• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাড়ীৰ পৰা নমাই এম বি এ ছাত্ৰীক অপহৰণৰ পিছত দলবদ্ধ ধৰ্ষণ, প্ৰেমিকক প্ৰহাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 3, 2025 2:54 pm
1

1

96
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে তামিলনাডুৰ কইম্বাটুৰ বিমানবন্দৰৰ সমীপত সংঘটিত হয় এক ভয়ানক ঘটনা। এগৰাকী এম বি এ ছাত্ৰীক গাড়ীৰ পৰা বলপূৰ্বকভাৱে নমাই নিয়াৰ পিছতে তিনিজন ব্যক্তিয়ে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ইয়াৰ লগতে ছোৱালীজনীৰ লগত থকা প্ৰেমিকক মাৰপিট কৰাৰো অভিযোগ। দেওবাৰে নিশা প্ৰায় ১১:৩০ বজাত সংঘটিত হয় এই ঘটনা।

Apply Now

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ৰাতি বিমানবন্দৰৰ সমীপত এখন গাড়ীত নিজৰ পুৰুষ বন্ধুৰ সৈতে কথা পাতি আছিল ছাত্ৰীগৰাকী। সেই সময়ত বাইকত উঠি তালৈ আহিছিল তিনিজন দুস্কৃতিকাৰী। ছোৱালীজনীক দেখি তেওঁলোকে তেওঁক গালি-গালাজ কৰিবলৈ ধৰিলে আৰু গাড়ীখনত আক্ৰমণ চলায়।

তাৰপিছত ছোৱালীজনীৰ বন্ধুক জোৰকৈ গাড়ীৰ পৰা নমাই প্ৰহাৰ কৰে। ইয়াৰ পিছত দুস্কৃতিকাৰীয়ে তেওঁক তেনেকৈয়ে পেলাই থৈ বলপূৰ্বকভাৱে ছোৱালীজনীক উঠাই লৈ গুচি যায়।

জানিব পৰা মতে, দুৰ্বৃত্তই ছাত্ৰীগৰাকীক ঘটনাস্থলীৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰৈৰ ব্যক্তিগত মহাবিদ্যালয়ৰ সমীপৰ নিৰ্জন স্থানলৈ লৈ যায় আৰু তাতেই দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। নৃশংস নিৰ্যাতনৰ পিছত দুস্কৃতিকাৰীয়ে তাতেই ছোৱালীজনীক বিবস্ত্ৰ কৰি এৰি থৈ যায়।

ছাত্ৰীগৰাকীৰ আহত বন্ধুৱে আৰক্ষীক খবৰ দিয়ে আৰু অনুসন্ধান আৰম্ভ হয়। ইয়াৰ পিছত আৰক্ষীয়ে অচেতন অৱস্থাত ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। সম্প্ৰতি ছাত্ৰীগৰাকী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ভুক্তভোগীৰ বন্ধুৰ অভিযোগৰ ভিত্তিত এটা গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীৰ ৭টা দলে অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে। চিচিটিভিৰ ফুটেজো পৰীক্ষা কৰা হৈছে।

তামিলনাডুৰ এই ঘটনাক লৈ বিজেপিয়ে ষ্টেলিন চৰকাৰক সমালোচনা কৰিছে। গেৰুৱা শিবিৰৰ নেতা কে আন্নামলাই কয়, “তামিলনাডুত ডি এম কে চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা মহিলাৰ বিৰুদ্ধে এনে অপৰাধ বাৰে বাৰে সংঘটিত হৈ আহিছে। সমাজবিৰোধীসকলৰ আইন বা আৰক্ষীৰ প্ৰতি কোনো ভয় নাই। ডি এম কেৰ মন্ত্ৰীৰ পৰা আৰম্ভ কৰি আৰক্ষী প্ৰশাসনৰ সৈতে জড়িত লোকসকলৰ অপৰাধীক বচোৱাৰ প্ৰৱণতা আছে।”

ডি এম কেৰ মুখপাত্ৰ ডাঃ চৈয়দ হাফিজুল্লাই কয় যে, “কইম্বাটুৰৰ ঘটনাটো দুৰ্ভাগ্যজনক। তামিলনাডুৱে অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অপৰাধীক শাস্তি দিবলৈ গোচৰসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰা হৈছে। এই ক্ষেত্ৰতো আইনে নিজৰ পথ ল’ব।’’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm
উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd