• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইছলামাবাদত বিস্ফোৰণৰ পিছতে আতংক; শৃংখলাৰ মাজভাগতে দেশলৈ উভতিছে শ্ৰীলংকাৰ খেলুৱৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2025 10:16 am
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইছলামবাদত বোমা বিস্ফোৰণৰ পিছত পাকিস্তানত খেলি থকা শ্ৰীলংকাৰ ৮গৰাকী খেলুৱৈয়ে নিৰাপত্তাজনিত কাৰণত ঘৰলৈ উভতি যোৱাৰ সিদ্ধান্ত লৈছে। শ্ৰীলংকা ক্ৰিকেট (এছএলচি)ৰ সূত্ৰই বুধবাৰে এই তথ্য নিশ্চিত কৰে।

এই ঘটনাৰ ফলত বৃহস্পতিবাৰে ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন এদিনীয়া বাতিল হ’ব পাৰে। মঙলবাৰে প্ৰথমখন এদিনীয়াত পাকিস্তানে ৬ ৰানত জয়লাভ কৰে। সোমবাৰে ইছলামবাদৰ এখন আদালতত সংঘটিত বোমা বিস্ফোৰণত ১২ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়।

Apply Now

ইয়াৰ পূৰ্বে শ্ৰীলংকাৰ খেলুৱৈসকলে ব’ৰ্ডৰ আগত নিজৰ নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰিছিল। তেওঁলোকে পাকিস্তান ভ্ৰমণ বাতিল কৰাৰ ইচ্ছা প্ৰকাশ কৰে। ইয়াৰ পিছত আঠজন খেলুৱৈয়ে পাকিস্তানৰ পৰা ঘৰলৈ উভতি যোৱাৰ সিদ্ধান্ত লয়। এই তিনিখন এদিনীয়া শৃংখলাৰ পিছত শ্ৰীলংকাৰ দলটোৱে জিম্বাবুৱে আৰু পাকিস্তানৰ সৈতে ট্ৰাই ছিৰিজ খেলাৰ কথা আছিল।

সূত্ৰই জনোৱা মতে, ৰাৱালপিণ্ডি আৰু ইছলামবাদৰ ওচৰত থকাৰ বাবে খেলুৱৈসকলে নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰাৰ লগতে ঘৰলৈ উভতি অহাৰ ইচ্ছা প্ৰকাশ কৰে।

ইছলামবাদত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত শ্ৰীলংকাৰ ক্ৰিকেট দলৰ নিৰাপত্তা অধিক তীব্ৰতৰ হৈ পৰে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ তথা গৃহমন্ত্ৰী মহছিন নাকভিয়ে শ্ৰীলংকাৰ দলৰ বিষয়াসকলক সাক্ষাৎ কৰি নিৰাপত্তাৰ আশ্বাস দিয়ে। অৱশ্যে খেলুৱৈসকলে এই কথাত সন্মত হোৱা নাই।

তিনি বছৰ পূৰ্বে নিউজিলেণ্ডৰ দলটোৱে ৰাৱালপিণ্ডিত হোৱা বগা বলৰ শৃংখলা শেষ মুহূৰ্তত বাতিল কৰি নিৰাপত্তাৰ ভাবুকিৰ বিশ্বাসযোগ্য তথ্য লাভ কৰি কোনো মেচ খেলা নেখেলাকৈ উভতি যায়। ২০০৯ চনত শ্ৰীলংকাৰ দলটোক আক্ৰমণ কৰা হৈছিল। ২০০৯ চনৰ মাৰ্চ মাহত গাদ্দাফি ষ্টেডিয়ামৰ সমীপত টিটিপি উগ্ৰপন্থীয়ে শ্ৰীলংকাৰ দলীয় বাছখনত আক্ৰমণ কৰিছিল, যাৰ ফলত পাকিস্তানত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল প্ৰায় ১০ বছৰ ধৰি বন্ধ হৈ পৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

July 21, 2026 7:38 pm
উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

July 21, 2026 7:05 pm
ছাত্ৰৰ প্ৰতিবাদত কিয় লাঠীচাৰ্জ, কন্দুৱা গেছ? মোদীৰ বাসভৱনৰ সন্মুখত ৰাহুলৰ ধৰ্ণা, হঠাতে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী

ছাত্ৰৰ প্ৰতিবাদত কিয় লাঠীচাৰ্জ, কন্দুৱা গেছ? মোদীৰ বাসভৱনৰ সন্মুখত ৰাহুলৰ ধৰ্ণা, হঠাতে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী

July 21, 2026 6:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

July 21, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd