• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেলেষ্টাইনত গণহত্যাক লৈ মোডী চৰকাৰৰ মৌনতা লজ্জাজনক; ছোনিয়া গান্ধী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 25, 2025 7:44 pm
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে পুনৰবাৰ পেলেষ্টাইনৰ গণহত্যাক লৈ মোডী চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। ছোনিয়াই বিশ্বাস কৰে যে ভাৰতে পেলেষ্টাইন বিষয়ত শক্তিশালী প্ৰতিক্ৰিয়া আৰু নেতৃত্ব প্ৰদৰ্শন কৰাটো প্ৰয়োজন। গাজাত মানুহৰ মৃত্যু মিছিলৰ পাছতো মোডী চৰকাৰৰ “গভীৰ মৌনতা”ই ভাৰতৰ মানৱতা আৰু নৈতিকতাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

শেহতীয়াকৈ কাকতৰ এটা প্ৰতিবেদনত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে, “পেলেষ্টাইন বিষয়ত ভাৰতৰ পদক্ষেপ নৰেন্দ্ৰ মোদী আৰু নেতানিয়াহুৰ “বন্ধুত্ব”ৰ দ্বাৰা বহু পৰিমাণে প্ৰভাৱিত হৈছে।” গাজাত মৃত্যু মিছিলক লৈ আমেৰিকাৰ মনোভাৱকো ছোনিয়াই “বেদনাদায়ক আৰু মানৱতাৰ বাবে এক বৃহৎ আঘাত” বুলি অভিহিত কৰে।

Apply Now

বিশ্ব মঞ্চত নৰেন্দ্ৰ মোডীৰ ব্যক্তিগত সম্পৰ্কই কেতিয়াও ভাৰতৰ মনোভাৱ প্ৰকাশ কৰিব নোৱাৰে বুলিও কয়। বিশেষকৈ ১৯৮৮ চনত য’ত পেলেষ্টাইনক প্ৰথম স্বীকৃতি দিয়া হৈছিল, তাত মোডী চৰকাৰৰ কাৰ্যকালত ভাৰতে দুখন ৰাষ্ট্ৰৰ নীতি বৈঠকৰ পৰা বিৰত থকাটো অতি দুৰ্ভাগ্যজনক বুলি বিবেচনা কৰে কংগ্ৰেছৰ বৰ্ষীয়ান নেত্ৰীগৰাকীয়ে।

উল্লেখ্য যে গাজা যুদ্ধবিৰতি সন্দৰ্ভত বিগত তিনি বছৰত ভাৰতে চাৰিবাৰ ভোটদানৰ পৰা বিৰত আছিল। এই কাৰণেই পেলেষ্টাইনৰ প্ৰতি ভাৰতৰ স্থিতি সন্দৰ্ভত বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হ’বলৈ ধৰে। ৰাজনীতিবিদসকলে কয় যে আমেৰিকা আৰু ইজৰাইলৰ সৈতে মোডীৰ বন্ধুত্বই এই প্ৰশ্নৰ মূল কাৰণ আছিল। অৱশেষত ভাৰতে শেহতীয়াকৈ আন ১৪২খন দেশৰ লগতে পেলেষ্টাইন আৰু ইজৰাইলৰ বাবে দুখন ৰাষ্ট্ৰৰ সমাধানৰ সপক্ষে ভোটদান কৰে।

ইতিমধ্যে গাজাত ইজৰাইলৰ আক্ৰমণত প্ৰায় ৬৪ হাজাৰ লোকৰ মৃত্যু হৈছে। ইয়াৰে প্ৰায় ৭০ শতাংশ শিশু আৰু মহিলা। ইয়াৰ সমান্তৰালকৈ নেতানিয়াহু চৰকাৰে বিশ্বৰ আন দেশৰ পৰা প্ৰেৰণ কৰা সাহায্যকো বাধা দি আছে। ইয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ছোনিয়াই কয় যে গাজাৰ জনসাধাৰণে দুৰ্ভিক্ষৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে, ইজৰাইলৰ সেনাই অতি প্ৰয়োজনীয় খাদ্য, ঔষধ আৰু অন্যান্য সাহায্যৰ যোগানত নিষ্ঠুৰভাৱে বাধা দিছে।

ছোনিয়াই কটাক্ষ কৰি কয় যে ইজৰাইলৰ দয়াৰে গাজা ষ্ট্ৰিপত প্ৰৱেশ কৰিবলৈ দিয়া সাহায্য হৈছে “হতাশাৰ সাগৰত মাত্ৰ কেইটোপালমান পানী”। সমগ্ৰ বিশ্বই পেলেষ্টাইন বিষয়ত ব্যৱস্থা লোৱাত পলম হৈছে আৰু কংগ্ৰেছ নেত্ৰীগৰাকীয়ে বিশ্বাস কৰে যে ভাৰতে কেৱল বৈদেশিক নীতিৰ বিষয় নহয়, মানৱতাৰ স্বাৰ্থত ইয়াক অধিক কঠোৰভাৱে নিন্দা কৰা উচিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm
‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

October 12, 2026 6:00 pm
মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm
‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

October 12, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd