• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাংসদ পুত্ৰৰ VIP সংস্কৃতিৰ পৰিণতি! শ্বিলঙত জব্দ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনৰ বাহন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2025 12:10 pm
79
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ষমতা গ’লেও যেন ভিআইপি সংস্কৃতি এৰিব পৰা নাই সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনে। বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ১৫ বছৰ ধৰি পিতৃ ৰকিবুল হুছেইন অসমৰ এগৰাকী ক্ষমতাশালী মন্ত্ৰী হিচাপে থকাৰ সুবাদত মন্ত্ৰী পুত্ৰ হিচাপে দীঘলীয়া সময়ছোৱাত এছকৰ্ট কনভয়ৰ মাজত ৰঙা লাইট লগাই যোৱাটো তাঞ্জিলৰ বাবে এক অভ্যাসত পৰিণত হৈছিল। শেহতীয়াভাৱে চামগুৰি সমষ্টিৰ ৰূপহীহাটত ৰকিবুল হুছেইনক দুস্কৃতিকাৰীয়ে প্ৰহাৰ কৰাৰ পিছত তেওঁৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছিল। ইয়াৰ উপৰিও, চামগুৰি বিধানসভা নিৰ্বাচনত শোচনীয়ভাৱে পৰাজিত হোৱাৰ পিছতো নিৰ্বাচনী হিংসাৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে তাঞ্জিলে যথেষ্ট নিৰাপত্তাৰক্ষী পাইছিল। এইসমূহ কাৰকেই তাঞ্জিল হুছেইনৰ বাবে VIP সংস্কৃতি আৰু ৰঙা লাইট লগাই ৰাজপথত যাত্ৰা কৰাটো অভ্যাসত পৰিণত কৰিছিল বুলি ধাৰণা কৰা হৈছে।

কিন্তু এই অভ্যাসৰ বাবেই বুধবাৰে সন্ধ্যা শ্বিলং ফুৰিবলৈ গৈ বিপদত পৰিল তাঞ্জিল হুছেইন। সাংসদ পিতৃৰ বাহনত ৰঙা লাইট ব্যৱহাৰ কৰি মেঘালয়ৰ ৰাজপথত চফৰ কৰা তাঞ্জিলৰ এই কাণ্ডত ক্ষোভিত হ’ল মেঘালয় আৰক্ষীৰ বিষয়া। ফলস্বৰূপে, মেঘালয়ৰ উমলিং নংপুৰ সমীপত আৰক্ষীয়ে জব্দ কৰিলে তাঞ্জিল হুছেইনে ব্যৱহাৰ কৰা ইন’ভা বাহনখন।

Apply Now

ৰাজপথত কৰ্তব্যৰত মেঘালয় আৰক্ষীৰ বিষয়াই সাংসদ পিতৃৰ বাহনত ব্যৱহাৰ কৰা ৰঙা লাইট খুলি দিয়ে। ভৱিষ্যতে এনে অনিয়ম নকৰিবলৈকো ৰকিবুল পুত্ৰক কঠোৰভাৱে সকীয়াই দিয়ে মেঘালয় আৰক্ষীয়ে। পৰৱৰ্তী সময়ত নগদ ৩৫ হাজাৰ টকাৰ জৰিমণা আদায় কৰাৰ পিছতহে তাঞ্জিল হুছেইনৰ বাহনখন মুকলি কৰি দিয়া হয়।

এই ঘটনাই সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কংগ্ৰেছৰ একাংশ নেতাই ভিআইপি সংস্কৃতি পৰিহাৰ কৰিব নোৱাৰাৰ বিষয়ে সততে উঠা অভিযোগক এই ঘটনাই অধিক প্ৰাসংগিক কৰি তুলিছে। মন কৰিবলগীয়া যে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত পুনৰ চামগুৰিৰ প্ৰাৰ্থিত্ব বিচাৰি সমষ্টিটোত কুচকাৱাজ অব্যাহত ৰখা তাঞ্জিল হুছেইনৰ এই ঘটনাই প্ৰাক্তন বনমন্ত্ৰী তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক যথেষ্ট অস্বস্তিত পেলাইছে বুলি জনা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm
‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

September 21, 2026 8:02 pm
মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

September 21, 2026 7:18 pm
শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

September 21, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm
‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

September 21, 2026 8:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd