• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰদূষণৰ ভয়াৱহতা : দিল্লীৰ ৭৫% পৰিয়ালত কোনোবা এজন আক্ৰান্ত সংক্ৰমণত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 31, 2025 5:27 pm
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী আৰু ইয়াৰ কাষৰীয়া এনচিআৰ (NCR) অঞ্চলৰ আকাশ এতিয়া সম্পূৰ্ণৰূপে ধোঁৱাৰে আবৃত। এই প্ৰদূষণৰ ফলত ৰাজধানীৰ লোকসকলৰ জীৱন দুর্বিষহ হৈ পৰিছে। উশাহ-নিশাহ লোৱাত কষ্ট হৈছে। শেহতীয়াকৈ হোৱা এক নতুন জৰীপত ধৰা পৰিছে যে এই বিস্তীৰ্ণ অঞ্চলৰ প্ৰতি চাৰিটা ঘৰৰ ভিতৰত তিনিটা ঘৰতে কমেও এজন লোক অসুস্থ হৈ পৰিছে। বিষাক্ত বায়ু আৰু ঋতুভিত্তিক বীজাণুৰ সংক্ৰমণত দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত জনস্বাস্থ্য এক চৰম সংকটৰ সন্মুখীন হৈছে।

লোকেলছাৰ্কল (LocalCircles) নামৰ এটা সংস্থাই দিল্লী, গুৰুগ্ৰাম, নয়ডা, ফৰিদাবাদ আৰু গাজিয়াবাদৰ প্ৰায় ১৫ হাজাৰ লোকৰ ওপৰত এই জৰীপ চলাইছিল। জৰীপত দেখা গৈছে যে যোৱা এটা মাহ ধৰি দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত অসুস্থতাৰ মাত্ৰা যথেষ্ট বৃদ্ধি পাইছে। ছেপ্টেম্বৰৰ শেষৰ ফালে দেখা গৈছিল যে ৫৬ শতাংশ পৰিয়ালৰ এজন বা একাধিক সদস্য অসুস্থ হৈ আছিল। সেই পৰিমাণ এতিয়া বৃদ্ধি পাই ৭৫ শতাংশত উপনীত হৈছে।

Apply Now

H3N2 ইনফ্লুৱেঞ্জা আৰু অন্যান্য ভাইৰেল সংক্ৰমণৰ বাবে মানুহে, বিশেষকৈ কম ৰোগ প্ৰতিৰোধ ক্ষমতা থকা শিশু আৰু বৃদ্ধসকলে, প্ৰায় প্ৰতিদিনে চিকিৎসকৰ ওচৰত ভিৰ কৰিছে।

ৰোগৰ লক্ষণসমূহ হৈছে— ধাৰাবাহিক জ্বৰ আৰু কাহ, ডিঙিৰ বিষ আৰু গাৰ বিষ। বাসিন্দাসকলে জনাইছে যে তেওঁলোক সুস্থ হ’বলৈ কমেও ১০ দিন সময় লাগিছে। প্ৰতিবেদনত কোৱা হৈছে যে এই ভাইৰাছে শিশু আৰু বয়স্ক লোকসকলক অধিক আক্ৰান্ত কৰিছে।

বায়ু প্ৰদূষণৰ সূচক দ্রুতগতিত বৃদ্ধি পাই ৪০০-৫০০ৰ ঘৰত উপনীত হৈছে, যিটো অতিশয় বিপজ্জনক স্তৰ। ইয়াৰ আঁৰৰ কাৰণসমূহ হ’ল— আঁতচবাজী ফুটোৱা, নৰা জ্বলোৱা আৰু গাড়ীৰ ধোঁৱা। বতাহত ঘূৰি ফুৰা অতি সূক্ষ্ম ধাতু কণাৰ (PM2.5) পৰিমাণ ৩৫০ জি/এমত উপনীত হৈছে, যিটো বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা স্তৰতকৈ প্ৰায় ১০ গুণ বেছি।

জৰীপত কোৱা হৈছে যে প্ৰতি চাৰিটা ঘৰৰ ভিতৰত তিনিটা ঘৰত কোনোবা নহয় কোনোবা কাহ, ডিঙিৰ বিষ, নাক বন্ধ হোৱা, চকু জ্বলা-পোৰা কৰা আৰু মূৰৰ বিষত ভুগি আছে, যিবোৰ বায়ু প্ৰদূষণৰ পুৰণি লক্ষণ। ইয়াৰ ওপৰত অতিৰিক্ত সমস্যা হিচাপে দেখা দিছে ঋতুভিত্তিক ভাইৰেল সংক্ৰমণে। ফলত ইয়াৰ লগে লগে তীব্ৰ শ্বাস-প্ৰশ্বাসৰ কষ্টও দেখা দিছে।

জৰীপত দেখা গৈছে— পৰিয়ালত চাৰিজন বা তাতকৈ অধিক লোক আক্ৰান্ত হোৱা পৰিয়াল প্ৰায় ১৭ শতাংশ। দুই বা তিনিজন আক্ৰান্ত হোৱা পৰিয়াল ২৫ শতাংশ। কমেও এজন লোক অসুস্থ হোৱা পৰিয়াল ৩৩ শতাংশ। মাত্ৰ ২৫ শতাংশ পৰিয়ালৰহে সকলো সদস্য সুস্থ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd