• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধূমপান নকৰাকৈ আপুনি নিৰাপদ নে? পৰোক্ষ ধূমপান কিমান ক্ষতিকাৰক সেই কথা জানক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 26, 2025 6:30 am
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধূমপান স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক সেয়া সকলোৱে জানে। আনকি চিগাৰেটৰ পেকেটেও ছবিৰে ক্ৰেতাক সেয়া সকীয়াই দিয়ে। ফলত জানি-বুজি ধূমপান কৰা সকলৰ ক্ষতি অনিবাৰ্য। কিন্তু একেদৰে চিগাৰেট নোখোৱাকৈও ক্ষতি হ’ব পাৰে। কেনেকৈ? কল্পনা কৰকচোন, আপুনি চিগাৰেট নাখায়। কিন্তু যদি আপোনাৰ উশাহ-নিশাহৰ সৈতে চিগাৰেটৰ ধোঁৱা আপোনাৰ শৰীৰত প্ৰৱেশ কৰে, তেন্তে আপুনিও স্বাস্থ্যৰ ক্ষতিৰ সন্মুখীন হ’ব লাগিব। আৰু এনে নিষ্ক্ৰিয় ধূমপানৰ পৰা ক্ষতি হোৱাৰ সম্ভাৱনা আৰু অধিক।

বিশেষজ্ঞসকলে কয় যে চিগাৰেটৰ ধোঁৱাত সাত হাজাৰৰো অধিক ৰাসায়নিক পদাৰ্থ থাকে। এই ৰাসায়নিক পদাৰ্থৰ ভিতৰত প্ৰায় ৭০ টা বিষাক্ত পদাৰ্থ যেনে নিকোটিন, কাৰ্বন মনোক্সাইড, ফৰ্মেলডিহাইড, বেনজিন, এমোনিয়া আদি শৰীৰত কৰ্কট ৰোগ সৃষ্টি কৰে। ফলত যদি কোনোবাই আপোনাৰ ওচৰত ধূমপান কৰে, আৰু সেই ধোঁৱা উশাহ লোৱাৰ জৰিয়তে আপোনাৰ শৰীৰত প্ৰৱেশ কৰে, তেন্তে আপোনাৰো ক্ষতি হ’ব।

Apply Now

ইয়াৰ ক্ষতি কি?

(১) নিষ্ক্ৰিয় ধূমপানে হৃদৰোগ, ষ্ট্ৰোক, হাওঁফাওঁৰ কৰ্কট ৰোগ আদিৰ সম্ভাৱনা কেইবাবাৰো বৃদ্ধি কৰিব পাৰে। বিশেষকৈ যদি আপুনি নিয়মিতভাৱে ধূমপায়ীৰ ওচৰত থাকে তেন্তে আপুনি বিপদত পৰিব।

(২) নিষ্ক্ৰিয় ধূমপানত বিষাক্ত ধোঁৱাৰ কণিকাবোৰে শ্বাস-প্ৰশ্বাসতন্ত্ৰক সংক্ৰমিত কৰে। ফলত হাওঁফাওঁৰ ক্ষতি হয়।

(৩) নিষ্ক্ৰিয় ধূমপানে ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ বা চি অ’ পি ডিৰ সম্ভাৱনা কেইবাবাৰো বৃদ্ধি কৰে। ইয়াৰ উপৰিও হাঁপানী আৰু উশাহ-নিশাহৰ সমস্যা আদি বিভিন্ন সমস্যা বাঢ়ি যায়।

(৪) গৰ্ভৱতী মহিলাৰ আশে-পাশে ধূমপান কৰিলেও গৰ্ভস্থ শিশুৰ প্ৰভাৱ পৰে। আনকি সেই শিশুটিও ভৱিষ্যতে হাওঁফাওঁৰ সমস্যাত ভুগিব পাৰে।

কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

(১) নিষ্ক্ৰিয় ধূমপায়ীৰ ক্ষেত্ৰত এই ধোঁৱা পোনে পোনে শ্বাস-প্ৰশ্বাসৰ মাধ্যমেৰে শৰীৰত প্ৰৱেশ কৰে। ফলত ক্ষতিৰ সম্ভাৱনা অধিক। গতিকে, ধূমপায়ীসকলৰ পৰা আঁতৰি থাকক।

(২) যদি আপুনি নিজকে সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে আপোনাৰ ওচৰ-চুবুৰীয়া কোনো লোকে ধূমপান বন্ধ কৰক। বা, সেই ঠাইৰ পৰা আঁতৰি থাকক।

(৩) মাস্ক পৰিধান কৰক। ৰাস্তাত খোজ কঢ়াৰ সময়ত ধূমপান কৰা কোনো লোকৰ পৰা আঁতৰি থাকক।

(৪) শিশু আৰু বৃদ্ধৰ ওচৰত যদি কোনোবাই ধূমপান কৰে তেন্তে পোনপটীয়াকৈ বন্ধ কৰক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

August 7, 2026 8:15 am
য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

August 7, 2026 7:38 am
ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

August 7, 2026 8:15 am
য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

August 7, 2026 7:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd