• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সৰুসজাই ক্রীড়া প্ৰকল্পৰ চৌহদত শিল্পী জুবিন গাৰ্গক ৰাজহুৱা শ্রদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2025 6:21 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতিৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ আজি শেহনিশা বা কাইলৈ পুৱা অসম পাবহি। সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পৰ চৌহদত শিল্পীগৰাকীক ৰাজহুৱা শ্রদ্ধাঞ্জলি জনোৱাৰ বাবে অসম চৰকাৰে যাৱতীয় পদক্ষেপ গ্রহণ কৰিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি পুৱা আৰু বিয়লিৰ ভাগত দুবাৰকৈ সৰুসজাইত উপস্থিত হৈ এই বিষয়ক প্রস্তুতিৰ বুজ লয়। তেওঁ প্রশাসন আৰু আৰক্ষীৰ শীৰ্ষ বিষয়ববীয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ সামগ্রিক ব্যৱস্থাৱলীৰ পৰ্যালোচনা কৰে। জনপ্রিয় শিল্পীগৰাকীক গুণমুগ্ধ ৰাইজে শেষ দৰ্শন কৰা আৰু শ্রদ্ধাঞ্জলি জনোৱাৰ সমগ্ৰ ব্যৱস্থাৱলী যাতে শৃংখলাবদ্ধ আৰু সুচাৰুৰূপে পৰিচালিত হয়, তাৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে মুখ্যমন্ত্রী শর্মাই প্রশাসনিক বিষয়ববীয়াসকলক যাবতীয় নির্দেশনা প্রদান কৰে। শ্রদ্ধাঞ্জলিস্থলীত উপযুক্ত পার্কিঙৰ ব্যৱস্থা, খোৱাপানী, অনাময়ৰ সু-সুবিধা, চিকিৎসাৰ ব্যৱস্থা আদিও পর্যাপ্ত ৰূপত উপলব্ধ কৰাবলৈ তেওঁ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে। আনহাতে যান-জট নিয়ন্ত্ৰণৰ স্বাৰ্থত ৰাজহুৱা শ্রদ্ধাঞ্জলিৰ সময়ছোৱাত ক্রীড়া প্ৰকল্পৰ কাষৰ ৰাষ্ট্ৰীয় ঘাইপথেদি গধুৰ যান-বাহনৰ চলাচল নিয়ন্ত্ৰণৰ পদক্ষেপ ল’বলৈও তেওঁ যান-বাহন আৰক্ষীক নির্দেশ দিয়ে।

উল্লেখযোগ্য যে শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ আজি মাজনিশা ছিংগাপুৰৰ পৰা নতুন দিল্লীত আহি পোৱাৰ সম্ভাৱনা আছে। নতুন দিল্লীৰ বিমান বন্দৰত শিল্পীগৰাকীৰ নম্বৰ দেহ আনুষ্ঠানিকভাৱে গ্ৰহণৰ বাবে মুখ্যমন্ত্রী শর্মা আজি বিয়লি নতুন দিল্লীলৈ ৰাওনা হৈছে। নতুন দিল্লী আহি পোৱাৰ পাছতেই শিল্পীগৰাকীৰ পাৰ্থিৱ শৰীৰ পোনে পোনে গুৱাহাটীলৈ লৈ অনাৰ ব্যৱস্থা কৰা হ‘ব। শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰাৰ সময় আৰু স্থান সম্পর্কে তেখেতৰ পৰিয়াল, ঘনিষ্ঠ শিল্পীসকল, জাতীয় অনুষ্ঠান তথা আন সংশ্লিষ্টসকলৰ সৈতে আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰে।

Apply Now

সৰুসজাইত আজি এই সম্পর্কীয় পর্যালোচনাৰ সময়ত শিক্ষা আদি বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেণ্ড, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বৰা, শক্তি আদি বিভাগৰ মন্ত্রী প্রশান্ত ফুকন, কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাৰ লগতে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্রধানকে ধৰি ৰাজ্যিক প্রশাসন, অসম আৰক্ষী আৰু লোক নির্মাণ, সাংস্কৃতিক পৰিক্ৰমা আদি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm
বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

June 28, 2026 4:36 pm
ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

June 28, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd