• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মালিত ৫ জন ভাৰতীয় নাগৰিকক অপহৰণ! নিৰাপদে মুকলি কৰিবলৈ ভাৰতৰ আহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2025 12:08 pm
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম আফ্ৰিকাৰ ৰাষ্ট্ৰ মালিত পাঁচজন ভাৰতীয় নাগৰিক অপহৰণ হোৱাৰ এক দুৰ্ভাগ্যজনক ঘটনাই বিশ্বজুৰি বিতৰ্কৰ সূচনা কৰিছে। সোমবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে (MEA) অপহৰণৰ খবৰ নিশ্চিত কৰিছে আৰু কৈছে যে বামাকোস্থিত ভাৰতীয় দূতাবাসে অপহৃতসকলক নিৰাপদে ঘূৰাই অনাটো নিশ্চিত কৰিবলৈ মালিৰ কৰ্তৃপক্ষ আৰু সংশ্লিষ্ট কোম্পানীটোৰ সৈতে প্ৰচেষ্টা চলাই আছে।

উল্লেখ্য যে এই অপহৰণৰ ঘটনাটো যোৱা ৬ নৱেম্বৰ তাৰিখে সংঘটিত হৈছিল।

Apply Now

বামাকোস্থিত ভাৰতৰ দূতাবাসে ‘এক্স’ (পূৰ্বে টুইটাৰ) যোগে এক পোষ্টত কয়: “২০২৫ চনৰ ৬ নৱেম্বৰত আমাৰ পাঁচজন নাগৰিকক অপহৰণ কৰাৰ দুৰ্ভাগ্যজনক কাণ্ডৰ বিষয়ে দূতাবাসে অৱগত। তেওঁলোকৰ নিৰাপদ আৰু সোনকালে মুক্তি নিশ্চিত কৰিবলৈ সকলো স্তৰত প্ৰচেষ্টা চলি আছে।”

নতুন দিল্লীৰ বিষয়াসকলে জনোৱা মতে, বামাকোৰ দূতাবাসে মালিৰ নিৰাপত্তা সংস্থাসমূহৰ সৈতে “অবিৰত যোগাযোগ” বজাই ৰাখিছে। ইয়াৰ উপৰিও, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয়ে এই অঞ্চলৰ নিৰাপত্তা পৰিস্থিতিৰ বিষয়ে জ্ঞাত অন্যান্য বিদেশী মিছন আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ সৈতেও সমন্বয় সাধন কৰি আছে।

স্মৰ্তব্য যে পশ্চিম আফ্ৰিকাৰ অন্যতম অস্থিৰ ৰাষ্ট্ৰ মালিয়ে বছৰ বছৰ ধৰি সংঘাত আৰু অশান্তিৰ সন্মুখীন হৈ আহিছে। ইয়াৰ লগতে আল কায়দা আৰু ইছলামিক ষ্টেটৰ সৈতে জড়িত জেহাদী গোটসমূহৰ উপস্থিতি ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।

বিশেষকৈ মধ্য আৰু উত্তৰ মালিৰ দৰে দুৰ্গম অঞ্চলত বিদেশী শ্ৰমিকসকল সঘনাই অপহৰণৰ লক্ষ্য হৈ আহিছে, য’ত উগ্ৰপন্থী দলসমূহে সীমিত চৰকাৰী নিয়ন্ত্ৰণৰ সুবিধা লৈ নিজৰ কাৰ্য্যকলাপ অবাধে চলাই গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
নদীৰ নায়ক বিট্টু তাবাহি

নদীৰ নায়ক বিট্টু তাবাহি

September 7, 2026 7:28 pm
জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

September 7, 2026 6:48 pm
সময়সীমা বৃদ্ধিৰ আবেদন নাকচ: ‘দিন-ৰাতি একাকাৰ কৰি কাম কৰক’, আৰাৱলী কমিটীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

সময়সীমা বৃদ্ধিৰ আবেদন নাকচ: ‘দিন-ৰাতি একাকাৰ কৰি কাম কৰক’, আৰাৱলী কমিটীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 7, 2026 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
নদীৰ নায়ক বিট্টু তাবাহি

নদীৰ নায়ক বিট্টু তাবাহি

September 7, 2026 7:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd