• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উৎকট গোন্ধত অতীষ্ঠ ৰঙাগড়াবাসী! বোকাখাতৰ ৰঙাগড়াৰ গেলাবিল নৈত আৱদ্ধ আৱৰ্জনা

উত্তম কুমাৰ শৰ্মা, বোকাখাত by উত্তম কুমাৰ শৰ্মা, বোকাখাত
October 4, 2025 2:37 pm
65
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্গন্ধময় পৰিৱেশে তীব্ৰ অস্বস্তিত পেলাইছে বোকাখাত বিধান সভা সমষ্টিৰ অধীনৰ ৰঙাগড়া অঞ্চলৰ ৰাইজক।

জানিব পৰা মতে, ৰঙামাটি মৌজাৰ অন্তৰ্গত বোকাখাতৰ ৰঙাগড়াৰ গেলাবিল নৈত আৱদ্ধ হৈ পৰিছে বহুতো আৱৰ্জনা। দীৰ্ঘদিন ধৰি আৱদ্ধ হৈ থকা আৱৰ্জনাৰ লগতে জীৱ জন্তুৰ গেলা-পচা শৱদেহৰ পৰা ওলোৱা দুৰ্গন্ধই প্ৰদূষিত কৰিছে সমগ্ৰ ৰঙাগড়া অঞ্চল।

Apply Now

উল্লেখযোগ্য যে ৰঙামাটি আৰু মহুৰা মৌজাৰ মাজেৰে বৈ যোৱা গেলাবিল নৈ তথা দুসূঁতিমুখ পঞ্চায়তৰ অন্তৰ্গত ৰঙাগড়া আৰু মৰঙীয়াল সংযোগী পকী দলঙৰ কাষতে থকা পুৰণি দলঙৰ খুটাত কেইবামাহ ধৰি জমা হৈ থকা মেটেকাত আৱদ্ধ হৈ পৰিছে দূৰ-দূৰণি পৰা পানীত উটি অহা গেলা আৱৰ্জনাৰ লগতে জীৱ জন্তুৰ গেলা-পচা শৱদেহ। যাৰ পৰা ওলোৱা উৎকট গোন্ধই প্ৰদূষিত কৰিছে এতিয়া সমগ্ৰ অঞ্চলটো। জীয়াতু ভোগীছে নদী কাষৰীয়া লোকৰ লগতে পথটোৰে যাতায়ত কৰা স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় লোক তথা পথাচাৰীয়ে।

উল্লেখযোগ্য যে কাঠেৰে নিৰ্মিত পৰিত্যক্ত দলঙখনৰ খুঁটাসমূহ সংশ্লিষ্ট বিভাগে উঠাই নিনিয়াৰ ফলত প্ৰায় প্ৰতিবছৰেই এই সমস্যাৰ সন্মুখীন হৈ আহিছে স্থানীয় অঞ্চল বাসীয়ে।

স্থানীয় ৰাইজৰ অভিযোগ যে প্ৰতি বছৰে বান পানীৰ পাছত পূৰ্বৰ কাঠৰ দলংখনৰ পৰিত্যক্ত কাঠৰ খুঁটাবোৰত আবদ্ধ হোৱা আবৰ্জনাৰ দুৰ্গন্ধৰ বাবে জীয়াতু ভুগিবলগীয়া হয় পথাচাৰীয়ে। এই ক্ষেত্ৰত আবৰ্জনাবোৰ পৰিষ্কাৰ কৰা বা পূৰ্বৰ কাঠৰ দলংখনৰ পৰিত্যক্ত খুঁটাবোৰ উঠাই পেলোৱাৰ ক্ষেত্ৰত কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ।

উল্লেখ্য যে পূৰ্বৰ কাঠৰ দলংখনৰ পৰিত্যক্ত খুঁটাবোৰ আঁতৰাই পকী দলংখনৰ তলেৰে গেলাবিল নদীয়েদি আবৰ্জনাবোৰ অনায়সে প্ৰবাহিত কৰাৰ ব্যৱস্থা কৰিলেই প্ৰতিবছৰৰ বানপানীৰ পাছৰ দুৰ্গন্ধময় পৰিৱেশৰ পৰা মুক্ত হ’ব অঞ্চলবাসী । কিন্তু প্ৰতিবছৰেই ৰাইজৰ অভিযোগৰ পাছতো চৰম উদাসীনতা প্ৰদৰ্শন কৰি আহিছে বিভাগীয় লোকে।

যাৰ বাবে লোক নিৰ্মাণ আৰু খণ্ড উন্নয়ণ বিষয়ালৈ কেইবাদফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰি সমস্যা সমাধানৰ দাবী তুলিলে জীপাল কৃষক শ্ৰমিক সংঘই।

দাবী অনুসৰি অনতিবিলম্বে এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ ৰূপে ৰঙাগড়া -গেলাবিল দলঙত লাগি থকা প্ৰদূষিত সমূদায় আৱৰ্জনা পৰিস্কাৰ কৰা, ৰঙাগড়া -গেলাবিল পকী দলঙৰ গাতে লাগি থকা পুৰণা পৰিত্যক্ত কাঠৰ দলঙখন এমাহৰ ভিতৰত উঠাই নিয়াৰ ব্যৱস্থা কৰাকে আদি কৰি কেইবাটাও দাবী সন্নিৱিষ্ট কৰি বিভাগীয় গাফিলতিৰ বাবে এনেদৰে আৰু কোনোকালেই যাতে সৰ্বসাধাৰণ ৰাইজে দুৰ্ভোগ ভুগিব লগা নহয় তাৰ বাবে সকীয়াই দিয়ে।

আনহাতে এই দাবী আওকাণ কৰি জনসাধাৰণক অস্বস্তিত পেলাই ৰাখিলে শীঘ্ৰেই সংগঠনটোয়ে প্ৰতিবাদী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলিও উল্লেখ কৰে স্মাৰক পত্ৰখনত।

উত্তম কুমাৰ শৰ্মা, বোকাখাত

উত্তম কুমাৰ শৰ্মা, বোকাখাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd