• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিৰোধীৰ বাধাৰ মাজতো চতুৰ্থবাৰৰ বাবে আইভৰি ক’ষ্টৰ ৰাষ্ট্ৰপতি হিচাপে জয়লাভ ৮৩ বছৰীয়া আনছানে অউয়াটাৰাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 28, 2025 11:36 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইভৰি ক’ষ্টৰ ৰাষ্ট্ৰপতি ৮৩ বছৰীয়া আলাছানে অউয়াটাৰাই চতুৰ্থবাৰৰ বাবে ৮৯.৮% ভোট লাভ কৰি জয়লাভ কৰে বুলি প্ৰাথমিক ফলাফল প্ৰকাশ পাইছে।

তেওঁৰ মূল প্ৰতিদ্বন্দ্বী দুগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি লৰেণ্ট গবাগবো আৰু ক্ৰেডিট ছুইছৰ প্ৰাক্তন চিইঅ’ টিজান থিয়াম নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ৰাষ্ট্ৰপতি পদৰ দৌৰত নিষিদ্ধ হোৱাৰ পিছত গবাগবো আৰু থিয়ামে তেওঁলোকৰ সমৰ্থকসকলক ভোট বৰ্জন কৰিবলৈ আহ্বান জনাইছিল।

Apply Now

নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, ৮৩ বছৰীয়া অউয়াটাৰাই ৮৯.৮% ভোট লাভ কৰে আৰু ব্যৱসায়ী জিন লুই বিলনে ৩.০৯% ভোট লাভ কৰি দ্বিতীয় স্থানত থকাৰ বিপৰীতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুমতি লাভ কৰা লৰেণ্ট গবাগবোৰ পত্নী ছিমন গবাগবোৱে ২.৪২% ভোট লাভ কৰে। আয়োগৰ তথ্য অনুসৰি দেশখনত ভোটদানৰ হাৰ আছিল ৫০.১% ।

এই পৰাজয়ৰ পিছত গবাগবো আৰু থিয়ামৰ দলৰ নেতৃত্বত বিৰোধীয়ে নিৰ্বাচনক “অসামৰিক অভ্যুত্থান” বুলি অভিহিত কৰি অউয়াটাৰাৰ জয়ক স্বীকৃতি নিদিয়ে বুলি ঘোষণা কৰিছে।

এতিয়া নিৰ্বাচনৰ চূড়ান্ত ফলাফলৰ বাবে সাংবিধানিক পৰিষদৰ অনুমোদনৰ বাবে অপেক্ষা কৰি আছে দেশবাসী।

উল্লেখ্য যে ২০১০ চনৰ নিৰ্বাচনত পৰাজয় মানি ল’বলৈ অস্বীকাৰ কৰাৰ বাবে লৰেণ্ট গবাগবোক গ্ৰেপ্তাৰ কৰাৰ পিছত ২০১১ চনত প্ৰথমবাৰৰ বাবে অউয়াটাৰাই ৰাষ্ট্ৰপতি পদত অধিস্থিত হয়।

প্ৰথমে বিৰোধীৰ বাধাৰ মাজতো চতুৰ্থবাৰৰ বাবে আইভৰি ক’ষ্টৰ ৰাষ্ট্ৰপতি হিচাপে জয়লাভ ৮৩ বছৰীয়া আনছানে অউয়াটাৰা

আইভৰি ক’ষ্টৰ ৰাষ্ট্ৰপতি ৮৩ বছৰীয়া আলাছানে অউয়াটাৰাই চতুৰ্থবাৰৰ বাবে ৮৯.৮% ভোট লাভ কৰি জয়লাভ কৰে বুলি সাময়িক ফলাফল প্ৰকাশ পাইছে।

তেওঁৰ মূল প্ৰতিদ্বন্দ্বী দুগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি লৰেণ্ট গবাগবো আৰু ক্ৰেডিট ছুইছৰ প্ৰাক্তন চিইঅ’ টিজান থিয়াম নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ৰাষ্ট্ৰপতি পদৰ দৌৰত নিষিদ্ধ হোৱাৰ পিছত গবাগবো আৰু থিয়ামে তেওঁলোকৰ সমৰ্থকসকলক ভোট বৰ্জন কৰিবলৈ আহ্বান জনাইছিল।

নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, ৮৩ বছৰীয়া অউয়াটাৰাই ৮৯.৮% ভোট লাভ কৰে আৰু ব্যৱসায়ী জিন লুই বিলনে ৩.০৯% ভোট লাভ কৰি দ্বিতীয় স্থানত থকাৰ বিপৰীতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুমতি লাভ কৰা লৰেণ্ট গবাগবোৰ পত্নী ছিমন গবাগবোৱে ২.৪২% ভোট লাভ কৰে। আয়োগৰ তথ্য অনুসৰি দেশখনত ভোটদানৰ হাৰ আছিল ৫০.১% ।

এই পৰাজয়ৰ পিছত গবাগবো আৰু থিয়ামৰ দলৰ নেতৃত্বত বিৰোধীয়ে নিৰ্বাচনক “অসামৰিক অভ্যুত্থান” বুলি অভিহিত কৰি অউয়াটাৰাৰ জয়ক স্বীকৃতি নিদিয়ে বুলি ঘোষণা কৰিছে।

এতিয়া নিৰ্বাচনৰ চূড়ান্ত ফলাফলৰ বাবে সাংবিধানিক পৰিষদৰ অনুমোদনৰ বাবে অপেক্ষা কৰি আছে দেশবাসী।

উল্লেখ্য যে ২০১০ চনৰ নিৰ্বাচনত পৰাজয় মানি ল’বলৈ অস্বীকাৰ কৰাৰ বাবে লৰেণ্ট গবাগবোক গ্ৰেপ্তাৰ কৰাৰ পিছত ২০১১ চনত প্ৰথমবাৰৰ বাবে অউয়াটাৰাই ৰাষ্ট্ৰপতি পদত অধিস্থিত হয়।

প্ৰথমে অউটাৰা দুটা কাৰ্যকালৰ বাবে সীমাবদ্ধ আছিল যদিও ২০১৬ চনৰ সাংবিধানিক সংশোধনৰ বাবে তেওঁ ২০২০ চনত পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰে। ফলস্বৰূপে সেই সময়টো বিৰোধীয়ে ভোট বৰ্জন কৰিছিল।

 দুটা কাৰ্যকালৰ বাবে সীমাবদ্ধ আছিল যদিও ২০১৬ চনৰ সাংবিধানিক সংশোধনৰ বাবে তেওঁ ২০২০ চনত পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰে। ফলস্বৰূপে সেই সময়টো বিৰোধীয়ে ভোট বৰ্জন কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd