• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

AI বিকৃতকৰণ ৰোধ কৰিবলৈ ডিজিটেলভাৱে সংৰক্ষণ কৰা হ’ব জুবিন গাৰ্গৰ কণ্ঠ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 23, 2025 9:54 am
75
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সাংস্কৃতিক জগতৰ প্ৰাণস্পন্দন জুবিন গাৰ্গৰ মৃত্যুত শোকত ডুবিছে সমগ্ৰ ৰাজ্য। তাৰ মাজতে ভৱিষ্যতে অকৰ্তৃত্বশীল ব্যৱহাৰ বা বিকৃতকৰণ ৰোধ কৰিবলৈ শিল্পী গৰাকীৰ কণ্ঠক ডিজিটেলভাবে সংৰক্ষণৰ কাম আৰম্ভ কৰিছে তেওঁৰ ঘনিষ্ঠ ব্যক্তিয়ে।

জুবিন গাৰ্গৰ দীৰ্ঘদিনীয়া সহযোগী গায়ক-সুৰকাৰ মানস ৰবীনে কয় যে এনেধৰণৰ ডিজিটেল সংৰক্ষণে তেওঁৰ কণ্ঠক এআই-সক্ষম বা অন্যান্য প্ৰযুক্তিৰ জৰিয়তে বিকৃতকৰণ বা অপব্যৱহাৰ নকৰাটো নিশ্চিত কৰিব।

Apply Now

সোমবাৰে জুবিনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে উপস্থিত হোৱা সৰুসজাই ষ্টেডিয়ামত মানস ৰবীনে কয় যে, ‘প্ৰযুক্তিবিদ্যাই ব্যাপক অগ্ৰগতি লাভ কৰাৰ লগে লগে ইণ্টাৰনেটৰ পৰা লোৱা জুবিনৰ কণ্ঠৰ নমুনা ভৱিষ্যতে আন গায়ক, পৰিবেশকে নিজৰ হিচাপে ব্যৱহাৰ কৰিব পৰাটো অতি সম্ভৱ।

তেওঁ কয় যে আমি জুবিনৰ কণ্ঠক ডিজিটেলভাৱে সংৰক্ষণ কৰি এনে এক ‘ডিজিটেল চিগনেচাৰ’ সৃষ্টি কৰাৰ কাম কৰিম যে তেওঁৰ কণ্ঠ বজোৱাৰ মুহূৰ্ততে ইয়াৰ উৎস ধৰা পেলাব পৰা যাব।

ইয়াৰ আঁৰৰ ধাৰণাটো ব্যাখ্যা কৰি তেওঁ কয়, “যদি কোনো ব্যক্তিৰ মুখখন ডিজিটেলভাৱে আন এজন ব্যক্তিৰ শৰীৰত ছুপাৰ-ইম্পোজ কৰা হয়, তেন্তে ইয়াক ধৰা পেলাব পাৰি। একেদৰে এনে ব্যৱস্থা বিকশিত হৈছে য’ত এটা কণ্ঠৰ মূল ব্যক্তি বা গায়কৰ ডিজিটেলভাৱে সংৰক্ষিত সংস্কৰণৰ পৰা মুল কণ্ঠ ধৰিব পৰা যায়।”

মানস ৰবীনে কয় যে গাৰ্গৰ গীতসমূহ ইতিমধ্যে আৰ্কাইভ কৰা হৈছে, মৃত্যুৰ কিছুদিন পূৰ্বে গায়কগৰাকীয়ে নিজেই এনে এটা আৰ্কাইভ উদ্বোধন কৰিছে। তেওঁ কয়, “জুবিনৰ কামৰ ডিজিটেল সংৰক্ষণৰ কাম ইতিমধ্যে তেওঁৰ ইউটিউব চেনেল আৰু অন্যান্য ইণ্টাৰনেট প্লেটফৰ্মৰ জৰিয়তে চলি আছে। আমিও তেওঁৰ কণ্ঠত ‘ডিজিটেল চিগনেচাৰ’ লগাব বিচাৰো যাতে আজিৰ এআই-জেনেৰেটেড অডিঅ’ আৰু ভিডিঅ’ৰ জগতখনত কোনেও নিজৰ বুলি চলাব নোৱাৰে।” ইয়াৰ দ্বাৰা জুবিনৰ কণ্ঠ যাতে কোনো ধৰণৰ বিকৃত কৰিব নোৱাৰে সেয়াও নিশ্চিত হ’ব বুলি তেওঁ লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd