• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশেষ সাফল্য অসমৰ! কোন কোন ৰাজ্য আগবাঢ়ি আছে বাল্য বিবাহ প্ৰতিৰোধত…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2025 3:26 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ কিছুমান প্ৰান্তত এতিয়াও অব্যাহত আছে বাল্য বিবাহ প্ৰথা। অসমত বাল্য বিবাহ প্ৰতিৰোধ কৰাত বিশেষ সফলতা দেখিবলৈ পোৱা গৈছে। শেহতীয়া প্ৰতিবেদন অনুসৰি বিগত তিনি বছৰত অসমত ছোৱালীৰ বাল্যবিবাহৰ হাৰ ৮৪% আৰু ল’ৰাৰ মাজত ৯১% হ্ৰাস পাইছে, যিটো ৰাষ্ট্ৰীয় গড়তকৈ বহু বেছি।

শেহতীয়াকৈ নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সময়ত এক অনুষ্ঠানত প্ৰকাশিত “টিপিং পইণ্ট টু জিৰ’: এভিডেন্স টুৱাৰ্ডছ এ চাইল্ড মেৰেজ-ফ্ৰী ইণ্ডিয়া” শীৰ্ষক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। এন জি অ’ জাষ্ট ৰাইটছ ফৰ চিলড্ৰেন (জে আৰ চি) আৰু ইয়াৰ অংশীদাৰ ইণ্ডিয়া চাইল্ড প্ৰটেকচনৰ পদক্ষেপ চেণ্টাৰ ফৰ লিগেল একচন এণ্ড বিহেভিয়াৰ চেঞ্জ ফৰ চিলড্ৰেন (চি-লেব)ৰ দ্বাৰা প্ৰস্তুত কৰা এই প্ৰতিবেদনত ২০২২ চনৰ এপ্ৰিলৰ পৰা ২০২৫ চনৰ মাৰ্চলৈকে পাঁচখন ৰাজ্যৰ তথ্য সামৰি লোৱা হৈছে।

Apply Now

উল্লেখ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত বাল্যবিবাহ ছোৱালীৰ মাজত ৬৯% আৰু ল’ৰাৰ মাজত ৭২% হ্ৰাস পাইছে। সমীক্ষাত অংশগ্ৰহণ কৰা ৰাজ্যসমূহৰ ভিতৰত অসমে ছোৱালীৰ তালিকাত শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰ আৰু বিহাৰত ৭০%কৈ, ৰাজস্থানে ৬৬%, আৰু কৰ্ণাটক ৫৫% হ্ৰাস পাইছে।

জে আৰ চি হৈছে শিশু সুৰক্ষাৰ ক্ষেত্ৰত কৰ্মৰত অন্যতম বৃহৎ নেটৱৰ্ক, য’ত ২৫০ টাতকৈও অধিক বেচৰকাৰী সংস্থা অন্তৰ্ভুক্ত আৰু কেৱল অসমতেই ইয়াৰ আঠটা অংশীদাৰ সংগঠনে ৰাজ্যৰ ৩৫খন জিলাৰ ভিতৰত ৩০খন জিলাত সক্ৰিয়ভাৱে কাম কৰি আছে।

এই শেহতীয়া সমীক্ষাত বাল্যবিবাহ হ্ৰাসত সজাগতা অভিযানক আটাইতকৈ কার্যকৰী কাৰক হিচাপে চিহ্নিত কৰা হৈছে, ৭৬ শতাংশ এফআইআৰ দাখিল আৰু গ্ৰেপ্তাৰ গুৰুত্বপূৰ্ণ কাৰক বুলি উল্লেখ কৰিছে। অৱশ্যে শিশু কল্যাণ সমিতি আৰু হেল্পলাইনৰ বিষয়ে যথাক্ৰমে কেৱল ৩১ শতাংশ আৰু ২২ শতাংশ লোকেহে সজাগ। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে অসম চৰকাৰে বাল্যবিবাহ প্ৰতিৰোধৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে, বিশেষকৈ শিক্ষাৰ্থী ছোৱালীক আৰ্থিক সাহায্য প্ৰদান কৰি বিবাহ পলম কৰিবলৈ উৎসাহিত কৰা “নিজুত মইনা ২.০” আঁচনি উল্লেখযোগ্য। ইয়াত দেখা গৈছে যে ৯৯ শতাংশ অংশগ্ৰহণকাৰী বাল্যবিবাহ আইন সম্পৰ্কে সজাগ, য’ত টেলিভিছন (৯২ শতাংশ) আৰু এন জি অ’ (৭৬ শতাংশ) তথ্যৰ মুখ্য উৎস। ২০২৪ চনত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা “শিশু বিবাহ মুক্ত ভাৰত” অভিযানৰ প্ৰভাৱো প্ৰায় সাৰ্বজনীনভাৱে অনুভূত হৈছে (৯৯ শতাংশ), আৰু ৮৮ শতাংশ এন জি অ’ক মূল সুবিধা প্ৰদানকাৰী হিচাপে  স্বীকৃত হৈছে, লগতে ৯৫ শতাংশ লোকেই এই প্ৰথাৰ বিৰুদ্ধে প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছে।

 প্ৰতিবেদনখনৰ পৰামৰ্শৱলীত বাল্যবিবাহ ৰোধৰ বাবে কঠোৰ আইন প্ৰয়োগ, উন্নত প্ৰতিবেদন ব্যৱস্থা, বাধ্যতামূলক বিবাহ পঞ্জীয়ন, গাঁও পৰ্যায়ত “বাল্য বিবাহ মুক্ত ভাৰত” পৰ্টেলৰ প্ৰচাৰ আৰু ৰাষ্ট্ৰীয় বাল্যবিবাহ বিৰোধী দিৱস ঘোষণা আদি দিশ ফলপ্ৰসূ বুলি উল্লেখ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

October 12, 2026 1:40 pm
ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm
২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

October 12, 2026 11:13 am
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

October 12, 2026 10:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

October 12, 2026 1:40 pm
ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd