• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“ৰাজনীতিৰ ভূত!” জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত কি ক’লে বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গোহাঁয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2025 2:22 pm
132
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুবিন গাৰ্গৰ ৰহস্যজন মৃত্যুৰ তদনন্তক লৈ সৃষ্টি হোৱা ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিত শিল্পী গৰাকীৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰহসনত পৰিৱৰ্তন হ’ব বুলি শংকা প্ৰকাশ কৰিছে ৰাজ্যৰ সচেতন মহলে।

এই সন্দৰ্ভত বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গোহাঁইয়ে কয় যে, হিমন্ত বিশ্বই বাৰু জুবিনৰ মৃত্যুক লৈ ৰাজনীতি নকৰি আশাসুধীয়া কষ্ট কৰি আছে। বাকী সকলে জুবিনৰ বাবে ন্যায় বিচাৰি দাবী জনোৱাত তেওঁ ক্ষুব্ধ হৈছে। তেওঁ কিবা অন্যায় কৰিব খুজিছে নেকি? তেওঁৰ দৰে আৰু কিছুমানে ‘ৰাজনীতি কৰা’ৰ অভিযোগ আনিছে। তাৰ অৰ্থ কি?

Apply Now

তেওঁ আৰু কয় যে ৰাজনৈতিক দল বোৰৰ কামেই হৈছে ৰাইজৰ মাজৰ পৰা উঠা ক্ষোভ আৰু আপত্তিক দাবীত পৰিণত কৰা। সমগ্ৰ ৰাইজ জাগি উঠাৰ সময়ত তেওঁলোক শুই থাকিব নোৱাৰে। তাক অনধিকাৰ চৰ্চা বুলিব নোৱাৰি। ‌‌ইতিমধ্যে এজন‌ অভিযুক্তৰ লগত মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সম্পৰ্কৰ ঢেৰ প্ৰমাণ ওলাইছে। SIT মুখ্যমন্ত্ৰীয়ে গঠন কৰা দল। তেওঁৰ ক্ষমতা আৰু প্ৰভাৱৰ অধীন। আৰু ভাৰতৰ‌ আৰক্ষী স্বাধীন নহয় বুলি আটায়ে জানে। তেন্তে কিছু সঙ্শয়ৰ বুৰবুৰণি উঠিবই। আৰু সেই সতৰ্কতা খিনিক ‘ৰাজনীতি’ৰ অপবাদ দি তদন্ত প্ৰকৃততে পক্ষপাতহীন হোৱা বন্ধ কৰিলে ফলাফল আশানুৰূপ নহ’ব,আৰু জুবিনৰ ছদ্মবেশী ঘাতক সাৰি‌‌ যাব পাৰে। গতিকে তদন্তকো চিধা বাটৰ পৰা ফালৰি কাটি যাবলৈ দিব নোৱাৰি বুলি মত পোষণ কৰিছে হীৰেন গোহাঁইয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

October 8, 2026 11:55 am
চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

October 8, 2026 9:59 am
‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা! উৰণীয়া সেতুত উদ্ধাৰ বিটিচি প্ৰধানৰ ব্যক্তিগত সহায়কৰ মৃতদেহ

October 8, 2026 11:55 am
চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

চাৰি দশকৰ বন্ধুত্ব! ভাইৰেল হৈ পৰিছে সেনা আৰু বায়ুসেনা প্ৰধানৰ ১৯৮৫ চনৰ এনডিএৰ ফটো

October 8, 2026 9:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd