঢ়িয়াই অনা এয়াৰ এম্বুলেন্স। তাৰপিছত গুৱাহাটীৰ খানাপাৰালৈ অনা হ’ব জুবিন গাৰ্গক। খানাপাৰাত কেৱল আত্মীয় আৰু পৰিয়ালৰ লোকসকলেহে চাব পাৰিব জুবিন গাৰ্গৰ নশ্বৰ দেহ।

ইয়াৰ পিছত সৰুসজাই ষ্টেডিয়ামলৈ লৈ যোৱা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ। তাতেই হ’ব ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

জুবিন গাৰ্গৰ মৃত্যু লৈ এতিয়া ওলাইছে ইটোৰ পিছত সিটো নতুন নতুন তথ্য। জুবিন গাৰ্গক ১৩ ছেপ্তেম্বৰৰ দিনা লগ পোৱা এজন ঘনিষ্ঠ হৰেশ্বৰ মহন্তই জনোৱা মতে স্বাস্থ্যৰ দুৰ্বলতাৰ বাবে ছিংগাপুৰলৈ যাবলৈ মন নাছিল জুবিন গাৰ্গৰ। কিন্তু শ্যামকানু মহন্তই জোৰজবৰদস্তি কৰি লৈ গৈছিল জুবিন গাৰ্গক। জুবিন গাৰ্গৰ লগত ছিংগাপুৰলৈ পত্নী গৰিমা শইকীয়া গাৰ্গ যোৱাৰ কথা আছিল যদিও ভিছা লাভ কৰা নাছিল তেওঁ।

আনহাতে, আন এক খবৰ মতে দুদিন ধৰি কেইবাটাও প্ৰয়োজনীয় টেবলেট খোৱা নাছিল জুবিন গাৰ্গে। শ্যামকানু মহন্তকে ধৰি জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থয়ো জুবিনৰ স্বাস্থ্যৰ সুৰক্ষাৰ দিশটো অৱহেলা কৰিছিল। যাৰ বাবেই জুবিন গাৰ্গে এতিয়া অকাল মৃত্যুক সাৱটি ল’বলগা হ’ল জুবিন গাৰ্গে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ অতি কমেও ৮-৯ ঘণ্টা লুকুৱাই ৰখা হৈছিল

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ অতি কমেও ৮-৯ ঘণ্টা লুকুৱাই ৰখা হৈছিল

September 20, 2025 2:27 pm
জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ সময়সূচীঃ অনুৰাগীয়ে কেতিয়া জনাব পাৰিব অন্তিম শ্ৰদ্ধাঞ্জলি?

জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ সময়সূচীঃ অনুৰাগীয়ে কেতিয়া জনাব পাৰিব অন্তিম শ্ৰদ্ধাঞ্জলি?

September 20, 2025 1:42 pm
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! গুৱাহাটীৰ ৰাজপথত ইলেক্ট্ৰিক অটো এছ’চিয়েচনে উলিয়ালে শোভাযাত্ৰা

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! গুৱাহাটীৰ ৰাজপথত ইলেক্ট্ৰিক অটো এছ’চিয়েচনে উলিয়ালে শোভাযাত্ৰা

September 20, 2025 1:31 pm
শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে দাখিল সকলো গোচৰ CID-লৈ হস্তান্তৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে দাখিল সকলো গোচৰ CID-লৈ হস্তান্তৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

September 20, 2025 12:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ অতি কমেও ৮-৯ ঘণ্টা লুকুৱাই ৰখা হৈছিল

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ অতি কমেও ৮-৯ ঘণ্টা লুকুৱাই ৰখা হৈছিল

September 20, 2025 2:27 pm
জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ সময়সূচীঃ অনুৰাগীয়ে কেতিয়া জনাব পাৰিব অন্তিম শ্ৰদ্ধাঞ্জলি?

জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ সময়সূচীঃ অনুৰাগীয়ে কেতিয়া জনাব পাৰিব অন্তিম শ্ৰদ্ধাঞ্জলি?

September 20, 2025 1:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd