• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিয়াৰ পিছতে সোণ-অলংকাৰ লৈ পলায়ন; অৱশেষত আৰক্ষীৰ জালত পৰিল ছদ্মবেশী কইনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2025 1:01 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

72
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী যুৱতীয়ে বিয়াৰ নামত এজনৰ পিছত আনজন পুৰুষক প্ৰতাৰণা কৰিছে। ইজনৰ পিছত সিজন পুৰুষৰ লগত বিয়া হৈছিল। তাৰ পিছতে তেওঁৰ বিৰুদ্ধে সোণৰ গহনা আৰু নগদ ধন লৈ পলাই যোৱাৰ অভিযোগ। বহুদিন ধৰি আৰক্ষীয়ে যুৱতীক বিচাৰি আছিল। কিন্তু আত্মগোপন কৰি আছিল।

অৱশ্যে শেষত ৰক্ষা নাপালে ‘লুটেৰা দুলহনে’। আৰক্ষীৰ হাতত ধৰা পৰিল। ৰাজস্থান আৰক্ষীয়ে বৃহস্পতিবাৰে হাৰিয়ানাৰ গুৰুগ্ৰামৰ পৰা গ্ৰেপ্তাৰ কৰে যুৱতীগৰাকীক।

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি, ধৃত যুৱতীগৰাকীৰ নাম কাজল। প্ৰায় ডেৰ বছৰ ধৰি গুৰুগ্ৰামৰ এটা বাসগৃহত আত্মগোপন কৰি আছিল।

ৰাজস্থান আৰক্ষীৰ সূত্ৰ অনুসৰি, ২০২৪ চনৰ মে’ মাহত উত্তৰ প্ৰদেশৰ বাসিন্দা ভগত সিঙে ৰাজস্থানৰ ছিকাৰ অঞ্চলৰ বাসিন্দা তৰাচান্দ জাটক লগ পাইছিল। তেওঁৰ দুই কন্যা কাজল আৰু তমন্নাৰ সৈতে তৰাচান্দৰ দুই পুত্ৰৰ বিয়াৰ প্ৰস্তাৱ দিছিল। ভগত সিঙেও এই বিবাহৰ প্ৰস্তুতিৰ বাবে তাৰাচান্দৰ পৰা ১১ লাখ টকা লৈছিল। সেই বছৰৰ ২১ মে’ত সম্পন্ন হয় এই বিবাহ। ভগত সিঙেও পত্নী সৰোজ আৰু পুত্ৰ সুৰজকো বিবাহৰ বাবে লৈ আহিছিল।

বিয়াৰ পিছত ভগত সিঙে পৰিয়ালৰ লোকৰ সৈতে তাৰাচান্দৰ ঘৰত দুদিন থাকিল। কিন্তু তৃতীয় দিনা ভগত সিং আৰু তেওঁৰ পৰিয়ালৰ লোকে গহনা, নগদ ধন আৰু অন্যান্য মূল্যৱান সামগ্ৰী লৈ তাৰ পৰা পলায়ন কৰে।

বাতৰি অনুসৰি, তাৰাচান্দে ভগত সিঙৰ পৰিয়ালৰ বিৰুদ্ধে ছিকাৰৰ ধনতাৰামগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। অভিযোগৰ ভিত্তিত তালাচীৰ অন্তত ভগত সিং আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰা হয়। জেৰাৰ সময়ত দম্পতীহালে স্বীকাৰ কৰে যে তেওঁলোকে এটা প্ৰৱঞ্চনামূলক বিবাহ চক্ৰ চলাইছিল। পিছত আৰক্ষীয়ে তমান্না আৰু সুৰজকো গ্ৰেপ্তাৰ কৰে। কিন্তু কাজল লুকাই থাকিল।

সূত্ৰ অনুসৰি, কাজলে কিছুদিন জয়পুৰ আৰু মথুৰাত আত্মগোপন কৰি আছিল। পিছত গুৰুগ্ৰামলৈ গুচি যায়। তাতে ভাড়াঘৰত আছিল। গুৰুগ্ৰাম আৰক্ষীৰ সহায়ত ৰাজস্থান আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে দাবী কৰে যে জেৰাৰ সময়ত কাজলে এই প্ৰৱঞ্চনামূলক বিবাহ চক্ৰটো চলোৱাৰ কথা স্বীকাৰ কৰে। এই প্ৰৱঞ্চনা কেনেদৰে কৰা হ’ল সেই কথাও কাজলে আৰক্ষীক জনায়। কাজলে আৰক্ষীক জনোৱা মতে, আগতে তেওঁ আৰু তমন্নাই অবিবাহিতা হোৱাৰ অভিনয় কৰিছিল। ইয়াৰ পিছত তেওঁলোকৰ বিয়াৰ সম্বন্ধ এখন ধনী পৰিয়ালৰ লগত কৰা হয়। বিয়া হৈ তেওঁলোকে সেই পৰিয়ালটোৰ আস্থা অৰ্জন কৰে।

ঘটনাৰ তদন্ত কৰি থকা আৰক্ষী বিষয়া পুৰনমলে কয় যে বিয়াৰ পিছত এই যুৱতীসকলে ২-৩ দিন পৰিয়ালৰ সৈতে কটায়। অৱশ্যে কোনো শাৰীৰিক সম্পৰ্ক স্থাপন নকৰে। ইয়াৰ পিছতে নগদ ধন আৰু গহনা লৈ পলাই যায়।

আৰক্ষীয়ে সন্দেহ কৰিছে যে আৰু বহু লোকক একে ধৰণে প্ৰতাৰণা কৰা হৈছে। আৰক্ষীয়ে এই চক্ৰৰ লগত জড়িত লোকসকলক বিচাৰি থকা বুলিও জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

August 12, 2026 8:08 am
মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd