• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে বিনষ্ট কৰিলে শ-শ বিঘা কৃষি ভূমি

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
June 11, 2018 11:38 am
Screenshot_20180611-110150
108
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে নিশা উজনি মাজুলী মথাউৰিৰ বাহিৰফালে ১৫০ জনীয়া এটা বৃহৎ হাতীৰ জাকে প্ৰৱেশ কৰি সমগ্ৰ অঞ্চলটোতে তাণ্ডৱ সৃষ্টি কৰে। নিশাৰ ভাগত বৃহৎ হাতীৰ জাকটোৱে চাপৰি, ধনাই চাপৰি, খৰা চাপৰি, লাচন চাপৰি, গেজেৰা আদি অঞ্চলত সোমাই বিস্তৰ অঞ্চলৰ আহু ধানৰ পথাৰ সমুহ এফালৰ পৰা খাই তহিলং কৰিছে ।

উল্লেখ্য যে এইদৰে প্ৰতিবছৰে এই সময়ছোৱাতে বনৰীয়া হাতীৰ জাকৰ আগমন ঘটে এই অঞ্চল সমুহলৈ । বান খহনীয়াই জুৰুলা কৰা অঞ্চলসমুহত দৰিদ্ৰ কৃষিজীৱি লোকসকলৰ বাবে এতিয়া সমস্যাৰ সৃষ্টি হৈ পৰিছে বনৰীয়া হাতী।

খাদ্য আৰু বাসস্থানৰ অভাৱত জনাঞ্চললৈ ওলাই অহা বৃহৎ হাতীৰ জাকটো খেদি পঠিয়াবলৈ দিনে ৰাতিয়ে মাজুলীৰ বন কৰ্মী সকলে চেষ্টা অব্যাহত ৰাখিছে যদিও ৰাতিৰ ভাগত প্ৰৱেশ কৰা বৃহৎ জাকটো দূৰলৈ খেদি পঠাবলৈ অসমৰ্থ হৈছে বনবিভাগ।

দিনৰ ভাগত ডাঠ হাবিত আশ্ৰয় লোৱা হাতীৰ জাকটো ৰাতি হ’লেই চাপৰিৰ গাঁও সমুহত প্ৰৱেশ কৰাৰ ফলত বনৰীয়া হাতী আৰু মানুহৰ মাজত সৃষ্টি হোৱা সংঘাটত উভয়পক্ষৰে বিস্তৰ ক্ষতি হৈছে ।

মন কৰিবলগীয়া যে ক্ৰমান্বয়ে বনাঞ্চল সংকোচিত হৈ অহাৰ ফলতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ৰমাৎ বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে।

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd