• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ডিজিটেল আন্দোলন: #JusticeForZubeenGarg

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 13, 2025 6:21 pm
51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তীব্ৰতৰ হৈ পৰিছে জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ ন্যায়ৰ দাবী। শিল্পীগৰাকীৰ আকস্মিক মৃত্যুৰ ন্যায়ৰ দাবীত এতিয়া সামাজিক মাধ্যমত আৰম্ভ হৈছে ডিজিটেল আন্দোলন। হেচটেগ #we_Need_ZubeenGargJustice_within_10days আৰু #JusticeForZubeenGarg লিখি ন্যায়ৰ দাবীত সৰৱ হৈ পৰিছে অসংখ্য অনুৰাগীয়ে ।

উল্লেখ্য যে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ১০ দিনৰ ভিতৰত জুবিনৰ ন্যায় প্ৰদানৰ দাবী কৰি সামাজিক মাধ্যমত  এক প’ষ্ট কৰিছিল। গৰিমাৰ লগতে জুবিন গাৰ্গৰ ভগ্নী ডঃ পামী বৰঠাকুৰেও সামাজিক মাধ্যমত একেই দাবী উত্থাপন কৰে।

Apply Now

গৰিমাৰ এই আহ্বানৰ পাছত সামাজিক মাধ্যমত এক তীব্ৰ প্ৰতিক্ৰিয়াৰ ঢৌ উঠিছে। সকলো শ্ৰেণীৰ  মানুহে, বিশেষকৈ যুৱ সমাজে, জুবিন গাৰ্গৰ ন্যায় বিচাৰি সমাজিক মাধ্যমত #we_Need_ZubeenGargJustice_within_10days আৰু #JusticeForZubeenGarg লিখি শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায়ৰ দাবী জনায়।

ইফালে তদন্ত প্ৰক্ৰিয়াটো অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। চিআইডিয়ে আজি গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত ছিংগাপুৰৰ “য়ট পাৰ্টি”ত উপস্থিত থকা তিনিজন প্ৰবাসী অসমীয়াক জেৰা কৰিছে। এই তিনিজন হ’ল — পৰীক্ষিত শৰ্মা, সিদ্ধাৰ্থ বৰা আৰু জলংসাত নাৰ্জাৰী। তেওঁলোকেই জুবিন গাৰ্গৰ মৃত্যুৰ দিনা ছিংগাপুৰত অনুষ্ঠিত উক্ত পাৰ্টিত উপস্থিত আছিল বুলি নিশ্চিত কৰা হৈছে।

বিশেষ তদন্তকাৰী দলৰ (SIT) মুৰব্বী তথা চিআইডিৰ বিশেষ ডিজিপি মুন্না প্ৰসাদ গুপ্তাই সংবাদ মাধ্যমৰ আগত কয়, “তদন্ত দ্ৰুতগতিত আগবাঢ়িছে আৰু আইনী প্ৰক্ৰিয়া অনুসৰি সকলো কাম কৰা হৈছে।” গুপ্তাই লগতে কয়, “গোচৰৰ সৈতে জড়িত কেইবাজনো গুৰুত্বপূৰ্ণ ব্যক্তি সোধা-পোছাৰ বাবে হাজিৰ হৈছে। আহা কেইদিনৰ ভিতৰত আৰু কেইজনমান গুৰুত্বপূর্ণ ব্যক্তি উপস্থিত হোৱাৰ সম্ভাৱনা আছে।”

তেওঁ লগতে জানায় যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহ’ব। গুপ্তাই স্পষ্ট কৰি কয় “মৰণোত্তৰ প্ৰতিবেদন কাইলৈ বিয়লি ৪ বজাত প্ৰকাশ কৰা নহ’ব। এই প্ৰতিবেদন পোনপটীয়াকৈ আদালতৰ সন্মুখত দাখিল কৰা হ’ব।”

সামাজিক মাধ্যমত আৰম্ভ হোৱা এই ডিজিটেল আন্দোলনে এতিয়া এক বৃহৎ গণমতৰ  সৃষ্টি কৰিছে ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am
এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

June 15, 2026 7:33 am

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am
এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd