• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আফ্ৰিকান ছোৱাইন ফিভাৰৰ ফলত অসমত গাহৰিৰ ব্যাপক মৃত্যু; ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৰ্থ ‎চৰকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2025 4:22 pm
48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন(ডি ৱাই এফ আই)ৰ অসম ৰাজ‍্যিক কমিটিয়ে ৰাজ্যখনত আফ্ৰিকান ছোৱাইন ফিভাৰে পুনৰ গুৰুতৰ ৰূপ ধাৰণ কৰি লক্ষাধিক গাহৰি পালকৰ বৃহৎ ক্ষতি সাধন কৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু এই সংক্ৰামণ ৰোধ কৰাত ব্যৰ্থ হোৱা ৰাজ্য চৰকাৰ আৰু পশুপালন বিভাগক কঠোৰ সমালোচনা কৰিছে। ‎ শেহতীয়া তথ্য অনুসৰি, ২০২৫ বৰ্ষত এই ভাইৰাছৰ সংক্ৰমণৰ ফলত ৰাজ্যখনৰ কমেও ৩০ খন ‎জিলাতে মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। যাৰ উফলত ২,২০০ ত কৈ অধিক গাহৰিৰ মৃত্যু ঘটিছে। ‎সক্ৰমণ ৰোধ কৰিবলৈ পশু চিকিৎসা বিভাগে বৰ্তমানলৈকে প্ৰায় ৭,০০০ গাহৰি নিধন কৰিবলৈ বাধ্য ‎হৈছে। যাৰ ফলত ৰাজ্যখনৰ থলুৱা গাহৰি পালকসকলে এতিয়া দিকবিদিক হেৰুৱাই পেলাইছে।

চৰকাৰী তথ্য মতে, সংক্ৰমিত পোৱালি গাহৰি আৰু প্ৰাপ্তবয়স্ক গাহৰি পৰীক্ষা নকৰাকৈ বেচা-‎কিনা কৰাটো এই ৰোগ দ্ৰুতগতিত বিয়পাৰ অন্যতম প্ৰধান কাৰণ। কিন্তু এইখিনিতে প্ৰশ্নৰ উত্থাপন হৈছে ‎ৰাজ্যৰ গাহৰি কিনা-বেচা কৰা বজাৰখন কিয় নিয়ন্ত্ৰণ কৰা নাছিল পশু চিকিৎসা বিভাগ তথা প্ৰশাসনে? ‎ৰাজ্যত এটা বিয়াগোম পশু চিকিৎসা বিভাগ থকাৰ পিছতো এই ৰোগ ইমান বেছি বিয়পিবলৈ কেনেকৈ ‎পালে?‎

Apply Now

উল্লেখ্য যে ৰাজ্যত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰা সময়তে বিভিন্ন ধাৰ-ঋণ লৈ গাহৰি পালন ‎কৰি স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছিল বহু শিক্ষিত নিৱনুৱা যুৱক-যুৱতী। তেওঁলোকৰ জীৱন সংগ্ৰাম ‎আৰু সপোন জড়িত হৈ আছিল গাহৰি ফাৰ্মসমূহৰ লগত। লাখ লাখ টকাৰ ঋণ লৈ গাহৰি ফাৰ্ম খোলা এই ‎সকল গাহৰি পালকৰ ফাৰ্ম এতিয়া শূন্য হৈ পৰিছে। যাৰ ফলত তেওঁলোকৰ জীয়াই থকাৰ সকলো পথ বন্ধ ‎হৈ পৰা উপক্ৰম হৈছে। ‎ডি ৱাই এফ আই-ৰ অসম ৰাজ‍্যিক কমিটিয়ে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক তীঘ্ৰেই এই সংক্ৰমণ ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে লোকচানৰ ‎সন্মুখীন হোৱা দুৰ্ভগীয়া গাহৰি পালকসকলক যথাযথ ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে পুনৰ সংস্থাপন দিবলৈ ‎দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

July 23, 2026 11:01 am
১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

July 23, 2026 10:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd