• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা: তিনিগৰাকী বিজ্ঞানীলৈ এই সন্মান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2025 7:19 pm
62
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অৰ্থাৎ ৬ অক্টোবৰ পৰা আৰম্ভ হৈছে ঘোষণা ২০২৫ বৰ্ষৰ ন’বেল বঁটা ঘোষণাৰ কাৰ্যসূচী। ন’বেল কমিটীয়ে সোমবাৰে ঘোষণা কৰিলে চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা বিজয়ীৰ নাম। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে মেৰী ই. ব্ৰুংকো, ফ্ৰেড ৰেমছডেল আৰু শ্বিমল ছাকাগুচিক ২০২৫ বৰ্ষৰ ন’বেল বঁটা প্ৰদান কৰা হ’ব। এই তিনিওজনক পেৰিফেৰেল ইমিউন ট’লাৰেন্সৰ সৈতে জড়িত আৱিষ্কাৰৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে।

পেৰিফেৰেল ইমিউন ট’লাৰেন্স হৈছে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীৰ এক গুৰুত্বপূৰ্ণ ব্যৱস্থা, যিয়ে শৰীৰক বাহ্যিক জীৱাণুৰ পৰা ৰক্ষা কৰাৰ লগতে নিজৰ কলা-কোষক আক্ৰমণ কৰাত বাধা দিয়ে। উল্লেখ্য যে, বিগত বৰ্ষত (২০২৪) মাইক্ৰ’আৰএনএ (ৰাইব’নিউক্লিক এচিড)ৰ আৱিষ্কাৰৰ বাবে আমেৰিকাৰ ভিক্টৰ এম্ব্ৰ’জ আৰু গেৰী ৰুভকুনক যৌথভাৱে এই বঁটা প্ৰদান কৰা হৈছিল। মাইক্ৰ’আৰএনএ হৈছে জিনীয় পদাৰ্থৰ ক্ষুদ্ৰ কণা, যিয়ে কোষৰ ভিতৰত অন-অফ চুইচৰ দৰে কাম কৰি কোষৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰে।

Apply Now

উল্লেখ্য যে মঙলবাৰে পদাৰ্থ বিজ্ঞান, বুধবাৰে ৰসায়ন বিজ্ঞান, বৃহস্পতিবাৰে সাহিত্য, শুকুৰবাৰে শান্তি আৰু ১৩ অক্টোবৰত অৰ্থনীতিৰ ন’বেল বঁটা বিজয়ীৰ নাম ঘোষণা কৰা হ’ব। এইবাৰ শান্তিৰ ন’বেল বঁটাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক মনোনীত কৰা হৈছে। তেওঁ এই বঁটা লাভ কৰিব নে নহয়, সেয়া লক্ষণীয় হ’ব।

প্ৰসংগ ক্ৰমে এই বঁটাসমূহ আলফ্ৰেড ন’বেলৰ মৃত্যু বাৰ্ষিকীত, অৰ্থাৎ ১০ ডিচেম্বৰত প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব। ন’বেল আছিল ছুইডেনৰ এগৰাকী ধনী উদ্যোগপতি আৰু ডাইনামাইটৰ উদ্ভাৱক। ১৮৯৫ চনৰ উইলত তেওঁ নিজৰ সম্পত্তিৰ এক বৃহৎ অংশ এই বাৰ্ষিক বঁটাসমূহৰ বাবে এৰি থৈ গৈছিল। ১৯০১ চনত প্ৰথমবাৰৰ বাবে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান, সাহিত্য আৰু শান্তিৰ ক্ষেত্ৰত এই বঁটা প্ৰদান কৰা হয়। পিছলৈ ১৯৬৮ চনত ছুইডেনৰ কেন্দ্ৰীয় বেংকে অৰ্থনীতিৰ ন’বেল বঁটা যোগ কৰি মুঠ ছটা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd